• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন

দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন

4 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 hour ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

4 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

4 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

5 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

5 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

6 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

6 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

7 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

8 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন

editor by editor
June 1, 2022
in অপৰাধ, ভাৰত, ৰাজনীতি
0
দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন
0
SHARES
38
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাকেশ হালৈঃ কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে অবৈধভাৱে সম্পত্তি আহৰণৰ অপৰাধত দিল্লীৰ কেজৰিৱাল চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দৰ জৈনক EDয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমেল সম্বোধন কৰি কেৱল ৰাজনৈতিক মেৰপাকৰ বাবেই কেজৰিৱাল মন্ত্ৰীসভাৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰা বুলি সদৰী কৰে। বিজেপি শাসনাধিষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ ৰাজনীতিৰ মেৰপাকেৰে বন্দী কৰি অবৈধ সম্পত্তিৰ গঢ়াৰ অপৰাধত সত্যেন্দৰ জৈনক গ্ৰেপ্তাৰ কৰা বুলি কেজৰিৱালে উল্লেখ কৰিছে। ইয়াৰ পাছতে কংগ্ৰেছৰ দুই মুৰব্বী ছোনিয়া গান্ধী, ৰাহুল গান্ধীলৈ EDৰ চমন। ৮ জুনত কংগ্ৰেছৰ হাইকমাণ্ড ছোনিয়া গান্ধীক হাজিৰ হোৱাৰ নিৰ্দেশ। ২ জুনত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীকো হাজিৰ হোৱাৰ নিৰ্দেশ EDৰ। নেচনেল হেৰাল্ড গোচৰত মাতৃ-পুত্ৰক চমন জাৰি। EDৰ এই চমনৰ পাছতে সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্য। দুই ৰাজনৈতিক দলৰ মুৰব্বী নেতাক EDৰ চমনৰ পাছতে ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে। বিজেপি শাসনাধিস্থিত কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক উদ্দশ্যপ্ৰণোদিতভাৱে দুই ৰাজনৈতিক দলৰ শীৰ্ষ নেতালৈ জাৰি কৰা হৈছে নেকি চমন। নে চমন জাৰি কৰা এই নেতাসকল সঁচাকৈ জড়িত আছিল কেলেংকাৰি অথবা অপৰাধত? তদন্তৰ পাছতহে এই কথা পোহৰলৈ আহিব। সম্প্ৰতি EDৰ এই চমনে গৰম কৰি ৰাখিছে দেশৰ ৰাজনীতি। ৰাজনৈতিক মহলত প্ৰশ্ন উত্থাপিত হৈছে যে আগন্তুক গুজৰাট বিধানসভাৰ সাধাৰণ নিৰ্বাচনক উদ্দেশ্য কৰি ৰাজনৈতিক মেৰপেচত বন্দী কৰিব বিচৰা হৈছে নেকি? উল্লেখ্য যে গুজৰাটত আম আদমি পাৰ্টীয়ে বিজেপিৰ বিৰুদ্ধে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰচাৰিত হৈ আহিছে। আম আদমি পাৰ্টীৰ উত্থানত বিজেপি শংকিত হৈছে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। EDৰ এই চমনৰ দ্বাৰা গোপন উদ্দেশ্য ৰাখি বিজেপিয়ে কৌশলগতভাৱে কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ সাধাৰণ লোকৰ মাজত ভাবমূৰ্তি ম্লান কৰিব বিচাৰিছে, সেয়াও বৰ্তমান চৰ্চিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
Next Post
মৌ আৰু কিচমিচ খাওক আৰু দাম্পত্য জীৱন সুখৰ কৰক

মৌ আৰু কিচমিচ খাওক আৰু দাম্পত্য জীৱন সুখৰ কৰক

সাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ আৱিষ্কাৰ, কোন দেশে আৱিষ্কাৰ কৰিছে এই উদ্ভিদ?

সাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ আৱিষ্কাৰ, কোন দেশে আৱিষ্কাৰ কৰিছে এই উদ্ভিদ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.