• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীয়ে ক’লে- আছিকুলৰ মৃত্যু দুৰ্ঘটনা, তাৰ পাছত কি ক’লে কংগ্ৰেছ-AIUDFএ

মুখ্যমন্ত্ৰীয়ে ক’লে- আছিকুলৰ মৃত্যু দুৰ্ঘটনা, তাৰ পাছত কি ক’লে কংগ্ৰেছ-AIUDFএ

4 years ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

10 minutes ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

36 minutes ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

1 hour ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

2 hours ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

2 hours ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

5 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

7 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

7 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

16 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মুখ্যমন্ত্ৰীয়ে ক’লে- আছিকুলৰ মৃত্যু দুৰ্ঘটনা, তাৰ পাছত কি ক’লে কংগ্ৰেছ-AIUDFএ

editor by editor
June 1, 2022
in অপৰাধ, অসম, ৰাজনীতি
0
মুখ্যমন্ত্ৰীয়ে ক’লে- আছিকুলৰ মৃত্যু দুৰ্ঘটনা, তাৰ পাছত কি ক’লে কংগ্ৰেছ-AIUDFএ
0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাস্কৰ জ্যোতি বৰুৱাঃ বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিকুল ইছলামৰ মৃত্যুক মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনা আখ্যা দিয়াৰ পাছতে সৰৱ হৈ পৰিছে বিৰোধী৷

আছিকুলৰ মৃত্যুৰ ঘটনাক সন্দেহজনক বুলি মন্তব্য কৰিছে aiudfৰ বিধায়ক ৰফিকুল ইছলামে৷ গাড়ীৰ পৰা অভিযুক্তই কেনেকৈ জঁপিয়াই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰফিকুল ইছলামে৷

অভিযুক্তক আৰক্ষীয়ে গাড়ীৰ পৰা পেলাই খুন্দিয়াই মাৰে নেকি তাক লৈ সন্দেহ প্ৰকাশ কৰিছে জনিয়াৰ বিধায়কগৰাকীয়ে৷ উচ্চ ন্যায়ালয়ে এনেকুৱা ঘটনাৰ নিজাকৈ গোচৰ তৰি তদন্ত কৰাৰ বাবে আহ্বান জনায় ৰফিকুল ইছলামে৷

লগতে পঢ়ক স্কুল ভান চালকৰ পুত্ৰৰ সফলতাৰ কাহিনী! UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নজিৰ স্থাপন

বটদ্ৰৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে৷ এনকাউণ্টাৰ মানে অসমত পুলিচৰাজ হ’বলৈ গৈ আছে বুলি মন্তব্য আজমলৰ৷

আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তই প্ৰতিবাৰে কেনেকৈ পলায়? এই প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই৷ আৰক্ষীক তীব্ৰ সমালোচনা কৰে উত্তৰ কৰিমগঞ্জৰ বিধায়কগৰাকীয়ে৷

লগতে পঢ়ক গাৰ্হস্থ্য হিংসাৰ বলি হৈ স্বামী গৃহ ত্যাগ, IAS পৰীক্ষাত উত্তীৰ্ণ হৈ আদৰ্শ স্থাপন শিৱাংগীৰ

অভিযুক্তই আৰক্ষীৰ হাতৰ পৰা পলালে এনকাউণ্টাৰ হ’বই বুলি মন্তব্য বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ৷ আৰক্ষী কঠোৰ হোৱাৰ বাবে ভয়তে অভিযুক্তই পলায় বুলি উল্লেখ বিধায়কগৰাকীৰ৷

বটদ্ৰৱা কাণ্ডৰ দৰে এই সকলো ঘটনাৰ আঁৰত তৃতীয় পক্ষ জড়িত থকাৰ অভিযোগ উত্থাপন কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই৷ বটদ্ৰৱা কাণ্ডৰ পাছত এতিয়া তীব্ৰ বাকযুদ্ধত লিপ্ত হৈছে শাসক-বিৰোধী৷ মাষ্টাৰ মাইণ্ড আছিকুলৰ মৃত্যুৰ পাছত এতিয়া এনেদৰে সৰৱ হৈ পৰিছে বিৰোধী৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ
ভাৰত

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

June 30, 2026
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?
ৰাজনীতি

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

June 29, 2026
Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!
অপৰাধ

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

June 29, 2026
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
Next Post
সংকটত ছোনিয়া আৰু ৰাহুল গান্ধী! ইডি-এ কিয় দিলে দুয়োকে চমন?

সংকটত ছোনিয়া আৰু ৰাহুল গান্ধী! ইডি-এ কিয় দিলে দুয়োকে চমন?

পৰিয়ালে কৰিছিল বিচ্ছেদ, উচ্চ ন্যায়ালয়ে পুনৰ যোৰা লগালে লেচবিয়ান দম্পতীক

পৰিয়ালে কৰিছিল বিচ্ছেদ, উচ্চ ন্যায়ালয়ে পুনৰ যোৰা লগালে লেচবিয়ান দম্পতীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.