• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ দিনত ২ লক্ষাধিক গ্ৰাহক হ্ৰাস! কিয় লোকচানৰ সন্মুখীন হৈছে Netflix?

১০০ দিনত ২ লক্ষাধিক গ্ৰাহক হ্ৰাস! কিয় লোকচানৰ সন্মুখীন হৈছে Netflix?

4 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

17 minutes ago
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

42 minutes ago
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

1 hour ago
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

2 hours ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

2 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

3 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

4 hours ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

5 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

5 hours ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

6 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

7 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১০০ দিনত ২ লক্ষাধিক গ্ৰাহক হ্ৰাস! কিয় লোকচানৰ সন্মুখীন হৈছে Netflix?

editor by editor
April 20, 2022
in চিনেমা, বাণিজ্য
0
১০০ দিনত ২ লক্ষাধিক গ্ৰাহক হ্ৰাস! কিয় লোকচানৰ সন্মুখীন হৈছে Netflix?
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অ’টিটি প্লেটফৰ্মৰ অবিস্ববাদী সম্ৰাট স্বৰূপ নেটফ্লিক্সে প্ৰথমবাৰলৈ লোকচানৰ সন্মুখীন হৈছে৷ ইমানেই নহয় চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা মাহত অ’টিটিৰ এই প্লেটফৰ্মটোৰ শ্বেয়াৰৰ মূল্য প্ৰায় ২৫ শতাংশ হ্ৰাস পাই ২৬২ ডলাৰ হৈছে৷

চিনেমা, টেলিভিচনৰ ধাৰাবাহিক আৰু অ’টিটি চিৰিজৰ অবিস্ববাদী সম্ৰাট নেটফ্লিক্সে এটা দশকৰ ভিতৰত প্ৰথমবাৰলৈ শ্বেয়াৰৰ মূল্য হ্ৰাস হৈছে৷  ইফালে মাত্ৰ ১০০ টা দিনতে নেটফ্লিক্সৰ ২ লক্ষাধিক গ্ৰাহক হ্ৰাস পাইছে৷ হঠাতে কেনেকৈ আৰু কিয় এইদৰে ক্ষতিৰ সন্মুখীন হৈছে নেটফ্লিক্স?

লগতে পঢ়ক পত্নী পৰ্ণ তাৰকা! পাঁচ সন্তানৰ সন্মুখতে ছুৰিকাঘাত কৰি হত্যা স্বামীৰ

কৰোনা : ২০২০ বৰ্ষৰ পৰা কৰোনাৰ সংক্ৰমণৰ বাবে নেটফ্লিক্সৰ ব্যৱহাৰকাৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল৷ বিশেষকৈ বিশ্বৰ প্ৰায়বোৰ দেশতে লকডাউন বলৱৎ হোৱাৰ বাবে ঘৰতে আৱদ্ধ হৈ থকাৰ ফলত নেটফ্লিক্সৰ ইউজাৰৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছিল৷ ২০২১ চনতো কৰোনাৰ প্ৰকোপ প্ৰায় একেই আছিল৷ কিন্তু ২০২২ বৰ্ষত কোভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত ব্যৱহাৰীকাৰীসকলে পুনৰ নিজ নিজ কৰ্মত ব্যস্ত হৈ পৰাত নেটফ্লিক্সৰ ওপৰত প্ৰভাৱ পৰিছে৷

ব্যৱহাৰকাৰী : চলিত বিত্তীয় বৰ্ষত নেটফ্লিক্সৰ গ্ৰাহক তথা ব্যৱহাৰকাৰী লক্ষণীয়ভাৱে হ্ৰাস পাইছে৷ প্ৰথম তিনিটা মাহত নেটফ্লিক্সৰ গ্ৰাহকৰ সংখ্যা  হৈছে ২২ কোটি ১৬ লাখ৷ যিটো বিগত বৰ্ষতকৈ লক্ষণীয়ভাৱে কম৷

যুদ্ধ : নেটফ্লিক্সে এটা দশকৰ ভিতৰত প্ৰথবাৰলৈ ক্ষতিৰ সন্মুখীন হোৱাৰ পিছতে দাবী কৰিছে যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে প্লেটফৰ্মটোৰ কিছু ঘাটি হৈছে৷ ইউক্ৰেইন আক্ৰমণৰ প্ৰতিবাদ কৰাৰ বাবে ৰাছিয়াই দেশখনত নেচফ্লিক্স সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে৷ যাৰফলত নেটফ্লিক্সে ক্ষতিৰ সন্মুখীন হৈছে৷

লগতে পঢ়ক চৰকাৰৰ প্ৰতি ক্ষোভ! আলফা(স্বা)ত যোগদান প্ৰতিভাৱান খেলুৱৈৰ

ইন্টাৰনেট : ইন্টাৰনেটৰ সমস্যাৰ বাবে নেটফ্লিক্সে ক্ষতিৰ সন্মুীন হৈছে৷ ইয়াৰ ফলতে বহু গ্ৰাহকে অ’টিটি প্লেটফর্মটোক ত্যাগ কৰা বুলি দাবী কৰিছে প্ৰতিষ্ঠানটোৱে৷ প্ৰতিষ্ঠানটোৰ দাবী যে আজিকালি প্ৰায়সকল ইউজাৰেই নেটফ্লিক্স স্মাৰ্ট টিভিতহে ব্যৱহাৰ কৰে৷ কিন্তু স্মাৰ্ট টিভিত ইন্টাৰনেট সংযোগ এতিয়াও ফলপ্ৰসূ হোৱা নাই৷

একাউন্ট শ্বেয়াৰ : নেটফ্লিক্সৰ বহু ইউজাৰে একাউন্ট কে’বাজনো লোকৰ সৈতে শ্বেয়াৰ কৰে৷ উল্লেখ্য যে নেটফ্লিক্সে কে’বাগৰাকী লোকৰ মাজত একাউণ্ট শ্বেয়াৰ কৰিবলৈ সুবিধা প্ৰদান কৰি আহিছে৷ প্ৰতিষ্ঠানটোৰ মতে এই সুবিধাৰ বাবেই যোৱা বৰ্ষৰ তুলনাত নেটফ্লিক্সৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamnetflix
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!
বাণিজ্য

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

April 17, 2026
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?
বাণিজ্য

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

April 17, 2026
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ
বাণিজ্য

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
Next Post
শোৱাৰ সময়ত ৫ বিধ বস্তু দূৰত ৰাখক : অন্যথা হ’ব পাৰে বিভিন্ন ক্ষতি!

শোৱাৰ সময়ত ৫ বিধ বস্তু দূৰত ৰাখক : অন্যথা হ’ব পাৰে বিভিন্ন ক্ষতি!

চলন্ত ৰে’লৰ তলত পৰিল যুৱতী : ইয়াৰ পিছত কি ঘটিল চাওক ভিডিঅ’

চলন্ত ৰে’লৰ তলত পৰিল যুৱতী : ইয়াৰ পিছত কি ঘটিল চাওক ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.