• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাক ৰাষ্ট্ৰপতিৰ অনুষ্ঠানৰ পূৰ্বে আত্মঘাতী আক্ৰমণ : ৭ নিৰাপত্তাৰক্ষীৰ মৃত্যু

পাক ৰাষ্ট্ৰপতিৰ অনুষ্ঠানৰ পূৰ্বে আত্মঘাতী আক্ৰমণ : ৭ নিৰাপত্তাৰক্ষীৰ মৃত্যু

5 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

2 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

3 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

3 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

3 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

4 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

4 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

5 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

6 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

8 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পাক ৰাষ্ট্ৰপতিৰ অনুষ্ঠানৰ পূৰ্বে আত্মঘাতী আক্ৰমণ : ৭ নিৰাপত্তাৰক্ষীৰ মৃত্যু

editor by editor
March 9, 2022
in বিশ্ব, ৰাজনীতি
0
পাক ৰাষ্ট্ৰপতিৰ অনুষ্ঠানৰ পূৰ্বে আত্মঘাতী আক্ৰমণ : ৭ নিৰাপত্তাৰক্ষীৰ মৃত্যু
0
SHARES
158
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ বোমা বিস্ফোৰণে কঁপাই গৈছে পাকিস্তান৷ মংগলবাৰে দেশখনৰ বেলুচিস্তান অনুষ্ঠিত পাক ৰাষ্ট্ৰপতি আৰিফ আলিৰ অনুষ্ঠানত পূৰ্বে সংঘটিত হয় সেই এই আত্মঘাতী বিস্ফোৰণ৷

বিস্ফোৰণটো দেশখনৰ ৰাষ্ট্ৰপতি আৰিফ আলিৰ অনুষ্ঠান আৰম্ভ হোৱাৰ মাত্ৰ ৩০ মিনিটৰ পূৰ্বে সংঘটিত হয়৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ৰাষ্ট্ৰপতি অনুষ্ঠানৰ পৰা মাত্ৰ ৮০০ মিটাৰ নিলগত আত্মঘাতী বোমাৰুৱে বিস্ফোৰণ সংঘটিত কৰে৷

বিস্ফোৰণত অনুষ্ঠানৰ নিৰাপত্তাৰ দায়িত্ব থকা সাতগৰাকী নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছে৷ উক্ত বিস্ফোৰণটো দক্ষিণ-পশ্চিম পাকিস্তানত বিচ্ছিন্নতাবাদী সংগঠনে সংঘটিত কৰা বুলি দাবী কৰিছে পাকিস্তান চৰকাৰে৷ আনহাতে আইচিছে এই আত্মঘাতী আক্ৰমণৰ কৰাৰ কথা স্বীকাৰ কৰিছে৷

লগতে পঢ়ক পৌৰসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয় : পৰাজয়ৰ দায়িত্ব স্বীকাৰ সভাপতি ভূপেন বৰাৰ

উল্লেখ্য যে এই সংগঠনটোৱেই যোৱা শুক্ৰবাৰে পেছোৱাৰৰ এটা ছিয়া মছজিদত হোৱা আত্মঘাতী আক্ৰমণৰ দায়িত্বও স্বীকাৰ কৰিছিল, য’ত ৬২ জন লোক নিহত আৰু প্ৰায় ২০০ জন লোক আহত হৈছিল।

উল্লেখ্যে যে ইৰাণ আৰু আফগানিস্তানৰ সীমান্তত অৱস্থিত বেলুচিস্তান হৈছে পাকিস্তানৰ আটাইতকৈ দৰিদ্ৰ অঞ্চল৷ প্ৰাকৃতিক সম্পদেৰে ভৰা উক্ত অঞ্চলটো বিচ্ছিন্নতাবাদী সংগঠন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে এতিয়াও উন্নয়ন সম্ভৱ হোৱা নাই বুলি কোৱা হয়৷

লগতে পঢ়ক সন্মুখ সমৰত ব্যৰ্থ বিডেন! অন্য পথেৰে পুটিনক ভেটাৰ চেষ্টা মাৰ্কিন ৰাষ্ট্ৰপতিৰ!

যোৱা কে’বাটা সপ্তাহত অঞ্চলটোত বিচ্ছিন্নতাবাদীসকলে নিৰাপত্তা ঘাটিসমূহৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত আক্ৰমণ চলাই বহু লোকক হত্যা কৰিছে৷ যোৱা মাহত, বেলুচ বিচ্ছিন্নতাবাদীসকলে প্ৰদেশৰ দুটা স্থানত চাৰিদিনীয়া আক্ৰমণ চলাই নজন সৈনিকক হত্যা কৰিছিল।

বিদ্ৰোহীসকলে দীৰ্ঘদিন ধৰি অঞ্চলটোত লাভজনক খনন আৰু শক্তি প্ৰকল্পৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে৷ তেওঁলোকৰ অভিযোগ যে অঞ্চলটোৰ সম্পদ আহৰণ কৰিলেও অঞ্চলবাসীয়ে তাৰ পৰা কোনো সুফল লাভ কৰা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssampakistanPakistan bomb blast
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?
বিশ্ব

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

September 27, 2026
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা
অপৰাধ

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

September 27, 2026
Next Post
আন্তজাৰ্তিক বিমানৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ : স্পাইজেট, ইণ্ডিগ’ৰ শ্বেয়াৰ মূল্য উৰ্দ্ধমুৰ্খী

আন্তজাৰ্তিক বিমানৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ : স্পাইজেট, ইণ্ডিগ’ৰ শ্বেয়াৰ মূল্য উৰ্দ্ধমুৰ্খী

অমিতাভ বচ্চনৰ ঘৰত ৪ কোটি টকীয়া পেইণ্টিং : এই টকাৰে আপুনি কি কি ক্ৰয় কৰিব পাৰিব?

অমিতাভ বচ্চনৰ ঘৰত ৪ কোটি টকীয়া পেইণ্টিং : এই টকাৰে আপুনি কি কি ক্ৰয় কৰিব পাৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.