• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেওঁলোকৰ কি কি গোপনীয়তাৰ বিষয়ে পুৰুষে জনাতো বিচাৰে মহিলাই?

তেওঁলোকৰ কি কি গোপনীয়তাৰ বিষয়ে পুৰুষে জনাতো বিচাৰে মহিলাই?

4 years ago
শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

8 hours ago
ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

8 hours ago
নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

9 hours ago
বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

10 hours ago
কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

10 hours ago
সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

11 hours ago
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

13 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

13 hours ago
২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

14 hours ago
২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

15 hours ago
কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

1 day ago
মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তেওঁলোকৰ কি কি গোপনীয়তাৰ বিষয়ে পুৰুষে জনাতো বিচাৰে মহিলাই?

editor by editor
March 8, 2022
in বিবিধ
0
তেওঁলোকৰ কি কি গোপনীয়তাৰ বিষয়ে পুৰুষে জনাতো বিচাৰে মহিলাই?
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি নিশ্চয় প্ৰায়ে পুৰুষৰ মুখৰ পৰা শুনিছে যে মহিলাসকলক বুজি পোৱাটো অসম্ভৱ। প্ৰকৃততে, মহিলাসকলে পুৰুষৰ তুলনাত তেওঁলোকৰ অনুভূতি প্ৰকাশ কৰিবলৈ লাজহে কৰে। এনে পৰিস্থিতিত, যদি আপুনি এগৰাকী মহিলাক সুখী কৰিব বিচাৰে তেন্তে আপোনাৰ বাবে কেইটামান কথা জনাটো অতি গুৰুত্বপূৰ্ণ।

প্ৰতিগৰাকী মহিলাই তেওঁৰ সংগীৰ মাজত বিচৰা কিছুমান ৰহস্যৰ বিষয়ে কথা পাতো আহক।

১. পুৰুষে মহিলাৰ ৰহস্যৰ বিষয়ে জানিব লাগে–

যিকোনো সম্পৰ্কত, পুৰুষে মহিলা সঙ্গীক সুখী কৰিবলৈ বহুতো কাম কৰে৷ যাৰ স্বত্বেও তেওঁ তেওঁলোকক প্ৰভাৱিত কৰিব নোৱাৰে। এনে হোৱাৰ কাৰণ হ’ল পুৰুষসকলে নাৰীৰ মনত কি চলি আছে বুজি নাপায়। দৰাচলতে, মহিলাসকলে তেওঁলোকৰ অনুভূতি কাৰো সৈতে সহজে শ্বেয়াৰ কৰিবলৈ নিবিচাৰে। এনে পৰিস্থিতিত পুৰুষসকলে জানিব লাগিব যে মহিলাৰ ৰহস্যবোৰ কি।

লগতে পঢ়ক ৰাছিয়াই প্ৰকাশ কৰিছে শত্ৰু ৰাষ্ট্ৰৰ তালিকা! কোন কোন ৰাষ্ট্ৰ আছে এই তালিকাত?

২. মহিলাসকলে যত্নশীল লোক ভাল পায়–

মহিলাসকলে তেওঁলোকৰ যথেষ্ট যত্ন লোৱা লোকসকলক ভাল পায়। যদি আপুনি আপোনাৰ সঙ্গীক বহুত যত্ন লয় যেতিয়া তেওঁলোক সুখী হয়৷

৩. বিভিন্ন ধৰণে প্ৰেম প্ৰকাশ কৰক-

প্ৰেম প্ৰকাশ কৰিবলৈ সদায় কিবা বিশেষ কৰিব, কিয়নো বিশ্বাস কৰা হয় যে সকলো মহিলাই বিভিন্ন ধৰণে প্ৰেম প্ৰকাশ কৰা সঙ্গীকহে পচন্দ কৰে।

৪. সময়ে সময়ে প্ৰশংসা কৰক-

সকলো মহিলাই তেওঁলোকৰ প্ৰশংসা ভাল পায়। যদি আপুনি সময়ে সময়ে আপোনাৰ সঙ্গীক প্ৰশংসা কৰে, তেনেহ‘লে তেওঁলোকে ইয়াক যথেষ্ট ভাল পাব৷

লগতে পঢ়ক জামিন অযোগ্য গ্ৰেপ্তাৰী পাৰোৱানা : মুখ খুলি কি ক’লে বলিউদৰ অভিনেত্ৰী সোণাক্ষী সিনহাই?

৫. হস্তক্ষেপ কৰা লোকক ভাল নাপায়–

ইয়াৰ বাহিৰেও, মহিলাসকলে কথাই কথাই হস্তক্ষেপ কৰা লোকক ভাল নাপায়। যদি আপুনি তাইৰ জীৱনত হস্তক্ষেপ কৰিবলৈ ধৰে তেনে তেওঁৰ আপোনাৰ প্ৰতি বিতৃষ্ণা উপজিব।

৬. কথাই কথাই তৰ্ক নকৰিব–

যিকোনো সম্পৰ্কত বাদ বিবাদ অথবা কাজিয়াৰ সূত্ৰপাত হোৱা স্বাভাৱিক৷ কিন্তু মহিলাসকলে সদায়ে কাজিয়া আৰু তৰ্ক কৰিবলৈ ভাল নাপায়। আৰু তৰ্কৰ পৰাই কাজিয়াৰ সূত্ৰপাত ঘটে৷ গতিকে তৰ্ক নকৰিবলৈ চেষ্টা কৰিব যাতে আপুনি কাজিয়াৰ ৰূপ নাপায়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest Portal in Assamrelationship
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ
জীৱনশৈলী

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

January 22, 2026
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?
জীৱনশৈলী

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

January 22, 2026
এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত
জীৱনশৈলী

এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

January 21, 2026
ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?
ক্ৰীড়া

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

January 20, 2026
Next Post
ভাৰতবাসীৰ বাবে স্বস্তি! যুদ্ধবিধ্বস্ত চুমীত আৱদ্ধ ৭শ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ

ভাৰতবাসীৰ বাবে স্বস্তি! যুদ্ধবিধ্বস্ত চুমীত আৱদ্ধ ৭শ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ

অবিশ্বাস্য! তালিবানৰ নাৰী দিৱসৰ শুভেচ্ছা; আফগান মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিশ্ৰুতি

অবিশ্বাস্য! তালিবানৰ নাৰী দিৱসৰ শুভেচ্ছা; আফগান মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিশ্ৰুতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.