• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৌ আৰু কিচমিচ খাওক আৰু দাম্পত্য জীৱন সুখৰ কৰক

মৌ আৰু কিচমিচ খাওক আৰু দাম্পত্য জীৱন সুখৰ কৰক

4 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

12 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

13 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

13 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

14 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

14 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

14 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

15 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

16 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

17 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

18 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

19 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

মৌ আৰু কিচমিচ খাওক আৰু দাম্পত্য জীৱন সুখৰ কৰক

editor by editor
June 2, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
মৌ আৰু কিচমিচ খাওক আৰু দাম্পত্য জীৱন সুখৰ কৰক
0
SHARES
333
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহিত পুৰুষসকলে  কিচমিচ খালে যি আশ্চৰ্যকৰ লাভালাভ পাব জানিলে আজিৰে পৰা আপুনিও খোৱা আৰম্ভ কৰিব।

কিচমিচৰ (Raisins) সৈতে মৌ মিহলি কৰি খালে আপোনাৰ বহুতো সমস্যা মুহূৰ্ততে অন্ত পৰিব। শুক্ৰাণুৰ পৰা বিভিন্ন ধৰণৰ সমস্যা আজিৰ পুৰুষৰ ক্ষেত্ৰত দেখা যায়। কিন্তু আপুনি যদি কিছমিছ, মৌ নিয়মীয়াকৈ খাই এইটো আপোনাৰ বাবে দুগুণ লাভজনক হ’ব পাৰে।

কিচমিচত মৌ মিহলাই খোৱাৰ আৰু বহুতো লাভালাভ আছে। এইটো বিশ্বাস কৰা হয় যে এনেদৰে কিচমিচ খালে আপোনাৰ যৌন শক্তি বৃদ্ধি হয়। ইয়াৰ উপৰিও ইয়াৰ আৰু কি কি লাভালাভ আছে চাও আহক—

লগতে পঢ়ক দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন

মৌ-কিচমিচ  উপকাৰী এই দুয়োটাই টেষ্টোষ্টেৰন বঢ়োৱা খাদ্যৰ শ্ৰেণীত অন্তৰ্ভুক্ত৷ কোৱা হয় যে ই এক এনেকুৱা হৰমন যিয়ে পুৰুষসকলৰ যৌন সমস্যা দূৰ কৰাত আৰু তেওঁলোকৰ বিভিন্ন শাৰীৰিক সমস্যা দূৰ কৰাত সহায় কৰে ৷ সেয়েহে ই বিবাহিত পুৰুষৰ বাবে অতি লাভজনক।

১. মৌ-কিচমিচ খোৱাটো পুৰুষৰ বাবে উপকাৰী৷ কোৱা হয় যে এই দুয়োটাই টেষ্টোষ্টেৰন বঢ়োৱা খাদ্যৰ  শ্ৰেণীত অন্তৰ্ভুক্ত৷ ই এক এনেকুৱা হৰমন যিয়ে পুৰুষসকলৰ যৌন সমস্যা দূৰ কৰাত আৰু তেওঁলোকৰ বিভিন্ন শাৰীৰিক সমস্যা দূৰ কৰাত সহায় কৰে৷ সেয়েহে ই বিবাহিত পুৰুষৰ বাবে অতি লাভজনক।

২. কিচমিচত মৌ মিহলাই খালে বিবাহিত পুৰুষৰ শুক্ৰাণু (Sperm)দুৰ্বল কৰাৰ সমস্যা ঠিক হয়। এইটো বিশ্বাস কৰা হয় যে কিচমিচ খোৱাটোৱে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰে। দৰাচলতে, মৌ আৰু কিচমিচত এনে বহুতো গুণ থাকে, যি শুক্ৰাণুৰ মানদণ্ড  উন্নত কৰে।

লগতে পঢ়ক সংকটত ছোনিয়া আৰু ৰাহুল গান্ধী! ইডি-এ কিয় দিলে দুয়োকে চমন?

৩. কৰ্কট ৰোধী উপদানো থাকে মৌ আৰু কিচমিচ দুয়োটাতে। কৰ্কট ৰোধী উপাদানবোৰে শৰীৰৰ যিকোনো অংগত কৰ্কট কোষ বৃদ্ধি হোৱা প্ৰতিহত কৰিবলৈ আৰু কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ কাম কৰে।

৪. কিচমিচৰ সৈতে মৌ মিহলি কৰি খোৱাটো বিবাহিত পুৰুষৰ বাবে লাভজনক বুলি প্ৰমাণিত হয়। শাৰীৰিক  দুৰ্বলতা থকা পুৰুষৰ ক্ষেত্ৰত ই অতি লাভজনক।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
সাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ আৱিষ্কাৰ, কোন দেশে আৱিষ্কাৰ কৰিছে এই উদ্ভিদ?

সাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ আৱিষ্কাৰ, কোন দেশে আৱিষ্কাৰ কৰিছে এই উদ্ভিদ?

চকুৰ এলাৰ্জি কি? ইয়াৰ লক্ষণ কি আৰু কেনেকৈ উপশম লাভ কৰিব?

চকুৰ এলাৰ্জি কি? ইয়াৰ লক্ষণ কি আৰু কেনেকৈ উপশম লাভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.