• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰিটিছৰ সোণৰ কণি পৰা হাঁহ কেজিএফৰ অকথিত কাহিনীৰ কিয়দংশ!

ব্ৰিটিছৰ সোণৰ কণি পৰা হাঁহ কেজিএফৰ অকথিত কাহিনীৰ কিয়দংশ!

4 years ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

5 minutes ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

35 minutes ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

1 hour ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

2 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

3 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

4 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

16 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

17 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

18 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

18 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

19 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

ব্ৰিটিছৰ সোণৰ কণি পৰা হাঁহ কেজিএফৰ অকথিত কাহিনীৰ কিয়দংশ!

editor by editor
April 16, 2022
in বাণিজ্য, ভাৰত, ৰাজনীতি
0
ব্ৰিটিছৰ সোণৰ কণি পৰা হাঁহ কেজিএফৰ অকথিত কাহিনীৰ কিয়দংশ!
0
SHARES
515
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বক্স অফিচত তুমুল আলোড়ন সৃষ্টি কৰা থকা দক্ষিণৰ ছবি কেজিএফ চেপ্টাৰ ২এ আমাক ভাৰতৰ আটাইতকৈ পুৰণি আৰু সমৃদ্ধ সোণৰ খনি কোলাৰ সোণৰ ক্ষেত্ৰখনৰ ক্ষিত-বিক্ষত ইতিহাসক পুনৰ আমাৰ মনলৈ লৈ আনিছে৷ ব্ৰিটিছে ১২০ বছৰতকৈও অধিক সময় ধৰি খনন কৰাৰ পিছত ভাৰতৰ লগতে বিশ্বৰে এসময়ৰ সৰ্ববৃহৎ সোণৰ খনিটো আজি নিষ্ক্ৰিয় হৈ পৰি আছে।

উল্লেখ্য যে ব্ৰিটিছে ১৮০০ শেষৰ ফালে কৰ্ণাটকৰ কোলাৰৰ কেজিএফত সোণৰ খনন কাৰ্য আৰম্ভ কৰিছিল৷ জন টেইলৰ এণ্ড চন্সৰ দ্বাৰা ১৮৮০ চনত সংগঠিতভাৱে খনন কায আৰম্ভ কৰা হৈছিল৷ ব্ৰিটিছ চৰকাৰে কুপ্পামৰ পৰা শ্ৰীনিবাসপুৰালৈকে বিস্তৃত ৮০ কিলোমিটাৰ কোলাৰৰ শ্বিষ্ট বেল্টত সোণৰ সন্ধান লাভ কৰিছিল। কিন্তু এটা শতিকাৰো অধিক কাল সোণ খনন কৰাৰ পিছত ভাৰত চৰকাৰে উৎপাদন কাৰ্যৰ বাবে অযোগ্য বুলি ঘোষণা কৰি ২০০১ চনত কেজিএফৰ উৎপাদন কাৰ্য বন্ধ কৰি দিয়ে।

বন্ধ কৰি দিয়াৰ পিছতে কেজিএফ খনিত নিয়োজিত হাজাৰ হাজাৰ পৰিয়াল কৰ্মসংস্থাপনহীন হৈ পৰিছিল আৰু তেওঁলোকে ১০০ কিলোমিটাৰ দূৰৰ বেংগালুৰু চহৰত কাম বিচাৰিবলৈ বাধ্য হৈ পৰিছিল। আজিও কেজিএফৰ মাৰিকুপ্পামৰ পৰা বাংগালুৰুলৈ এক বিশেষ ৰে’ল সেৱাৰ যোগেদি দুয়োখন চহৰৰ মাজত প্ৰতিদিনে প্ৰায় ৩০ হাজাৰ লোকক অনা নিয়া কৰে। শতিকাজোৰা উত্থান-পতন, ক্ষত-বিক্ষত, খনি শ্ৰমিকৰ ওপৰত চলা দমন-অৱদমন, শোষণ আদিও যেন অবিস্মিত ইতিহাস হৈ পৰে৷

 

লগতে পঢ়ক দেশৰ কে’বাখনো ৰাজ্যৰ উপ নিৰ্বাচনত মুখ থেকেচা বিজেপিৰ

কিন্তু এতিয়া দক্ষিণৰ ছবি কেজিএফ ২ এ দেশৰ ছবি গৃহসমূহত তুমুল আলোড়নৰ সৃষ্টি কৰাৰ পিছতে কোলাৰৰ এসময়ৰ সমৃদ্ধি কেজিএফ সোণৰ খনিৰ ইতিহাস মানুহৰ মাজত চৰ্চা লাভ কৰিছে৷ খনিৰ শ্ৰমিকৰ ক্ষিত-বিক্ষত ইতিহাস, কৰ্ম সংস্থাপন হেৰুওৱাই নিঃস্ব হোৱাৰ বহুল প্ৰচাৰিত অথচ অকথিত কাহিনীয়ে পুনৰ মানুহৰ মুখে মুখে চৰ্চা লাভ কৰা দেখা গৈছে৷

ভাৰতৰ খনি মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতৰ বৰ্তমানৰ সোণৰ ভাণ্ডাৰ মুঠ ৭০.১ টন৷ আৰু এতিয়াও কৰ্ণাটক হৈছে  দেশৰ ভিতৰতে বৃহৎ সোণৰ ভাণ্ডাৰ৷ কৰ্ণাটকত সৰ্বাধিক প্ৰায় ৮৮%, অন্ধ্ৰ প্ৰদেশত প্ৰায় ১২% আৰু ঝাৰখণ্ডত এক নগণ্য পৰিমাণ সোণ মজুত আছে৷ আৰু ব্ৰিটিছ চৰকাৰে এই কৰ্ণাটকৰে কুপ্পামৰ পৰা শ্ৰীনিবাসপুৰালৈকে বিস্তৃত ৮০ কিলোমিটাৰ অঞ্চলত কোলাৰ চিষ্ট বেল্টত সোণৰ ভাণ্ডাৰ বিচাৰি পাইছিল।

 

 

কৰ্ণাটকৰ কোলাৰত সোণৰ ভাণ্ডাৰ প্ৰথমে দক্ষিণ ভাৰতৰ চোলাসকলে আৱিষ্কাৰ কৰিছিল বুলি কোৱা হৈছিল৷ পিছত ব্ৰিটিছে আধুনিক যন্ত্ৰৰ দ্বাৰা সোণ উৎপাদন বৃদ্ধি কৰিছিল।

 

লগতে পঢ়ক হৰভজন সিঙৰ মহানুভৱতা! কৃষকৰ কন্যাৰ শিক্ষাত ব্যয় কৰিব দৰমহাৰ ধন

কেজিএফক কেৱল ভাৰতৰে সৰ্ববৃহৎ খনি নাছিল, ১৮৫০ চনলৈকে কেজিএফ বিশ্বৰ আটাইতকৈ গভীৰ খনিবোৰৰ ভিতৰত এটা আছিল৷ কেজিএফৰ খনিবোৰত ৩.২৪ কিলোমিটাৰ গভীৰ আৰু প্ৰায় ১,৪০০ কিলোমিটাৰ ক্ষেত্ৰলৈকে খনন কৰা বুলি কোৱা হৈছে৷

ইফালে ইয়াৰ বিপৰীতে বিজিএমএলৰ এজন প্ৰাক্তন ট্ৰেড ইউনিয়ন নেতা কে আনবাজগানে বৰ্ণনা ভাৰতীয় ভূতাত্ত্বিক জৰীপ আৰু পুৰণি ব্ৰিটিছ ৰেকৰ্ডৰ উপলব্ধ প্ৰতিবেদনৰ উদ্ধৃতিৰে আজিলৈকে কেৱল 8 কিলোমিটাৰ সোণৰ ভাণ্ডাৰ খনন কৰা হৈছে বুলিহে দাবী কৰিছে।

‘‘৭২ কিলোমিটাৰতকৈও অধিক সোণৰ ভাণ্ডাৰ আছে যিবোৰ এতিয়াও টেপ কৰা হোৱা নাই। কেজিএফেত ১২০ বছৰত প্ৰায় ৮০০ টন সোণ উৎপাদন কৰা বুলি নথিভুক্ত কৰা হৈছে। কিন্তু হিচাপবিহীনভাৱে অতি কমেও ৩,০০০ টনতকৈও সোণ খনন কৰা হৈছে,” তেওঁ লগতে কয়।

‘‘খনন কৰাটো কঠিন হৈ পৰিছিল আৰু খননৰ ব্যয় খনন কৰা সোণৰ মূল্যতকৈ অধিক আছিল। সোণৰ জমা প্ৰায় ১.৫ কিলোমিটাৰ গভীৰত আছিল। প্ৰচুৰ লোকচানৰ ফলত বিজিএমএল বন্ধ হৈ যায়, যাৰ ফলত হাজাৰ হাজাৰ লোক নিবনুৱা হৈ পৰে৷’’ কেজিএফ নাগৰিক সুৰক্ষা মঞ্চৰ আহ্বায়ক দাস চিন্নাচাৱৰীয়ে ব্যাখ্যা কয়।

 

লগতে পঢ়ক খাদ্যত নিমখ বেছি! স্বামীয়ে পত্নীক, শহুৰেকে বোৱাৰীয়েক হত্যা

কেজিএফৰ খনিবোৰ এতিয়া নিস্তেজ, জৰাজীৰ্ণ যেন লাগিলেও এই সৰু চহৰখন এসময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ গৌৰৱ আছিল৷ কাৰণ ব্ৰিটিছৰ বাবে কেজিএফ সোণৰ কণী পৰা হাঁহজনী আছিল৷  লগতে স্থানীয় লোকৰ কৰ্মসংস্থানৰ এক স্থলীও আছিল৷

কেজিএফৰ বন্ধ হৈ পৰাৰ কে’বা দশকৰ হতাশাৰ পিছত পুনৰ কিছু আশাৰ ৰেঙনি দেখা পোৱা গৈছে। ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে কেজিএফত ৩,৫০০ একৰত এটা বৃহৎ ঔদ্যোগিক প্ৰকল্প স্থাপনৰ বাবে সেউজ সংকেত প্ৰদান কৰিছিল। এই উদ্যোগে কেজিএফৰ সোণৰ খনি বন্ধ হোৱাৰ ফলত সৃষ্টি হোৱা কৰ্মসংস্থাপনহীনতা আৰু অৰ্থৈনতিক স্থবিৰতাক পুনৰ নতুন গতি দিব বুলি আশা কৰা হৈছে৷

কৰ্ণাটকৰ কোলাৰ জিলাৰ এই কেজিএফৰ আৰু বহু অকথিত কাহিনী আছে৷ যিবোৰ এতিয়া কেজিএফ চেপ্টাৰ ২ৰ পিছত মানুহৰ মাজত পুনৰ চৰ্চা লাভ কৰিব বুলি আশা কৰা হৈছে৷ ইয়াত জড়িত হৈ আছে খনি কৰ্মীৰ জীৱনৰ দুখ-দুদৰ্শা, হা-হতাশা, ব্ৰিটিছৰ শোষণ, বঞ্চনা আদি ইতিহাসো অকথিত ৰূপতেই আছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKGFKGF Chapter 2
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

October 3, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.