মেঘ— ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব। স্বাস্থ্য সম্পর্কে সাবধান হ’ব। অধ্যয়নত মনোনিবেশ কৰা বাঞ্চনীয়। বিয়া-বাৰুৰ কথাত আগনবঢ়াই ভাল।
বৃষ— পৈতৃক সম্পত্তি সম্পৰ্কীয় কথাই মনত আনন্দ দিব। চাকৰিত সাফল্য লাভৰ যোগ। প্রেমত সাৱধান হ’ব। স্বাস্থ্য মধ্যম।
মিথুন— মানসিক অশান্তিত ভুগিব পাৰে। বিবাহত সমস্যাৰ সন্মুখীন হ’ব। কৰ্মত নতুন পৰিকল্পনাৰ আৱশ্যক। চাকৰিয়ালৰ শুভ।
SEE MORE: হিন্দু যুৱতীক পলুৱাই নিয়া মুছলমান যুৱকৰ ঘৰত গণ আক্ৰমণ, আৰক্ষীৰ গোচৰ ৰুজু
কর্কট— অংশীদাৰী ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা। প্ৰেমত নতুন প্রস্তাৱ আহিব। অধ্যয়নত নিৰোৎসাহ হোৱাৰ যোগ।
সিংহ— পুৰণি ৰোগৰ উপশম হ’ব। ব্যৱসায় ভিত্তিক উত্থান-পতনে আর্থিক লাভৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। প্রেমত আনন্দ। বিদ্যাত সাফল্য।
কন্যা— পিতৃ-মাতৃৰ প্রতি দায়িত্ব বাঢ়িব। ব্যৱসায়ত বাধাৰ সন্মুখীন হ’ব পাবে। পঢ়াশুনাত চেষ্টা অব্যাহত ৰাখক। পিতৃ-মাতৃৰ প্রতি দায়িত্ব বাঢ়িব।
তুলা— মহিলাসকলে গৃহ উদ্যোগত লাভ কৰিব। সন্তানৰ ভালেই যাব। ছাত্র-ছাত্ৰীসকলৰ বাবে দিনটো শুভ। মনোবল ৰাখিব।
বৃশ্চিক— সন্তানৰ ব্যক্তিত্বই আপোনাক গৌৰৱান্বিত কৰিব। কর্মক্ষেত্ৰত সৰু-সুৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে। ঘৰুৱা শুভ। প্ৰেমত বাধা।
ধনু— বেপাৰ-বাণিজ্যত জড়িতসকলৰ সৰুসুৰা বাধা আহিব। কাম-কাজত নিয়মাৱৰ্তী হ’বলৈ চেষ্টা কৰক। বিদ্যাত জটিলতা৷ প্রেমত আনন্দ প্রাপ্তি।
মকৰ— চাকৰিৰ ক্ষেত্ৰত সতৰ্ক হৈ চলা ভাল। আর্থিক দিশত উন্নতি লাভ কৰিব। বিবাহৰ যোগাযোগ। প্ৰেমত মধ্যম।
কুম্ভ— চাকৰিত সাফল্য লাভৰ যোগ। বিদ্যাত খুব এটা বেয়া নহয়। পেটৰ অসুখে আমনি দিব পাৰে। প্ৰেমত শুভ।
মীন— বেপাৰ-বাণিজ্যত জড়িতসকলৰ সৰুসুৰা বাধা আহিব৷ কাম-কাজত নিয়মাৱৰ্ত্তী হ’বলৈ চেষ্টা কৰক। প্ৰেমত আনন্দ৷ বিদ্যাত বাধা।
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ