• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আন্তজাৰ্তিক বিমানৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ : স্পাইজেট, ইণ্ডিগ’ৰ শ্বেয়াৰ মূল্য উৰ্দ্ধমুৰ্খী

আন্তজাৰ্তিক বিমানৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ : স্পাইজেট, ইণ্ডিগ’ৰ শ্বেয়াৰ মূল্য উৰ্দ্ধমুৰ্খী

4 months ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

9 hours ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

11 hours ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

11 hours ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

12 hours ago
১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

13 hours ago
পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

14 hours ago
বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

15 hours ago
আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

16 hours ago
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

17 hours ago
এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

1 day ago
এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

1 day ago
প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

1 day ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আন্তজাৰ্তিক বিমানৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ : স্পাইজেট, ইণ্ডিগ’ৰ শ্বেয়াৰ মূল্য উৰ্দ্ধমুৰ্খী

editor by editor
March 9, 2022
in বাণিজ্য, ভাৰত
0
আন্তজাৰ্তিক বিমানৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ : স্পাইজেট, ইণ্ডিগ’ৰ শ্বেয়াৰ মূল্য উৰ্দ্ধমুৰ্খী
0
SHARES
52
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মংগলবাৰে ভাৰত চৰকাৰে অহা ২৭ মাৰ্চৰ পৰা বাণিজ্যিক যাত্ৰী পৰিবহণকাৰী বিমান যাত্ৰাৰ সূচী পুনৰ আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছতে স্পাইজেট, ইণ্ডিগ’ আদি বিমান পৰিবহণ সংস্থাৰ ষ্টক মাৰ্কেটত শ্বেয়াৰৰ মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

ইণ্টাৰগ্লোব এভিয়েশ্যৰ শ্বেয়াৰ ১৬০০.০৫ কোটি টকাৰ পৰা আৰম্ভ হৈ ১২৭২৬ টকালৈ বৃদ্ধি পাইছে৷ প্ৰতিষ্ঠানটোৰ বজাৰত শ্বেয়াৰৰ মূল্য ৭.৯ শতাংশলৈ বৃদ্ধি পাইছে৷ ইয়াৰ ফলত ইণ্টাৰগ্লোব এভিয়েচনৰ বজাৰ কেপ ৬৫,৯১১ কোটি টকালৈ বৃদ্ধি পাইছে।

ইফালে বুধবাৰে স্পেইজেট শ্বেয়াৰো বৃদ্ধি পোৱা দেখা গ’ল৷ স্পেইজেটৰ শ্বেয়াৰ ৬.৫৮ শতাংশ বৃদ্ধি হৈছে৷ দিনটোত স্পাইচজেটৰ বজাৰ কেপ ৩,৫৭৪ কোটি টকালৈ বৃদ্ধি পাইছে।

 

লগতে পঢ়ক পৌৰসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয় : পৰাজয়ৰ দায়িত্ব স্বীকাৰ সভাপতি ভূপেন বৰাৰ

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে মংগলবাৰে ঘোষণা কৰিছিল যে প্ৰায় দুটা বছৰৰ পিছত ২৭ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান পুনৰ আৰম্ভ কৰিব৷ অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) কোভিড-১৯ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ২৩ মাৰ্চ, ২০২০ পৰা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰী সেৱা বন্ধ ৰাখিছিল।

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ এক বিজ্ঞপ্তিত কোৱা হৈছে, ‘‘সমগ্ৰ বিশ্বতে বৰ্ধিত টিকাকৰণ কভাৰেজক স্বীকৃতি দিয়াৰ পিছত আৰু অংশীদাৰসকলৰ সৈতে আলোচনা কৰি, ভাৰত চৰকাৰে ২৭-০৩-২০২২ তাৰিখৰ পৰা আন্তজাৰ্তিক বাণিজ্যিক বিমানৰ যাত্ৰীবাহী সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে৷’’

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!
ভাৰত

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

July 5, 2022
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?
ৰাজনীতি

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

July 5, 2022
১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?
বিবিধ

১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

July 5, 2022
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন
ভাৰত

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

July 5, 2022
Next Post
অমিতাভ বচ্চনৰ ঘৰত ৪ কোটি টকীয়া পেইণ্টিং : এই টকাৰে আপুনি কি কি ক্ৰয় কৰিব পাৰিব?

অমিতাভ বচ্চনৰ ঘৰত ৪ কোটি টকীয়া পেইণ্টিং : এই টকাৰে আপুনি কি কি ক্ৰয় কৰিব পাৰিব?

কাইলৈ নিৰ্বাচনৰ ফলাফল : জ্যোতিষীৰ ভৱিষ্যদ্বাণী, উত্তৰ প্ৰদেশত আকৌ যোগীৰাজ নিশ্চিত!

কাইলৈ নিৰ্বাচনৰ ফলাফল : জ্যোতিষীৰ ভৱিষ্যদ্বাণী, উত্তৰ প্ৰদেশত আকৌ যোগীৰাজ নিশ্চিত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.