• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আন্তজাৰ্তিক বিমানৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ : স্পাইজেট, ইণ্ডিগ’ৰ শ্বেয়াৰ মূল্য উৰ্দ্ধমুৰ্খী

আন্তজাৰ্তিক বিমানৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ : স্পাইজেট, ইণ্ডিগ’ৰ শ্বেয়াৰ মূল্য উৰ্দ্ধমুৰ্খী

4 years ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

14 minutes ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

58 minutes ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

2 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

3 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

4 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

4 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

17 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

18 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

18 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

19 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

19 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আন্তজাৰ্তিক বিমানৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ : স্পাইজেট, ইণ্ডিগ’ৰ শ্বেয়াৰ মূল্য উৰ্দ্ধমুৰ্খী

editor by editor
March 9, 2022
in বাণিজ্য, ভাৰত
0
আন্তজাৰ্তিক বিমানৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ : স্পাইজেট, ইণ্ডিগ’ৰ শ্বেয়াৰ মূল্য উৰ্দ্ধমুৰ্খী
0
SHARES
79
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মংগলবাৰে ভাৰত চৰকাৰে অহা ২৭ মাৰ্চৰ পৰা বাণিজ্যিক যাত্ৰী পৰিবহণকাৰী বিমান যাত্ৰাৰ সূচী পুনৰ আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছতে স্পাইজেট, ইণ্ডিগ’ আদি বিমান পৰিবহণ সংস্থাৰ ষ্টক মাৰ্কেটত শ্বেয়াৰৰ মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

ইণ্টাৰগ্লোব এভিয়েশ্যৰ শ্বেয়াৰ ১৬০০.০৫ কোটি টকাৰ পৰা আৰম্ভ হৈ ১২৭২৬ টকালৈ বৃদ্ধি পাইছে৷ প্ৰতিষ্ঠানটোৰ বজাৰত শ্বেয়াৰৰ মূল্য ৭.৯ শতাংশলৈ বৃদ্ধি পাইছে৷ ইয়াৰ ফলত ইণ্টাৰগ্লোব এভিয়েচনৰ বজাৰ কেপ ৬৫,৯১১ কোটি টকালৈ বৃদ্ধি পাইছে।

ইফালে বুধবাৰে স্পেইজেট শ্বেয়াৰো বৃদ্ধি পোৱা দেখা গ’ল৷ স্পেইজেটৰ শ্বেয়াৰ ৬.৫৮ শতাংশ বৃদ্ধি হৈছে৷ দিনটোত স্পাইচজেটৰ বজাৰ কেপ ৩,৫৭৪ কোটি টকালৈ বৃদ্ধি পাইছে।

লগতে পঢ়ক পৌৰসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয় : পৰাজয়ৰ দায়িত্ব স্বীকাৰ সভাপতি ভূপেন বৰাৰ

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে মংগলবাৰে ঘোষণা কৰিছিল যে প্ৰায় দুটা বছৰৰ পিছত ২৭ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান পুনৰ আৰম্ভ কৰিব৷ অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) কোভিড-১৯ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ২৩ মাৰ্চ, ২০২০ পৰা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰী সেৱা বন্ধ ৰাখিছিল।

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ এক বিজ্ঞপ্তিত কোৱা হৈছে, ‘‘সমগ্ৰ বিশ্বতে বৰ্ধিত টিকাকৰণ কভাৰেজক স্বীকৃতি দিয়াৰ পিছত আৰু অংশীদাৰসকলৰ সৈতে আলোচনা কৰি, ভাৰত চৰকাৰে ২৭-০৩-২০২২ তাৰিখৰ পৰা আন্তজাৰ্তিক বাণিজ্যিক বিমানৰ যাত্ৰীবাহী সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে৷’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা
বাণিজ্য

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

September 6, 2026
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত
বাণিজ্য

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
Next Post
অমিতাভ বচ্চনৰ ঘৰত ৪ কোটি টকীয়া পেইণ্টিং : এই টকাৰে আপুনি কি কি ক্ৰয় কৰিব পাৰিব?

অমিতাভ বচ্চনৰ ঘৰত ৪ কোটি টকীয়া পেইণ্টিং : এই টকাৰে আপুনি কি কি ক্ৰয় কৰিব পাৰিব?

কাইলৈ নিৰ্বাচনৰ ফলাফল : জ্যোতিষীৰ ভৱিষ্যদ্বাণী, উত্তৰ প্ৰদেশত আকৌ যোগীৰাজ নিশ্চিত!

কাইলৈ নিৰ্বাচনৰ ফলাফল : জ্যোতিষীৰ ভৱিষ্যদ্বাণী, উত্তৰ প্ৰদেশত আকৌ যোগীৰাজ নিশ্চিত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.