• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জামিন অযোগ্য গ্ৰেপ্তাৰী পাৰোৱানা : মুখ খুলি কি ক’লে বলিউদৰ অভিনেত্ৰী সোণাক্ষী সিনহাই?

জামিন অযোগ্য গ্ৰেপ্তাৰী পাৰোৱানা : মুখ খুলি কি ক’লে বলিউদৰ অভিনেত্ৰী সোণাক্ষী সিনহাই?

4 years ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

40 minutes ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

1 hour ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

2 hours ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

3 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

4 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

4 hours ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

5 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

5 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

6 hours ago
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

6 hours ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

7 hours ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জামিন অযোগ্য গ্ৰেপ্তাৰী পাৰোৱানা : মুখ খুলি কি ক’লে বলিউদৰ অভিনেত্ৰী সোণাক্ষী সিনহাই?

editor by editor
March 8, 2022
in চিনেমা, বিনোদন, ভাৰত
0
জামিন অযোগ্য গ্ৰেপ্তাৰী পাৰোৱানা : মুখ খুলি কি ক’লে বলিউদৰ অভিনেত্ৰী সোণাক্ষী সিনহাই?
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ মোহময়ী অভিনেত্ৰী সোণাক্ষী সিনহাৰ বিৰুদ্ধে ৩৭ লাখ টকাৰ প্ৰতাৰণাৰ গোচৰত আদালতে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰিছিল৷

যোৱা দেওবাৰে এই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে অভিনেত্ৰীগৰাকীয়ে মুখ খুলিছে৷ মংগলবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰী সোণাক্ষী সিনহাই কয় যে তেওঁক বদনাম কৰিবলৈ কোনো অসৎ লোকে এই ভুৱা বাতৰি প্ৰচাৰ কৰিছে৷

অভিনেত্ৰীগৰাকীয়ে লগতে এই ভুৱা বাতৰিটোত গুৰুত্ব নিদিবলৈও আহ্বান জনাইছে৷ ‘‘সংবাদ মাধ্যমত উৰা বাতৰি ওলাইছে যে মোৰ বিৰুদ্ধে জামিন অযোগ্য ধাৰাত গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছে৷ এই বাতৰিটোৰ কোনো সত্যতা নাই৷ এইটো এটা মনে গঢ়া কাহিনী৷ কিছুমান অসৎ লোকে মোক বদনাম কৰিবলৈ এনে কৰিছে৷’’ সোণাক্ষী সিনহাই কয়৷

লগতে কয় গ্ৰেপ্তাৰ হ’ব অভিনেত্ৰী সোণাক্ষী সিনহা! সোণাক্ষীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি

আদালতত বিচাৰাধীন গোৰটোৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ মন্তব্য নকৰিবলৈও সকলো পক্ষকে আহ্বান জনাইছে অভিনেত্ৰী সোণাক্ষী সিনহাই৷

উল্লেখ্য যে দিল্লীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সোণাক্ষী সিনহাই ৩৭ লাখ টকা অগ্ৰিম ধন লৈ অনুষ্ঠানত উপস্থিত নথকাৰ গুৰুতৰ অভিযোগ উত্থপান হৈছিল৷

আয়োজক প্ৰমোদ শৰ্মা নামৰ লোকজনে সোণাক্ষী সিহনাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি এক প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছিল৷

লগতে কয় যুদ্ধৰ বিৰোধিতাৰে উত্তাল ৰাছিয়া : ১৩ হাজাৰ যুদ্ধ বিৰোধী ৰাছিয়ানক পোতাশাললৈ নিক্ষেপ পুটিনৰ

উক্ত প্ৰৱঞ্চনাৰ গোচৰটো এতিয়াও বিচাৰাধীন হৈ আছে৷ যোৱা দেওবাৰে এই গোচৰটোৰ সংক্ৰান্ততে বলিউদৰ অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে জামিন অযোগ্য গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা বুলি বাতৰি প্ৰচাৰ হৈছিল৷ ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মংগলবাৰে সোণাক্ষী সিনহাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBollywoodbollywood actressSonakshi SinhaSonakshi Sinha fraud case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?
জীৱনশৈলী

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

May 20, 2026
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?
জীৱনশৈলী

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

May 20, 2026
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?
জীৱনশৈলী

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

May 20, 2026
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?
জীৱনশৈলী

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

May 20, 2026
Next Post
ৰাছিয়াই প্ৰকাশ কৰিছে শত্ৰু ৰাষ্ট্ৰৰ তালিকা! কোন কোন ৰাষ্ট্ৰ আছে এই তালিকাত?

ৰাছিয়াই প্ৰকাশ কৰিছে শত্ৰু ৰাষ্ট্ৰৰ তালিকা! কোন কোন ৰাষ্ট্ৰ আছে এই তালিকাত?

চীন-ভাৰতৰ সীমান্ত  সমস্যা : দুয়ো দেশৰ মাজত অনুষ্ঠিত হ’ব উচ্চ পৰ্যায়ৰ আলোচনা

চীন-ভাৰতৰ সীমান্ত সমস্যা : দুয়ো দেশৰ মাজত অনুষ্ঠিত হ’ব উচ্চ পৰ্যায়ৰ আলোচনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.