মেঘ— পৰিবেশ অস্থিৰ হ’ব পাৰে, নতুন সংযোগ পাব পাৰে, খৰচ বৃদ্ধি, বস্তু লাভৰ যোগ, ভ্ৰমণ শুভ, শুভ ৰং- আকাশী নীলা, শুভ সংখ্যা- ২
বৃষ— খৰচ বৃদ্ধি, শুভ কামৰ যোগ, শৰীৰ মধ্যম, কৰ্মক্ষেত্ৰত কিছু জটিলতাৰ সন্মুখীন হ’ব পাৰে, শুভ ৰং- বেঙুনীয়া, শুভ সংখ্যা- ৫
SEE MORE: উদ্ধাৰ অভিযান বন্ধ, ৰুছ সেনাৰ গোলাবৰ্ষণ : যুদ্ধবিৰতি উলংঘা ৰাছিয়াৰ!
মিথুন— মাতৃৰ শুভ, শৰীৰ মধ্যম, সন্মান বৃদ্ধি, কৰ্মক্ষেত্ৰত শুভ, আয় বৃদ্ধি, শুভ ৰং- মেৰুণ, শুভ সংখ্যা- ৮
কৰ্কট— মনৰ দৃঢ়তা বৃদ্ধি, কৰ্ম ব্যস্ততা বৃদ্ধি, শত্ৰুৰ পৰা সাৱধান, শিৱ মন্দিৰত পূজা কৰক, দুখীয়াক বস্ত্ৰ দান কৰক, শুভ ৰং- মুগা, শুভ সংখ্যা- ৪
সিংহ— কৰ্মত মধ্যম, নিজৰ সম্পদৰ ওপৰত নজৰ ৰাখক, বন্ধুৰ পৰা সতৰ্ক হওক, ভ্ৰমণত কষ্ট, পাৰিবাৰিক বুজাবুজিৰ অভাৱ, শুভ ৰং- ৰঙা, শুভ সংখ্যা- ৬
SEE MORE: এই লক্ষণ দেখিলেই বুজিব স্ত্ৰী তৃতীয় ব্যক্তিৰ প্ৰতি আসক্ত! সেই লক্ষণসমূহ কি কি?
কন্যা— নিজৰ স্থিতি অটুট ৰাখিব, কৰ্মত মধ্যম, শৰীৰৰ যত্ন লওক, বন্ধুৰ পৰা উৎসাহ পাব, ভ্ৰমণত কষ্ট, শুভ ৰং- পাতল নীলা, শুভ সংখ্যা- ৩
তুলা— কৰ্মত শুভ, ধৈৰ্যৰ সুফল, বিদ্যাত শুভ, ভ্ৰমণত শুভ, বিদ্যাৰ প্ৰতি যত্ন লওক, শুভ ৰং- বগা, শুভ সংখ্যা- ১
বৃশ্চিক— পদোন্নতিৰ যুগ, ধন লালসা বৃদ্ধি, পিছবেলা যান-বাহনৰ পৰা সাৱধান হওক, অৰ্থ নাশ হ’ব পাৰে, শুভ ৰং- হালধীয়া, শুভ সংখ্যা- ৯
SEE MORE: সাৱধান! দিলিট কৰক এই এণ্ড্ৰয়েড এপ, নহ’লে উদং হ’ব একাউণ্টৰ সমুদায় ধন!
ধনু— কৃতিত্ব লাভৰ যুগ, শিল্পী-বিজ্ঞানী-ৰাজনীতিবিদৰ সন্মান বৃদ্ধি, বিদ্যা-বুদ্ধিত শুভ, শুভ ৰং- মাখন, শুভ সংখ্যা- ৪
মকৰ— আশা কৰামতে সুফল পাব, আনে অতিষ্ঠ কৰিব পাৰে, ভ্ৰমণত শুভ, ধৰ্মগুৰু দৰ্শনে আনন্দিত কৰিব, ধনৰ চিন্তা বৃদ্ধি, শুভ ৰং- বগা, শুভ সংখ্যা- ৫
কুম্ভ— ধন আগমনৰ যুগ, শত্ৰু নাশ, জ্ঞানীলোকৰ পৰা উৎসাহ পাব, কৰ্মস্থান মধ্যম, বিদ্যাত শুভ, শুভ ৰং- সেউজীয়া, শুভ সংখ্যা- ৮
মীন— অৰ্থ লাভ, ভ্ৰমণত শুভ, সময় অপচয় নকৰিব, মানসিক স্থিতি দুৰ্বল, সম্পদ লাভ, শুভ ৰং- মুগা, শুভ সংখ্যা- ২
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ