• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ কে’বাখনো ৰাজ্যৰ উপ নিৰ্বাচনত মুখ থেকেচা বিজেপিৰ

দেশৰ কে’বাখনো ৰাজ্যৰ উপ নিৰ্বাচনত মুখ থেকেচা বিজেপিৰ

4 years ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

1 hour ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

2 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

3 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

3 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

4 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

13 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

13 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

14 hours ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

14 hours ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

15 hours ago
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

16 hours ago
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দেশৰ কে’বাখনো ৰাজ্যৰ উপ নিৰ্বাচনত মুখ থেকেচা বিজেপিৰ

editor by editor
April 16, 2022
in ভাৰত, ৰাজনীতি
0
দেশৰ কে’বাখনো ৰাজ্যৰ উপ নিৰ্বাচনত মুখ থেকেচা বিজেপিৰ
0
SHARES
245
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত এখন লোকসভা আৰু চাৰিখন বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত চূড়ান্তভাৱে মুখ থেকেচা খাইছে ভাৰতীয় জনতা পাৰ্টিয়ে৷

শনিবাৰে ঘোষিত পশ্চিমবংগৰ আছনচল লোকসভা আসনত প্ৰাক্তন বিজেপি নেতা তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ নেতা শত্ৰুঘ্ন সিনহাই বিজেপিৰ প্ৰাৰ্থীক বৃহৎ পৰিমাণৰ ভোটত পৰাস্ত কৰিছে৷ প্ৰাক্তন বিজেপি নেতা তথা অটল বিহাৰী বাজপেয়ী মন্ত্ৰীসভাৰ মন্ত্ৰী শত্ৰুঘ্ন সিহনাই বিজেপিৰ প্ৰাৰ্থী অগ্নিমিত্ৰা পালক প্ৰায় ২ লাখ ১৮ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে৷ অৱশ্যে ভোট গণনা সমাপ্ত হ’লে এই মুহূৰ্তলৈক ফলাফলৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই৷

ইফালে পশ্চিমবংগৰ বিধানসভাৰ এখন আসনৰ উপ নিৰ্বাচনতো তৃণমূল কংগ্ৰেছ জয়ী হৈছে৷ বালিগঞ্জ বিধানসভাৰ উপনিৰ্বাচনত প্ৰাক্তন বিজেপি মন্ত্ৰী তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ নেতা বাবুল সুপ্ৰিয়ই চিপিএমৰ প্ৰাৰ্থী চাইৰা শ্বাহ হালিমক পৰাজিত কৰিছে৷ বাবুল চুপ্ৰিয়ই বাওঁপন্থী দলৰ প্ৰাৰ্থীগৰাকীক প্ৰায় ১৯ হাজাৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ ইফালে বিজেপিয়ে এই সমষ্টিটোত তৃতীয় স্থানতে সন্তুষ্ট থাকিবলৈ বাধ্য হয়৷

লগতে পঢ়ক খাদ্যত নিমখ বেছি! স্বামীয়ে পত্নীক, শহুৰেকে বোৱাৰীয়েক হত্যা

বিহাৰত অনুষ্ঠিত এখন বিধানসভা উপনিৰ্বাচনতো ৰাজ্যখনৰ শাসকীয় এনডিএৰ প্ৰাৰ্থী পৰাস্ত হৈছে৷ তেজস্বী যাদৱৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাৰ্থী অমৰ পাছোৱানে এনডিএৰ প্ৰাৰ্থীক প্ৰায় ৩৫ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷

মহাৰাষ্ট্ৰৰ এখন বিধানসভা আসনৰ উপ নিৰ্বাচনতো বিজেপিৰ প্ৰাৰ্থী পৰাস্ত হৈছে৷ মহাৰাষ্ট্ৰৰ উত্তৰ কুলহাপুৰ বিধানসভাৰ উপনিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী যাদৱ জয়শ্ৰী চন্দ্ৰকান্তে বিজেপিৰ প্ৰাৰ্থী সত্যজিৎ কদমক প্ৰায় ১৫ হাজাৰ ভোটত পৰাস্ত কৰিছে৷

লগতে পঢ়ক কংগ্ৰেছত যোগ দিব প্ৰশান্ত কিশোৰে! জল্পনা কল্পনাই কি কয়?

ছত্তিশগড়ৰ খাইৰাগড় বিধানসভা আসনৰ উপনিৰ্বাচনতো বিজেপিৰ প্ৰাৰ্থী পৰাজিত হৈছে৷ সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী যশোদা নীলাম্বৰ ভাৰ্মাই বিজেপিৰ প্ৰাৰ্থী কমল জাংঘেলক ১০ হাজাৰো অধিক ভোটত পৰাস্ত কৰিছে৷

মুঠতে দেখা গ’ল যে ২০২২ চনত দেশত অনুষ্ঠিত প্ৰথম উপনিৰ্বাচনৰ আটাইকেইটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে পৰাজয়বৰণ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssambjpBy PollCongressndatmc
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?
অসম

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

May 20, 2026
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা
জীৱনশৈলী

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

May 19, 2026
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?
জীৱনশৈলী

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

May 19, 2026
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা
অপৰাধ

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

May 19, 2026
Next Post
হিন্দু যুৱতীক পলুৱাই নিয়া মুছলমান যুৱকৰ ঘৰত গণ আক্ৰমণ, আৰক্ষীৰ গোচৰ ৰুজু

হিন্দু যুৱতীক পলুৱাই নিয়া মুছলমান যুৱকৰ ঘৰত গণ আক্ৰমণ, আৰক্ষীৰ গোচৰ ৰুজু

ব্ৰিটিছৰ সোণৰ কণি পৰা হাঁহ কেজিএফৰ অকথিত কাহিনীৰ কিয়দংশ!

ব্ৰিটিছৰ সোণৰ কণি পৰা হাঁহ কেজিএফৰ অকথিত কাহিনীৰ কিয়দংশ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.