• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উদ্ধাৰ অভিযান বন্ধ, ৰুছ সেনাৰ গোলাবৰ্ষণ : যুদ্ধবিৰতি উলংঘা ৰাছিয়াৰ!

উদ্ধাৰ অভিযান বন্ধ, ৰুছ সেনাৰ গোলাবৰ্ষণ : যুদ্ধবিৰতি উলংঘা ৰাছিয়াৰ!

4 years ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

1 hour ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

2 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

2 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

3 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

4 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

6 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

6 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

7 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

9 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

20 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

উদ্ধাৰ অভিযান বন্ধ, ৰুছ সেনাৰ গোলাবৰ্ষণ : যুদ্ধবিৰতি উলংঘা ৰাছিয়াৰ!

editor by editor
March 5, 2022
in বিশ্ব, ৰাজনীতি
0
উদ্ধাৰ অভিযান বন্ধ, ৰুছ সেনাৰ গোলাবৰ্ষণ : যুদ্ধবিৰতি উলংঘা ৰাছিয়াৰ!
0
SHARES
263
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিবাৰে ৰাছিয়াই ইউক্ৰেইনৰ দুই চহৰত সাময়িক যুদ্ধবিৰতিৰ ঘোষণা কৰিছিল৷ মাৰিয়’পুল আৰু ভ’লন’ভাখাৰত অসামৰিক লোকক উদ্ধাৰৰ আৰু দেশ ত্যাগৰ বাবে মানৱীয়তাৰ খাতিৰত ৰাছিয়াই চাৰে পাঁচ ঘণ্টীয়া যুদ্ধবিৰতিৰ ঘোষণা কৰিছিল৷

কিন্তু ইউক্ৰেইনে ৰাছিয়ান সেনাই এই যুদ্ধ বিৰতি উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ইউক্ৰেইনৰ দাবী যে যুদ্ধ বিৰতিৰ মাজতে ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ মাৰিয়’পুল চহৰত পুনৰ গুলীবৰ্ষণ অব্যাহত ৰাখিছে।

ইউক্ৰেইনৰ ভ’ল’ডিমিৰ জেলেনস্কিৰ চৰকাৰে কৈছে যে ৰাছিয়াৰ সামৰিক বাহিনীয়ে যুদ্ধবিৰতিৰ চুক্তিখন পালন কৰা নাই। ফলস্বৰূপে, মাৰিয়’পুলৰ নাগৰিকসকলক উদ্ধাৰৰ কাম স্থগিত কৰা হৈছে আৰু এক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে।

লগতে পঢ়ক সাৱধান! দিলিট কৰক এই এণ্ড্ৰয়েড এপ, নহ’লে উদং হ’ব একাউণ্টৰ সমুদায় ধন!

ইউক্ৰেনে ৰাছিয়াক কেৱল মাৰিয়’পুলতে নহয়, পূবৰ ভল’ন’ভাখাকে ধৰি চাৰিওফালৰ কেইবাটাও অঞ্চলত আক্ৰমণ চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে। ৰাষ্ট্ৰপতি জেলেনস্কিৰ কাৰ্যালয়ৰ বিষয়া কিৰিলো টিমোচেঙ্কোৱে কয় যে ৰাছিয়াই যুদ্ধবিৰতি মানি চলা নাই৷ তেওঁলোকে মাৰিয়’পুল আৰু কাষৰীয়া অঞ্চলত গুলীবৰ্ষণ অব্যাহত ৰাখিছে৷

তেওঁ লগতে কয় ‘‘আমি যুদ্ধবিৰতিৰ বিষয়ে ৰাছিয়াৰ সৈতে আলোচনা অব্যাহত ৰাখিছো। আমি নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছো যে সাধাৰণ ৰাইজে চহৰখন সুৰক্ষিতভাৱে এৰিব পাৰে।’’

লগতে পঢ়ক গৱেষকৰ দাবী : মাত্ৰ ৩ ছেকেণ্ডতে শক্তিশালী আৰু বৃদ্ধি হ’ব পেশী!

ইফালে মাৰিয়’পুলৰ এজন চৰকাৰী বিষয়াই সামাজিক মাধ্যমত লিখিছিল, ‘‘যিহেতু ৰাছিয়াই যুদ্ধবিৰতি মানি চলা নাই, সেয়েহে নাগৰিকসকলক উদ্ধাৰ কৰা আৰু লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাটো বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে।’’

অৱশ্যে, ৰাছিয়াই দাবী কৰে যে কেৱল ৰাছিয়াৰ সেনাই গুলী চালনা কৰা নাছিল। ইউক্ৰেইনৰ সেনাইও যুদ্ধ বিৰতি মানি চলা নাই বুলি ৰাছিয়াই দাবী কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assamrussia ceasefireRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
অসম

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

June 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি
বিশ্ব

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

June 17, 2026
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

June 16, 2026
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম
শিক্ষা

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

June 16, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.