• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰে প্ৰতি মাহে একাউণ্টত দিব ৫ হাজাৰ টকা, কেনেকৈ লাভ কৰিব এই ধন?

চৰকাৰে প্ৰতি মাহে একাউণ্টত দিব ৫ হাজাৰ টকা, কেনেকৈ লাভ কৰিব এই ধন?

4 years ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

10 minutes ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

56 minutes ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

2 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

3 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

3 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

4 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

5 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

5 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

6 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

6 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

9 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চৰকাৰে প্ৰতি মাহে একাউণ্টত দিব ৫ হাজাৰ টকা, কেনেকৈ লাভ কৰিব এই ধন?

editor by editor
April 20, 2022
in অসম, ভাৰত
0
চৰকাৰে প্ৰতি মাহে একাউণ্টত দিব ৫ হাজাৰ টকা, কেনেকৈ লাভ কৰিব এই ধন?
0
SHARES
498
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ সাধাৰণ শ্ৰেণী নাগৰিকৰ বাবে কে’বাখনো গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে৷

ইয়াৰ মাজৰে এখন বিশেষ আঁচনি হ’ল অটল পেঞ্চন আঁচনি৷ এই আঁচনিৰ যোগেদি আপোনাৰ বেংকত একাউণ্টত আপুনি মাহে ৫ হাজাৰ টকাকৈ লাভ কৰিব পাৰে৷ আনহাতে, আপুনি বিবাহিত হ’লে দ্বিগুণ অৰ্থাৎ ১০ হাজাৰ টকা লাভ কৰিব পাৰে৷ কিন্তু আপুনি কেনেকৈ লাভ কৰিব ধন?

অটল পেঞ্চন আঁচনি হৈছে এক পেঞ্চন আঁচনি৷ এই আঁচনিৰ যোগেদি আপুনি প্ৰতি মাহে পেঞ্চৰ সুবিধা লাভ কৰিব পাৰিব৷ আঁচনিখনে বিবাহিত হ’লে পতি পত্নী দুয়োকে সাঙুৰি ল’ব৷

লগতে পঢ়ক চৰকাৰৰ প্ৰতি ক্ষোভ! আলফা(স্বা)ত যোগদান প্ৰতিভাৱান খেলুৱৈৰ

সকলো লোকৰ বাবেই এই আঁচনি মুকলি কৰা হৈছে৷ অটল আঁচিনৰ যোগেদি সাধাৰণ শ্ৰেণীৰ নাগৰিকক ১ হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা আছে৷ অৱশ্যে পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি স্বামী পত্নী উভয়ে আবেদন কৰিলে ইয়াৰ পৰিমাণ ১০ হাজাৰ টকা হ’ব৷

অৱশ্যে ইয়াৰ বাবে নাগৰিকে প্ৰিমিয়াম জমা দিব লাগিব৷ ১৮ বছৰ বয়স হ’লে মাহিলী প্ৰিমিয়াম ২১০ টকা আৰু তিনিমাহৰ প্ৰিমিয়াম একেলগে দিলে ইয়াৰ পৰিমাণ হ’ব ৬২৬ টকা হ’ব৷

লগতে পঢ়ক কাৰাগাৰতে ট্ৰেন্সজেণ্ডাৰ ব্যক্তিৰে যৌন সম্পৰ্ক! গৰ্ভৱতী হ’ল দুই মহিলা কয়দী  

আপুনি ছমাহৰ প্ৰিমিয়াম একেলগে দিলে প্ৰিমিয়ামৰ পৰিমাণ হ’ব ১,২৩৯ টকা৷ কিন্তু ১ হাজাৰ টকাৰ পেঞ্চনৰ বাবে ১৮ বছৰ বয়সত মাহিলী প্ৰিমিয়াম হ’ব মাত্ৰ ৪২ টকা৷

এতিয়া প্ৰশ্ন আহিব পাৰে, প্ৰিমিয়াম ভৰি থকা লোকগৰাকীৰ ৬০ বছৰ পূৰ্বে মৃত্যু হ’লে তেওঁ পাবলগীয়া ধন কোনে লাভ কৰিব? এই ক্ষেত্ৰত স্বামীৰ মৃত্যু হ’লে পত্নীয়ে অথবা দুয়োৰে মৃত্যু হ’লে তেওঁলোকে মনোনীত কৰাৰ নমিনীয়ে সেই ধন লাভ কৰিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assampension plan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?
অসম

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

September 14, 2026
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?
অসম

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

September 14, 2026
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’
অসম

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

September 14, 2026
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?
অসম

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

September 14, 2026
Next Post
১০০ দিনত ২ লক্ষাধিক গ্ৰাহক হ্ৰাস! কিয় লোকচানৰ সন্মুখীন হৈছে Netflix?

১০০ দিনত ২ লক্ষাধিক গ্ৰাহক হ্ৰাস! কিয় লোকচানৰ সন্মুখীন হৈছে Netflix?

শোৱাৰ সময়ত ৫ বিধ বস্তু দূৰত ৰাখক : অন্যথা হ’ব পাৰে বিভিন্ন ক্ষতি!

শোৱাৰ সময়ত ৫ বিধ বস্তু দূৰত ৰাখক : অন্যথা হ’ব পাৰে বিভিন্ন ক্ষতি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.