• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰেপ্তাৰ হ’ব অভিনেত্ৰী সোণাক্ষী সিনহা! সোণাক্ষীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি

গ্ৰেপ্তাৰ হ’ব অভিনেত্ৰী সোণাক্ষী সিনহা! সোণাক্ষীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি

5 years ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

25 minutes ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

1 hour ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

2 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

3 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

4 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

5 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

5 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

6 hours ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

6 hours ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

9 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

9 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গ্ৰেপ্তাৰ হ’ব অভিনেত্ৰী সোণাক্ষী সিনহা! সোণাক্ষীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি

editor by editor
March 7, 2022
in অপৰাধ, চিনেমা, ভাৰত
0
গ্ৰেপ্তাৰ হ’ব অভিনেত্ৰী সোণাক্ষী সিনহা! সোণাক্ষীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি
0
SHARES
522
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ মোহময়ী অভিনেত্ৰী সোণাক্ষী সিনহা পুনৰ সংবাদ শিৰোনামলৈ আহিছে। সূত্ৰসমূহে জনাইছে যে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৩৭ লাখ টকাৰ প্ৰৱঞ্চনাৰ গোচৰত জামিন অযোগ্য গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছে।

অভিনেত্ৰী সোণাক্ষী সিনহাৰ বিৰুদ্ধে দিল্লীত এটা অনুষ্ঠানৰ বাবে ৩৭ লাখ টকা আদায় লৈ অনুষ্ঠানটোত উপস্থিত নথকাৰ অভিযোগ উত্থাপন কৰা হৈছিল৷ সোণাক্ষীৰ বিৰুদ্ধে অনুষ্ঠানটোৰ আয়োজকে ধন ঘূৰাই দিয়াৰ বাবে বাৰে বাৰে কৰা অনুৰোধক উপেক্ষা কৰি অহাৰ অভিযোগ কৰি আহিছে৷

ইয়াৰ পিছতে মোৰাদাবাদ অঞ্চলৰ বাসিন্দা অনুষ্ঠানৰ আয়োজক প্ৰমোদ শৰ্মাই সোণাক্ষীৰ বিৰুদ্ধে এটা প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰে।

লগতে পঢ়ক উদ্ধাৰ অভিযান বন্ধ, ৰুছ সেনাৰ গোলাবৰ্ষণ : যুদ্ধবিৰতি উলংঘা ৰাছিয়াৰ!

গোচৰ ৰুজু কৰি অভিযোগকাৰী শৰ্মাই কয় যে সোণাক্ষী মোৰাদাবাদৰ অনুষ্ঠানটোত মুখ্য অতিথি হোৱাৰ কথা আছিল। কিন্তু, তেওঁ ধন আদায় লৈও অনুষ্ঠানটোত উপস্থিত হোৱা নাছিল।

অনুষ্ঠানটোৰ আয়োজক প্ৰমোদ শৰ্মাৰ মতে দাবাং গাৰ্লৰ মেনেজাৰে কোনো ধন ঘূৰাই দিয়া নহয় বুলি জনাইছিল৷ ইফালে প্ৰৱঞ্চনাৰ গোচৰটো পঞ্জীয়ন হোৱাৰ পিছতে সোণাক্ষীয়ে মোৰাদাবাদলৈ গৈ নিজৰ বিবৃতি লিপিবদ্ধ কৰে৷

কিন্তু তাৰ পিছতে গোচৰ সন্দৰ্ভত সোণাক্ষীয়ে আদালতক কোনো সঁহাৰি জনোৱা নাই বুলি অভিযোগ কৰা হৈছে। ইয়াৰ পিছতে সোণাক্ষী সিনহাৰ বিৰুদ্ধে জামিন অযোগ্য ধাৰাৰ অধীনত গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰা হৈছে।

লগতে পঢ়ক এই লক্ষণ দেখিলেই বুজিব স্ত্ৰী তৃতীয় ব্যক্তিৰ প্ৰতি আসক্ত! সেই লক্ষণসমূহ কি কি?

উল্লেল্য যে কেইদিনমান আগতে ছ’চিয়েল মিডিয়াত এখন ফ’টো ভাইৰেল হৈ পৰিছিল, যিখনে সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে। ফ’টোখনত বলিউদৰ ছুপাৰষ্টাৰ চলমান খানক দৰাৰ সাজত আৰু সোনাক্ষী সিনহাক কইনাৰ সাজত দুয়োৱে দুয়োকে আঙুঠি পিন্ধোৱা দেখা গৈছে৷

এই ফ’টোখনৰ পিছতে চলমান খান আৰু সোণাক্ষী সিনহাই গোপনে বিবাহপাশত আৱদ্ধ হোৱা বুলিও চৰ্চা লাভ কৰিছিল৷ অৱশ্যে সেয়া পিছত উৰা বাতৰি বুলিহে প্ৰকাশ পাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBollywoodbollywood actressSalman KhanSonakshi Sinha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ
নিয়োগ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

October 14, 2026
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
Next Post
এইবাৰ নিজৰ দুৰ্ঘটনাক লৈ ‘কাচা বাদাম’ৰ গায়ক ভুৱন বাদ্যকাৰৰ নতুন গান

এইবাৰ নিজৰ দুৰ্ঘটনাক লৈ ‘কাচা বাদাম’ৰ গায়ক ভুৱন বাদ্যকাৰৰ নতুন গান

ৰাছিয়া-ইউক্ৰকেইন যুদ্ধৰ কুফল ভুগিব ভাৰতবাসীয়ে : ২০ টকা পৰ্যন্ত বৃদ্ধি হ’ব ইন্ধনৰ মূল্য!

ৰাছিয়া-ইউক্ৰকেইন যুদ্ধৰ কুফল ভুগিব ভাৰতবাসীয়ে : ২০ টকা পৰ্যন্ত বৃদ্ধি হ’ব ইন্ধনৰ মূল্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.