• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৰভজন সিঙৰ মহানুভৱতা! কৃষকৰ কন্যাৰ শিক্ষাত ব্যয় কৰিব দৰমহাৰ ধন

হৰভজন সিঙৰ মহানুভৱতা! কৃষকৰ কন্যাৰ শিক্ষাত ব্যয় কৰিব দৰমহাৰ ধন

4 years ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

31 minutes ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

1 hour ago
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

2 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

3 hours ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

3 hours ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

3 hours ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

4 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

4 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

5 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

5 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

6 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

হৰভজন সিঙৰ মহানুভৱতা! কৃষকৰ কন্যাৰ শিক্ষাত ব্যয় কৰিব দৰমহাৰ ধন

editor by editor
April 16, 2022
in ক্ৰীড়া, ভাৰত, ৰাজনীতি
0
হৰভজন সিঙৰ মহানুভৱতা! কৃষকৰ কন্যাৰ শিক্ষাত ব্যয় কৰিব দৰমহাৰ ধন
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰীড়া ক্ষেত্ৰৰ পৰা গৈ  সক্ৰিয় ৰাজনীতিত ভৰি দিলে দেশৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হৰভজন সিঙে৷

পঞ্জাৱত আম আদমি পাৰ্টিয়ে চৰকাৰৰ গঠন কৰাৰ পিছতে হৰভজন সিঙক ৰাজ্যসভালৈ নিৰ্বাচিত কৰা হ’ব বুলি আপৰ পঞ্জাৱৰ শাখাই ঘোষণা কৰিছিল৷ ইয়াৰ পিছতে পঞ্জাৱৰ পৰা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰগৰাকী ৰাজ্যসভালৈ নিৰ্বাচিত হয়৷

ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছতে দেশৰ সৰ্বকালৰ অন্যতম এগৰাকীৰ সফল স্পীনাৰ হৰভজন সিঙে ৰাজ্যসভাৰ সাংসদ হিচাপে লাভ কৰা সমস্ত দৰমহা ধন কৃষকৰ কন্যাৰ শিক্ষাৰ বাবে ব্যয় কৰিব বুলি ঘোষণা কৰিছে৷

লগতে পঢ়ক কংগ্ৰেছত যোগ দিব প্ৰশান্ত কিশোৰে! জল্পনা কল্পনাই কি কয়?

‘‘ৰাজ্যসভাৰ এগৰাকী সাংসদ হিচাপে লাভ কৰা মোৰ দৰমহাৰ ধন কৃষকৰ কন্যাৰ শিক্ষা আৰু কল্যাণৰ বাবে ব্যয় কৰিম৷ মই দেশৰ উন্নতিৰ বাবে আৰু ভাল কাম কৰিম বুলি ৰাজনীতিত যোগ দিছো আৰু মই সাধ্যৰ মতে সকলোবোৰ কৰিম৷’’ নিজৰ টুইটাৰ হেণ্ডলত টুইট কৰি হৰভজন সিঙে এইদৰে কয়৷

উল্লেখ্য যে ৰাজনীতিলৈ অহাৰ পূৰ্বে বিভিন্ন বিতৰ্কত নাম সাঙুৰ খালেও হৰভজন সিঙে খেলি থকাৰ সময়ৰে পৰা বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আহিছে৷

দেশৰ অন্যতম শ্ৰেষ্‌ঠ স্পীনাৰগৰাকীয়ে যোৱা বৰ্ষৰ ডিচেম্বৰত ক্ৰিকেটৰ সকলো ফৰ্মৰ পৰা অৱসৰ ঘোষণা কৰিছিল৷ আৰু ইয়াৰ পিছতে যোৱা মাৰ্চ মাহত আম আদমি পাৰ্টিৰ হৈ পঞ্জাৱৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: APPasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamFormer Cricketer harbhajan singhharbhajan singhRjya Sabha MP Harbhajan Singh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট
বিনোদন

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

May 7, 2026
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা
ভাৰত

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

May 7, 2026
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
Next Post
দেশৰ কে’বাখনো ৰাজ্যৰ উপ নিৰ্বাচনত মুখ থেকেচা বিজেপিৰ

দেশৰ কে’বাখনো ৰাজ্যৰ উপ নিৰ্বাচনত মুখ থেকেচা বিজেপিৰ

হিন্দু যুৱতীক পলুৱাই নিয়া মুছলমান যুৱকৰ ঘৰত গণ আক্ৰমণ, আৰক্ষীৰ গোচৰ ৰুজু

হিন্দু যুৱতীক পলুৱাই নিয়া মুছলমান যুৱকৰ ঘৰত গণ আক্ৰমণ, আৰক্ষীৰ গোচৰ ৰুজু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.