• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ আৱিষ্কাৰ, কোন দেশে আৱিষ্কাৰ কৰিছে এই উদ্ভিদ?

সাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ আৱিষ্কাৰ, কোন দেশে আৱিষ্কাৰ কৰিছে এই উদ্ভিদ?

4 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

8 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

8 hours ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

8 hours ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

9 hours ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

10 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

11 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

11 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

12 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

14 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

15 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

15 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ আৱিষ্কাৰ, কোন দেশে আৱিষ্কাৰ কৰিছে এই উদ্ভিদ?

editor by editor
June 2, 2022
in বিবিধ, বিশ্ব
0
সাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ আৱিষ্কাৰ, কোন দেশে আৱিষ্কাৰ কৰিছে এই উদ্ভিদ?
0
SHARES
421
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ। পানীৰ তলত গজা সৰ্ববৃহৎ উদ্ভিদ বিধ পশ্চিম অষ্ট্ৰেলিয়াৰ এজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে। প্ৰচিডিংছ অৱ দ্য ৰয়েল ছ’চাইটি বি (Proceeding of the Royal Society B)ত প্ৰকাশিত শ্বাৰ্ক বে’ত আৱিষ্কাৰ কৰা এই উদ্ভিদবিধ ২০০ বৰ্গ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত বুলি ধাৰণা কৰা হৈছে।

গ্লাছগো চহৰতকৈ অলপ ডাঙৰ এই উদ্ভিদ বিধ। মানহাটান দ্বীপৰ ৩ গুণতকৈয়ো অধিক ২০ হাজাৰ ৰাগবী খেলপথাৰত এই উদ্ভিদবিধৰ আৱিষ্কাৰ কৰা হৈছে।

গৱেষকসকলে জানিব দিয়া অনুসৰি এই আৱিষ্কাৰটো এটা দুৰ্ঘটনাবশত ঘটনাৰ প্ৰতিফলন।

লগতে পঢ়ক দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন

জিনিঅ’ (Genetic Testing) পৰীক্ষা চলাই থকাৰ সময়ত উদ্ভিদবিধৰ ওপৰত উজুটি খাই পৰাৰ পাছত প্ৰথমে বিশাল সাগৰীয় ঘাঁহনিত দেখা গৈছিল যদিও এটা বীজৰ পৰা বিয়পি পৰে এই উদ্ভিদ বিধ।

প্ৰায় ৪,৫০০ বছৰ পুৰণি ১৮০ কিলোমিটাৰ দৈৰ্ঘৰ এই উদ্ভিদবিধ অষ্ট্ৰেলিয়াত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ হিচাপে আৱিষ্কাৰ কৰিছে গৱেষকসকলে।

গৱেষকৰ অধ্যয়ন অনুসৰি এই উদ্ভিদটো ‘Posidonia Australis’ সাগৰীয় ঘাঁহৰ একক ক্ল’ন আৰু পৃথিৱীৰ যিকোনো পৰিৱেশৰ ক্ল’নৰ ই আটাইতকৈ ডাঙৰ উদাহৰণ।

৮,৫০০ বছৰতকৈয়ো কম সময়ৰ পূৰ্বে শ্বাৰ্ক বে অঞ্চলত প্লাৱিত হোৱাৰ পাছত ই গভীৰ পানীত উৎপন্ন হয় বুলি ধাৰণা কৰিছে গৱেষকসকলে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

July 5, 2026
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ
বাণিজ্য

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

July 5, 2026
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

July 5, 2026
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!
বিনোদন

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

July 5, 2026
Next Post
চকুৰ এলাৰ্জি কি? ইয়াৰ লক্ষণ কি আৰু কেনেকৈ উপশম লাভ কৰিব?

চকুৰ এলাৰ্জি কি? ইয়াৰ লক্ষণ কি আৰু কেনেকৈ উপশম লাভ কৰিব?

এইবাৰ পাদ নহয়, স্তনৰ ঘাম বিক্ৰী কৰি দিনে ৪ লাখকৈ উপাৰ্জন সুন্দৰী যুৱতীৰ!

এইবাৰ পাদ নহয়, স্তনৰ ঘাম বিক্ৰী কৰি দিনে ৪ লাখকৈ উপাৰ্জন সুন্দৰী যুৱতীৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.