• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক বিৰল মানসিক ৰোগত আক্ৰান্ত হৈছে বলিউদৰ অভিনেতা নাছিৰুদ্দিন শ্বাহ!

এক বিৰল মানসিক ৰোগত আক্ৰান্ত হৈছে বলিউদৰ অভিনেতা নাছিৰুদ্দিন শ্বাহ!

5 years ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

5 minutes ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

45 minutes ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

2 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

2 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

3 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

3 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

3 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

4 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

5 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

5 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

6 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এক বিৰল মানসিক ৰোগত আক্ৰান্ত হৈছে বলিউদৰ অভিনেতা নাছিৰুদ্দিন শ্বাহ!

editor by editor
March 9, 2022
in চিনেমা, ভাৰত, স্বাস্থ্য
0
এক বিৰল মানসিক ৰোগত আক্ৰান্ত হৈছে বলিউদৰ অভিনেতা নাছিৰুদ্দিন শ্বাহ!
0
SHARES
320
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ যশস্বী অভিনেতা নাছিৰুদ্দিন শ্বাহে এক বিৰল মানসিক অৱস্থা(ৰোগ!)ত আক্ৰান্ত হৈছে৷ এক গুৰুতৰ মানসিক ৰোগৰ বিৰুদ্ধে যুঁজি থকাৰ কথা অভিনেতা নাছিৰুদ্দিন শ্বাহে নিজে প্ৰকাশ কৰিছে৷

ইউটিউব চেলেন চলচ্চিত্ৰ টকছৰ এটা সাক্ষাৎকাৰত দেশৰ বিশিষ্ট অভিনেতাগৰাকীয়ে কয় যে তেওঁ ওনোমাটোমেনিয়া নামৰ এক গুৰুতৰ মানসিক অৱস্থাৰে যুঁজি আছে৷

ইয়ে তেওঁক বিশ্ৰাম লোৱাৰ লগতে শুবলৈও নিদিয়ে বুলিও প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে৷

লগতে পঢ়ক অবিশ্বাস্য! তালিবানৰ নাৰী দিৱসৰ শুভেচ্ছা; আফগান মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিশ্ৰুতি

এই মানসিক অৱস্থাটোৰ বাবে নাছিৰুদ্দিন শ্বাহে ভাল লগা একেটা কথাকে বা কবিতাৰ পংক্তিয়ে পুনৰাবৃত্তি কৰি অনৰ্গল আওৰাই থাকে, যাৰফলত তেওঁ টোপনিৰ সৈতও যুঁজিবলগীয়া হৈছে৷

উল্লেখ্য যে এই ৰোগত আক্ৰান্ত ৰোগীয়ে এটা নিৰ্দিষ্ট শব্দ বা বাক্য অনৰ্গল আওৰাই থাকে। নাছিৰুদ্দিন শ্বাহে ইটাৰভিউটোত কয়, ‘‘মই ওনোমাটোমেনিয়া নামৰ ৰোগত ভুগি আছো। মই ধেমালি কৰা নাই। এইটো এটা মেডিকেল কণ্ডিশ্যন। আপুনি ইয়াক অভিধানত বিচাৰি চাব পাৰে।’’

অৱশ্যে চিকিৎসা শাস্ত্ৰত এই ওনোমাটোমেনিয়াক ৰোগ হিচাপে গণ্য কৰা নহয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest portalnaseeruddin shahOnomatomania
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ
বিবিধ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

September 18, 2026
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?
ভাৰত

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

September 18, 2026
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?
ভাৰত

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

September 18, 2026
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
Next Post
সন্মুখ সমৰত ব্যৰ্থ বিডেন! অন্য পথেৰে পুটিনক ভেটাৰ চেষ্টা মাৰ্কিন ৰাষ্ট্ৰপতিৰ!

সন্মুখ সমৰত ব্যৰ্থ বিডেন! অন্য পথেৰে পুটিনক ভেটাৰ চেষ্টা মাৰ্কিন ৰাষ্ট্ৰপতিৰ!

পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা : কোন কোন জিলাত কোন দলে কৰিলে জয়লাভ?

পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা : কোন কোন জিলাত কোন দলে কৰিলে জয়লাভ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.