• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিয়ালে কৰিছিল বিচ্ছেদ, উচ্চ ন্যায়ালয়ে পুনৰ যোৰা লগালে লেচবিয়ান দম্পতীক

পৰিয়ালে কৰিছিল বিচ্ছেদ, উচ্চ ন্যায়ালয়ে পুনৰ যোৰা লগালে লেচবিয়ান দম্পতীক

4 years ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

1 hour ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

2 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

2 hours ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

3 hours ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

3 hours ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

4 hours ago
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

4 hours ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

5 hours ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

7 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

7 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

9 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পৰিয়ালে কৰিছিল বিচ্ছেদ, উচ্চ ন্যায়ালয়ে পুনৰ যোৰা লগালে লেচবিয়ান দম্পতীক

editor by editor
June 1, 2022 - Updated on June 2, 2022
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পৰিয়ালে কৰিছিল বিচ্ছেদ, উচ্চ ন্যায়ালয়ে পুনৰ যোৰা লগালে লেচবিয়ান দম্পতীক
0
SHARES
163
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৰালা উচ্চ ন্যায়ালয়ে মঙলবাৰে এক শক্তিশালী নজিৰ গঢ়ি তুলিলে৷ পিতৃ-মাতৃয়ে বলপূৰ্বকভাৱে বিচ্ছেদ কৰাৰ পিছত এহাল লেচবিয়ান দম্পতী অধিলা নাছাৰিন আৰু ফতিমা নুৰাক একেলগে থাকিবলৈ অনুমতি দিয়ে।

অধিলা আৰু ফতিমাই কেৰালা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যে পৰিয়ালে তেওঁলোকক দুয়োকে বলপূৰ্বকভাৱে বিচ্ছেজ কৰিছিল৷ লেচবিয়ান দম্পতী হালে অভিযোগ কৰা মতে ফাতিমা পৰিয়ালে ‘অপহৰণৰ ভুৱা গোচৰৰ দি তেওঁলোকক বিচ্ছেদ কৰাইছিল৷

উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ কে বিনোদ চন্দ্ৰন আৰু চি জয়চন্দ্ৰনৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে লেচবিয়ান দম্পতীহালক পুনৰ মিলন কৰোৱাই দিয়ে৷

লগতে পঢ়ক মুখ্যমন্ত্ৰীয়ে ক’লে- আছিকুলৰ মৃত্যু দুৰ্ঘটনা, তাৰ পাছত কি ক’লে কংগ্ৰেছ-AIUDFএ

ন্যায়াধীশদ্বয়ে লেচবিয়ান দম্পতীহালক তেওঁলোকে একেলগে থাকিব বিচাৰে নেকি বুলি প্ৰশ্ন কৰে আৰু ইয়াৰ উত্তৰত তেওঁলোকে দৃঢ়তাৰে একেলগে থাকিব বিচাৰে বুলি ন্যায়ালয়ক কয়৷ ইয়াৰ পিছত আদালতে দম্পতীহালক পুনৰ আইনী প্ৰক্ৰিয়াৰে একত্ৰিত কৰাত সহায় কৰে৷

আলুভাৰ বাসিন্দা অধিলা (২২) আৰু কোঝিকোডেৰ বাসিন্দা ফাথিমা (২৩)ৰ মাজত চৌদি আৰৱত স্কুলীয়া দিনৰ পৰাই সম্পৰ্ক আছিল। যোৱা ১৯ মে’ত তেওঁলোকে পিতৃ-মাতৃৰ ওচৰলৈ উভতি আহি ঘৰত মানসিক অত্যাচাৰৰ সন্মুখীন হোৱাৰ পিছত পলায়নৰ সিদ্ধান্ত লয়৷

তেওঁলোকে কোঝিকোডস্থিত প্ৰান্তীয় সম্প্ৰদায়ক সমৰ্থন কৰা বেচৰকাৰী সংস্থা ভানাজা কালেকটিভত আশ্ৰয় বিচাৰিছিল। দুয়োটা পৰিয়ালে তেওঁলোকৰ পিছে পিছে গৈ বনাজা কালেকটিভৰ পৰা লৈ আনি তেওঁলোক পুনৰ পৃথক কৰিবলৈ বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰে।

লগতে পঢ়ক বিকিনি পিন্ধা কোন এই মডেল? লয়লাস ভংগীমাৰে বৰফত খোজ

অধিলাৰ পিতৃ-মাতৃয়ে সমৰ্থনৰ অভিনয় কৰি তেওঁলোকৰ সম্পৰ্কক গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক পৃথক কৰি আলুভাৰ অধিলাৰ আত্মীয়ৰ ঘৰলৈ লৈ যায়৷ ইফালে, ফাতিমাৰ পিতৃ-মাতৃয়ে থামাৰাছেৰী আৰক্ষী থানাত অধিলাই তেওঁলোকৰ কন্যাক অপহৰণ কৰাৰ অভিযোগত ভুৱা অভিযোগ দাখিল কৰে।

প্ৰাপ্তবয়স্ক লেচবিয়ান দম্পতীহালে একেলগে থাকিবলৈ বাছি লোৱাৰ কথা জানিব পাৰি আৰক্ষীয়ে সেই অভিযোগ খাৰিজ কৰে। কিন্তু যোৱা ২৪ মে’ত ফাতিমাৰ পৰিয়ালে বলপূৰ্বকভাৱে নিজৰ কন্যাক অধিলাৰ পৰা কাঢ়ি লৈ ​​যায়।

কিন্তু ৩১ মে’ৰ কেৰলা উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে লেচবিয়ান দম্পতীহালে দুয়োটা পৰিয়ালৰ বাধা নেওচি পুনৰ একত্ৰিত হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in Assamkerala high courtlesLesbian Couple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

October 17, 2026
Next Post
দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন

দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন

মৌ আৰু কিচমিচ খাওক আৰু দাম্পত্য জীৱন সুখৰ কৰক

মৌ আৰু কিচমিচ খাওক আৰু দাম্পত্য জীৱন সুখৰ কৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.