• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিশ্বাস্য! তালিবানৰ নাৰী দিৱসৰ শুভেচ্ছা; আফগান মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিশ্ৰুতি

অবিশ্বাস্য! তালিবানৰ নাৰী দিৱসৰ শুভেচ্ছা; আফগান মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিশ্ৰুতি

5 years ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

34 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

44 minutes ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

58 minutes ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

1 hour ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

2 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

5 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

6 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

7 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

7 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

8 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

17 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অবিশ্বাস্য! তালিবানৰ নাৰী দিৱসৰ শুভেচ্ছা; আফগান মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিশ্ৰুতি

editor by editor
March 8, 2022
in বিশ্ব, ৰাজনীতি
0
অবিশ্বাস্য! তালিবানৰ নাৰী দিৱসৰ শুভেচ্ছা; আফগান মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিশ্ৰুতি
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ মাৰ্চ আন্তজাৰ্তিক নাৰী দিৱস৷ বিশ্বৰ নাৰী সমাজৰ গণতান্ত্ৰিক তথা ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অধিকাৰ সাব্যস্তকৰণৰ আন্দোলনে সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰা এই নাৰী দিৱস প্ৰতি বছৰে ৮ মাৰ্চত বিশ্বজুৰি পালন কৰা হয়৷

এই নাৰী দিৱসৰ দিনাই আফগানিস্তানৰ তালিবানে টুইট কৰি নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷ আফগানিস্তানৰ বৈদেশিক মন্ত্ৰলায়ৰ মুখপাত্ৰ আব্দুল কাহাৰ বালখিয়ে টুইট কৰি আফগান মহিলাৰ সন্মান ৰক্ষা কৰা হ’ব বুলি মন্তব্য কৰিছে৷

‘‘৮ মাৰ্চৰ আন্তজাৰ্তিক নাৰী দিৱসটো সমস্ত নাৰী সমাজৰ বাবে শুভ হওক৷’’ টুইট কৰি ইয়াৰ লগতে কোৱা হৈছে যে আফগানিস্তানত অব্যাহত থকা দীৰ্ঘদিনীয়া যুদ্ধই মহিলাসকলৰ বিস্তৰ ক্ষতি কৰিছে৷ সেয়ে আগন্তুক দিনত আফগান মহিলাই যাতে সন্মানজনক ভাৱে জীয়াই থাকিব পাৰে সেইটো নিশ্চিত কৰা হ’ব৷

লগতে পঢ়ক তেওঁলোকৰ কি কি গোপনীয়তাৰ বিষয়ে পুৰুষে জনাতো বিচাৰে মহিলাই?

আফগান মহিলাৰ সন্মান কেনেকৈ ৰক্ষা কৰা হ’ব সেই বিষয়েও উল্লেখ কৰা হৈছে৷ ইছলামন ৰীতি-নীতি ৰক্ষা কৰি তালিবানে আফগান মহিলাৰ সন্মান ৰক্ষা কৰিব বুলি উল্লেখ কৰিছে৷ তালিবানৰ নাৰী দিৱসৰ এই শুভেচ্ছাসহ আফগান মহিলাৰ সন্মান ৰক্ষাৰ সংকল্প দেখি সমগ্ৰ বিশ্বই অবাক হৈ পৰিছে৷

উল্লেখ্য যে প্ৰথমে ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ তালিবানে আফগানিস্তান শাসন কৰি মহিলাৰ সকলো অধিকাৰকে দেশখনৰ পৰা বিলোপ কৰিছিল৷ যোৱা বৰ্ষত পুনৰ আফগানিস্তান দখল কৰি তালিবানে মহিলাৰ শিক্ষাকে আদি কৰি কৰ্মৰ অধিকাৰ আদিও হৰণ কৰিছে৷

কিন্তু আফগানিস্তান দখল কৰাৰ পিছতে পূৰ্বৰ তালিবানী নীতিক লৈ বিশ্ব সম্প্ৰদায়ৰ কঠোৰ সমালোচনা সন্মুখীন হৈ তালিবানে নাৰী অধিকাৰ আৰু স্বাধীনতাৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ কিন্তু তাৰপিছতো তালিবানে মহিলাৰ ওপৰত কিছুমান নতুন ফটোৱা জাৰি কৰিবলৈ এৰা নাছিল৷

লগতে পঢ়ক ৰাছিয়াই প্ৰকাশ কৰিছে শত্ৰু ৰাষ্ট্ৰৰ তালিকা! কোন কোন ৰাষ্ট্ৰ আছে এই তালিকাত?

ইয়াৰ পিছতে পুনৰ বিশ্ব সম্প্ৰদায়ৰ তীব্ৰ গৰিহণা আৰু সমালোচনাৰ সন্মুখীন হয় তালিবান৷ এইদৰে পুনৰ বিশ্ব সম্প্ৰদায়ৰ গৰিহণাৰ সন্মুখীন হৈ তালিবানে এনে বিবৃতি প্ৰকাশ কৰিছে বুলি ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Afghan womenafghanistanasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest Portal in AssamInternational women daytaliban
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক
বিশ্ব

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

September 22, 2026
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
Next Post
কেন্দ্ৰীয় মন্ত্ৰীয়ে আগবঢ়ালে ফুলৰ থোপা; ইউক্ৰেইনৰ পৰা ওভতা শিক্ষাৰ্থীয়ে কৰিলে উপেক্ষা

কেন্দ্ৰীয় মন্ত্ৰীয়ে আগবঢ়ালে ফুলৰ থোপা; ইউক্ৰেইনৰ পৰা ওভতা শিক্ষাৰ্থীয়ে কৰিলে উপেক্ষা

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.