• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধৰ বিৰোধিতাৰে উত্তাল ৰাছিয়া : ১৩ হাজাৰ যুদ্ধ বিৰোধী ৰাছিয়ানক পোতাশাললৈ নিক্ষেপ পুটিনৰ

যুদ্ধৰ বিৰোধিতাৰে উত্তাল ৰাছিয়া : ১৩ হাজাৰ যুদ্ধ বিৰোধী ৰাছিয়ানক পোতাশাললৈ নিক্ষেপ পুটিনৰ

4 years ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

14 minutes ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

43 minutes ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

1 hour ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

2 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

3 hours ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

3 hours ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

4 hours ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

4 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

5 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

6 hours ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

6 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

যুদ্ধৰ বিৰোধিতাৰে উত্তাল ৰাছিয়া : ১৩ হাজাৰ যুদ্ধ বিৰোধী ৰাছিয়ানক পোতাশাললৈ নিক্ষেপ পুটিনৰ

editor by editor
March 8, 2022
in বিশ্ব, ৰাজনীতি
0
যুদ্ধৰ বিৰোধিতাৰে উত্তাল ৰাছিয়া : ১৩ হাজাৰ যুদ্ধ বিৰোধী ৰাছিয়ানক পোতাশাললৈ নিক্ষেপ পুটিনৰ
0
SHARES
189
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে মংগলবাৰে ১৩ টা দিনত ভৰি দিলে৷ এই তেৰটা দিনত ৰাছিয়াই মাজতে চহৰকেন্দ্ৰিক নামমাত্ৰ যুদ্ধবিৰতি ঘোষণা কৰিলেও ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছে৷ ইফালে নিজ দেশৰ যুদ্ধ বিৰোধী জনতাৰ ওপৰত হিংস্ৰ জন্তুৰ দৰে জঁপিয়াই পৰিছে ভ্লাদিমিৰ পুটিনৰ চৰকাৰ৷ যুদ্ধ বিৰোধী মিছিলত অংশগ্ৰহণ কৰা হাজাৰ হাজাৰ ৰাছিয়ান জনতাক পোতাশাললৈ প্ৰেৰণ কৰিছে ৰাষ্ট্ৰপতি পুটিনে৷

ইতিমধ্যে ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ প্ৰায়বোৰ প্ৰধান চহৰেই ধ্বংসস্তূপত পৰিণত হৈছে৷ ইফালে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা অনুসৰি ৰুছ বাহিনীৰ আক্ৰমণত ৩৫০ৰো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে৷ ৰাছিয়াৰ আক্ৰমণে তেৰটা দিন অতিক্ৰম কৰাৰ পিছতো ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কি বিচাৰিছে কোনেও অনুমান কৰিব পৰা নাই৷

ইফালে ইউক্ৰেইন আক্ৰমণ কৰি ৰাছিয়া সমগ্ৰ বিশ্বতে প্ৰায় অকলশৰীয়া হৈ পৰিছে৷ আমেৰিকাসহ ইউৰোপীয়ান ইউনিয়নেও ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপৰ লগতে সকলোধৰণৰ নিষেধাজ্ঞা বলৱৎ কৰিছে৷ বিশ্বৰ সকলো দেশেই ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ আমদানি বন্ধ কৰি দিছে৷ ইয়াৰ ফলত ৰাছিয়ান জনসাধাৰণে অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰিছে৷

লগতে পঢ়ক কি হ’ব বলিউদৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ? কাইলৈ শুনানি বোম্বে উচ্চ ন্যায়ালয়ত

ৰাছিয়াৰ বৃহৎসংখ্যক জনতাই ইউক্ৰেইন আক্ৰমণৰ তীব্ৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে৷ দেশখনৰ বিভিন্ন চহৰত যুদ্ধ বিৰোধী জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে৷ এই প্ৰতিবাদী জনতাৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে চূড়ান্ত একনায়কত্ববাদী আচৰণ কৰা দেখা গৈছে৷ যুদ্ধ বিৰোধিতাৰে ৰাজপথত মিছিল উলিওৱা অতি কমেও ১৩ হাজাৰ ৰাছিয়ান প্ৰতিবাদকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰিছে ভ্লাদিমিৰ পুটিনে৷

ইমানেই নহয়, ইতিমধ্যে ক্ৰেমলিনে ৰাছিয়াত টিকটক, ফেচবুক আদি বিভিন্ন চ’ছিয়েল মিডিয়াৰ চাইট আৰু ৱেবচাইট আদিকো দেশখনত নিষিদ্ধ কৰিবলৈ উঠিপৰি লাগিছে৷ সামাজিক মাধ্যমত ৰাছিয়ান সেনাৰ বৰ্বৰতা প্ৰচাৰ বন্ধ কৰাৰ মানসেৰে ৰাছিয়ান প্ৰকাশনে এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে৷

আনহাতে, সামাজিক মাধ্যমত ৰাছিয়ান সেনাৰ বৰ্বৰতা প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে কঠোৰ শাস্তিও ঘোষণা কৰা হৈছে৷ এনে ধৰণৰ প্ৰচাৰক ভুৱা প্ৰচাৰ বুলি গণ্য কৰি প্ৰচাৰ কৰা লোকক ১৫ বছৰ পৰ্যন্ত কাৰাবাস আৰু জৰিমনা বিহা হ’ব৷

লগতে পঢ়ক ৰাজধানী কীয়েভসহ চাৰি চহৰত যুদ্ধবিৰতি ৰাছিয়াৰ; নাটক আখ্যা ইউক্ৰকেইনৰ

ইয়াৰ পিছতে পশ্চিমীয়া সংবাদ মাধ্যমসমূহে ক্ৰেমলিনে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, যাতে ৰাছিয়ান সেনাৰ যুদ্ধৰ বৰ্বৰতা বিশ্ববাসীৰ মাজত প্ৰচাৰ হ’ব নোৱাৰে৷

আনফালে বিশ্ব সম্প্ৰদায়ৰ দৰেই বহুজাতিক কোম্পানীসমূহেও ৰাছিয়াৰ যুদ্ধ বিৰোধ কৰা দেখা গৈছে৷ ‘নেটফ্লিক্স’ আৰু ‘টিকটক’-এ ৰাছিয়াত তেওঁলোকৰ সেৱা সম্পূৰ্ণ বন্ধ কৰি দিছে৷ ‘নেটফ্লিক্সে’এ ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰীয় দূৰদৰ্শন চেলেনত সম্প্ৰচাৰ বন্ধ কৰা বুলিও ঘোষণা কৰিছে৷

ইয়াৰ মাজতে আটাইতকৈ ডাঙৰ খবৰটো হৈছে হোৱাইট হাউছে ৰাছিয়াত উৎপাদিত তেলৰ ওপৰত বিশ্বৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ভেনিজুৱেলাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ কথা বিবেচনা কৰি আছে। উল্লেখ্য যে কমিউনিষ্ট ৰাষ্ট্ৰ ভেনিজুৱেলাই বৃহৎ পৰিমাণৰ খাৰুৱা তেল উৎপাদন কৰে।

কিন্তু ভেনিজুৱেলাৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ বাবে বিশ্বৰ বহু দেশলৈ এই খাৰুৱা তেল ৰপ্তানি কৰিব পৰা নাছিল৷ বিশ্বৰ ৰাষ্ট্ৰসমূহে ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি বন্ধ কৰাৰ পিছত হোৱা নাটনি পূৰ কৰিবলৈ এতিয়া ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল আমদানিকৰ কথা বিবেচনা কৰা হৈছে৷ যদি আমেৰিকাই ভেনিজুৱেলাৰ ওপৰত থকা প্ৰতিবন্ধকতা উঠাই লয় তেনে ই ৰাছিয়াৰ প্ৰতি বৃহৎ অৰ্থনৈতিক আঘাতৰূপে বিবেচিত হ’ব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamRussia Ukraine invasionRussia-Ukraine conflict
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

May 27, 2026
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?
জীৱনশৈলী

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

May 27, 2026
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে
বিশ্ব

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

May 27, 2026
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?
অপৰাধ

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

May 25, 2026
Next Post
ভাৰতীয় সেনাই নাকচ কৰা ভাৰতীয় যুৱকে ইউক্ৰেইনত ৰাছিয়াৰ বিৰুদ্ধে কৰিছে তুমুল যুদ্ধ

ভাৰতীয় সেনাই নাকচ কৰা ভাৰতীয় যুৱকে ইউক্ৰেইনত ৰাছিয়াৰ বিৰুদ্ধে কৰিছে তুমুল যুদ্ধ

জামিন অযোগ্য গ্ৰেপ্তাৰী পাৰোৱানা : মুখ খুলি কি ক’লে বলিউদৰ অভিনেত্ৰী সোণাক্ষী সিনহাই?

জামিন অযোগ্য গ্ৰেপ্তাৰী পাৰোৱানা : মুখ খুলি কি ক’লে বলিউদৰ অভিনেত্ৰী সোণাক্ষী সিনহাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.