• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু যুৱতীক পলুৱাই নিয়া মুছলমান যুৱকৰ ঘৰত গণ আক্ৰমণ, আৰক্ষীৰ গোচৰ ৰুজু

হিন্দু যুৱতীক পলুৱাই নিয়া মুছলমান যুৱকৰ ঘৰত গণ আক্ৰমণ, আৰক্ষীৰ গোচৰ ৰুজু

4 years ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

8 minutes ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

28 minutes ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

37 minutes ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

55 minutes ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

3 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

4 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

5 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

5 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

6 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

8 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হিন্দু যুৱতীক পলুৱাই নিয়া মুছলমান যুৱকৰ ঘৰত গণ আক্ৰমণ, আৰক্ষীৰ গোচৰ ৰুজু

editor by editor
April 16, 2022
in অপৰাধ, ভাৰত
0
হিন্দু যুৱতীক পলুৱাই নিয়া মুছলমান যুৱকৰ ঘৰত গণ আক্ৰমণ, আৰক্ষীৰ গোচৰ ৰুজু
0
SHARES
438
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী হিন্দু যুৱতীক পলুৱাই নিয়াৰ অভিযোগত এগৰাকী মুছলমান যুৱকৰ ঘৰত হিন্দু লোকে গণ আক্ৰমণ সংঘটিত কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা শুকুৰবাৰে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ৰুণাকটা এটা মুছলমান পৰিয়ালৰ ঘৰত হিন্দু লোকে গণ আক্ৰমণ সংঘটিত কৰি অগ্নিসংযোগ কৰে৷

হিন্দুলোকসকলৰ অভিযোগ যে চাজিদ নামৰ এখন জিমৰ স্বত্বাধিকাৰী মুছলমান যুৱকজনে ২২ বছৰীয়া এগৰাকী হিন্দু যুৱতীক অপহৰণ কৰি নিয়ে৷ চাজিদে যুৱতীগৰাকীক অপহৰণ কৰি নি পলাতক হৈ থকাৰ অভিযোগ তুলি ‘ধৰ্ম জাগৰণ সমন্বয় সংঘ’ নামৰ এটা সংঠনৰ নেতৃত্বত হিন্দুলোকে চাজিদ ঘৰত গণ আক্ৰমণ সংঘটিত কৰি ঘৰটো সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰাৰ লগতে অগ্নিসংযোগ কৰে৷

লগতে পঢ়ক হৰভজন সিঙৰ মহানুভৱতা! কৃষকৰ কন্যাৰ শিক্ষাত ব্যয় কৰিব দৰমহাৰ ধন

আৰক্ষীৰ মতে উক্ত উন্মত্ত দলটোৱে কেৱল চাজিদৰ ঘৰতে আক্ৰমণ সংঘটিত কৰা নাছিল অঞ্চলটোত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো বলপূৰ্বকভাৱে বন্ধ কৰি দিয়ে৷

এই সমগ্ৰ ঘটনাৰ বিৰুদ্ধে প্ৰথমে স্থানীয় আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰো অভিযোগ উঠিছে৷ ইতিমধ্যে আৰক্ষীৰ উদ্ধৰ্তন কৰ্তৃপক্ষই স্থানীয় ছিকেন্দ্ৰ আৰক্ষী থানাৰ বিষয়াক কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ নিলম্বনো কৰিছে৷

ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা মতে পৰিয়াল লোকে যুৱতীগৰাকীক অপহৰণ কৰি নিয়া বুলি চাজিদৰ বিৰুদ্ধে আৰক্ষীৰ থানাত অভিযোগ দাখিল কৰিছিল৷

লগতে পঢ়ক  খাদ্যত নিমখ বেছি! স্বামীয়ে পত্নীক, শহুৰেকে বোৱাৰীয়েক হত্যা

যোৱা সোমবাৰে পলায়ন কৰা যুৱতীগৰাকীক আৰক্ষীয়ে অভিযান চলাই দুদিনৰ পিছতে উদ্ধাৰ কৰিলেও তেওঁ প্ৰেমিক চাজিদৰ সৈতে স্বেচ্ছাৰে যোৱা বুলিহে প্ৰকাশ কৰিছে৷ অৱশ্যে চাজিদে এতিয়াও আত্মগোপন কৰি থকা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷

ইফালে যুৱতীগৰাকীয়ে এটা ভিডিঅ’ত কয় যে তেওঁ এতিয়া প্ৰাপ্তবয়স্ক আৰু তেওঁলোকে দুয়োৱে ঘৰৰ গুচি যোৱাৰ সিদ্ধান্ত লৈছিল৷

লগতে পঢ়ক কংগ্ৰেছত যোগ দিব প্ৰশান্ত কিশোৰে! জল্পনা কল্পনাই কি কয়?

উৎসৱ উপলক্ষ্যে আদালত বন্ধ থকাৰ বাবে আৰক্ষীয়ে যুৱতীগৰাকীক আদালতত হাজিৰ কৰোৱাবলৈ সক্ষম হোৱা নাই যদিও আদালাতৰ কামকাজ পুনৰ আৰম্ভ হ’লেই যুৱতীগৰাকীক আদালতত হাজিৰ কৰোৱা হ’ব বুলি জনাইছে৷

আনহাতে, আৰক্ষীয়ে চাজিদৰ ঘৰত গণ আক্ৰমণ সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা বুলি প্ৰকাশ কৰিছে৷ আক্ৰমণৰ ঘটনাত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হ’ব বুলিও আৰক্ষীয়ে দৃঢ়তাৰে ঘোষণা কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Agra Mobasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!
অপৰাধ

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

September 21, 2026
Next Post
ব্ৰিটিছৰ সোণৰ কণি পৰা হাঁহ কেজিএফৰ অকথিত কাহিনীৰ কিয়দংশ!

ব্ৰিটিছৰ সোণৰ কণি পৰা হাঁহ কেজিএফৰ অকথিত কাহিনীৰ কিয়দংশ!

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.