• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্মুখ সমৰত ব্যৰ্থ বিডেন! অন্য পথেৰে পুটিনক ভেটাৰ চেষ্টা মাৰ্কিন ৰাষ্ট্ৰপতিৰ!

সন্মুখ সমৰত ব্যৰ্থ বিডেন! অন্য পথেৰে পুটিনক ভেটাৰ চেষ্টা মাৰ্কিন ৰাষ্ট্ৰপতিৰ!

4 years ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

25 minutes ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

57 minutes ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

1 hour ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

2 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

4 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

5 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

7 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

7 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

8 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

8 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

সন্মুখ সমৰত ব্যৰ্থ বিডেন! অন্য পথেৰে পুটিনক ভেটাৰ চেষ্টা মাৰ্কিন ৰাষ্ট্ৰপতিৰ!

editor by editor
March 9, 2022
in বিশ্ব, ৰাজনীতি
0
সন্মুখ সমৰত ব্যৰ্থ বিডেন! অন্য পথেৰে পুটিনক ভেটাৰ চেষ্টা মাৰ্কিন ৰাষ্ট্ৰপতিৰ!
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ১৪ টা দিনত ভৰি দিয়াৰ পিছতো ৰুছ ৰাষ্ট্ৰপতি পুটিনে যুদ্ধ স্তব্ধ কৰাৰ নামেই লোৱা নাই৷ ৰাছিয়াৰ এই আগ্ৰাসী আক্ৰমণত কিংকৰ্তব্যবিমূঢ় হৈ এইবাৰ আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে এক চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিবলৈ বাধ্য হৈছে৷ অৱশ্যে জু বিডেন প্ৰশাসনৰ এই সিদ্ধান্তক ভ্লাদিমিৰ পুটিনৰ প্ৰশাসনে কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

ৰাছিয়াই আক্ৰমণ বন্ধ নকৰাত ক্ষুব্ধ হৈ হোৱাইট হাউছে ৰাছিয়াৰ তেল, প্ৰাকৃতিক গেছ আৰু কয়লা আমদানিৰ ওপৰত আনুষ্ঠানিক নিষেধাজ্ঞা ঘোষণা কৰিছে। এই নিষেধাজ্ঞা জাৰি কৰি জু বিডেনে পুটিনক সতৰ্ক কৰি দিছে যে এই যুদ্ধত কেতিয়াও ৰাছিয়াই জয় লাভ নকৰে৷

উল্লেখ্য যে ইউক্ৰেইন আক্ৰমণ কৰাৰ প্ৰায় লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত কেইবাটাও অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল। আমেৰিকাসহ ইউৰোপীয় দেশসমূহৰ এই নিষেধাজ্ঞাই কোনো ফল নধৰিল৷ এই নিষেধাজ্ঞাক বৃদ্ধাংগুষ্ঠ দেখুওৱাই পুটিনে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ দিনক দিনে তীব্ৰতৰহে কৰি গৈছে।

লগতে পঢ়ক কেন্দ্ৰীয় মন্ত্ৰীয়ে আগবঢ়ালে ফুলৰ থোপা; ইউক্ৰেইনৰ পৰা ওভতা শিক্ষাৰ্থীয়ে কৰিলে উপেক্ষা

ইফালে বিশ্বৰ বহুজাতিক কোম্পানীসমূহেও ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কোকা-কোলা, পেপচি, মেকড’নাল্ডছ, লিভিজ, নেটফ্লিক্সকে ধৰি কেইবাটাও পশ্চিমীয়া বহুজাতিক কোম্পানীয়েও ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ছিন্ন কৰিছে।

এই নিষেধাজ্ঞাৰ তালিকাত শেহতীয়া সংযোজন হৈছে ৰাছিয়াৰ পৰা তেল, প্ৰাকৃতিক গেছ আৰু কয়লা আমদানি বন্ধ কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জু বিডেনে বুধবাৰে হোৱাইট হাউছৰ পৰা আনুষ্ঠানিকভাৱে এই সিদ্ধান্ত ঘোষণা কৰে। বিশেষজ্ঞসকলৰ মতে, এই সিদ্ধান্ত পূৰ্বেই লোৱা হৈছিল যদিও বুধবাৰে মাত্ৰ আনুষ্ঠানিক ঘোষণাহে কৰা হৈছে।

লগতে পঢ়ক অবিশ্বাস্য! তালিবানৰ নাৰী দিৱসৰ শুভেচ্ছা; আফগান মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিশ্ৰুতি

ইফালে বিডেনৰ এই ঘোষণাৰ পিছতো ৰাছিয়াই আক্ৰমণ বন্ধ কৰাৰ নামেই লোৱা নাই৷ আনহাতে, বুধবাৰে বিডেনে নিষেধাজ্ঞাসমূহ ঘোষণা কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হোৱা দেখা গৈছে। ‘‘পুটিনে এখন চহৰ দখল কৰিব পাৰে, কিন্তু তেওঁ কেতিয়াও সমগ্ৰ ইউক্ৰেইনক পৰাস্ত কৰিব নোৱাৰে।’’ ইয়াৰ পিছতে জু বিডেনে পুটিনক আক্ৰমণ কৰি এইদৰে কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine invasionRussia Ukraine War
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’
ভাৰত

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

July 11, 2026
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
Next Post
পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা : কোন কোন জিলাত কোন দলে কৰিলে জয়লাভ?

পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা : কোন কোন জিলাত কোন দলে কৰিলে জয়লাভ?

পৌৰসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয় : পৰাজয়ৰ দায়িত্ব স্বীকাৰ সভাপতি ভূপেন বৰাৰ

পৌৰসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয় : পৰাজয়ৰ দায়িত্ব স্বীকাৰ সভাপতি ভূপেন বৰাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.