• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাৰ্হস্থ্য হিংসাৰ বলি হৈ স্বামী গৃহ ত্যাগ, IAS পৰীক্ষাত উত্তীৰ্ণ হৈ আদৰ্শ স্থাপন শিৱাংগীৰ

গাৰ্হস্থ্য হিংসাৰ বলি হৈ স্বামী গৃহ ত্যাগ, IAS পৰীক্ষাত উত্তীৰ্ণ হৈ আদৰ্শ স্থাপন শিৱাংগীৰ

4 years ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

16 minutes ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

56 minutes ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

1 hour ago
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

2 hours ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

2 hours ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

2 hours ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

3 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

3 hours ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

4 hours ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

4 hours ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

4 hours ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গাৰ্হস্থ্য হিংসাৰ বলি হৈ স্বামী গৃহ ত্যাগ, IAS পৰীক্ষাত উত্তীৰ্ণ হৈ আদৰ্শ স্থাপন শিৱাংগীৰ

editor by editor
June 1, 2022
in বিবিধ, ভাৰত
0
গাৰ্হস্থ্য হিংসাৰ বলি হৈ স্বামী গৃহ ত্যাগ, IAS পৰীক্ষাত উত্তীৰ্ণ হৈ আদৰ্শ স্থাপন শিৱাংগীৰ
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিমধ্যে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে৷ এইবাৰ অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ভিতৰত মহিলা প্ৰাৰ্থীসকলে বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

ইয়াৰ মাজতে শিৱাংগী গোৱেল নামৰ মহিলা প্ৰাৰ্থীগৰাকীয়ে দেশবাসীৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে৷ দেশৰ ভিতৰতে ১৭৭ সংখ্যক স্থান লাভ কৰা শিৱাংগীয়ে এক সাক্ষাৎকাৰত তেওঁ গাৰ্হস্থ্য হিংসাৰ বলি হৈ স্বামী গৃহ ত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি প্ৰকাশ কৰিছে৷

লগতে পঢ়ক ৰাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা উদ্বোধন যোগীৰ : আৰু কি কি কৰিব ৰাম মন্দিৰত?

উত্তৰ প্ৰদেশৰ হাপুড়ৰ পিলখুৱা নিৱাসী শিৱাংগীয়ে স্বামী আৰু স্বামী গৃহৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি স্বামী গৃহ ত্যাগ কৰা সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত সফলতা লাভ কৰিছে৷

বিয়াৰ পূৰ্বেও শিৱাংগীয়ে দুবাৰকৈ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ব্যৰ্থ হয়৷  ইয়াৰ পিছতে পিতৃ আৰু মাতৃয়ে কন্যাসহ শিৱাংগীক ২০১৯ চনত স্বামী গৃহৰ পৰা নিজ গৃহলৈ লৈ আনে৷

লগতে পঢ়ক কেনেকৈ হত্যা কৰা হৈছিল পাঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছৱালাক? হত্যাকাণ্ডৰ A to Z জানিবলৈ পঢ়ক

পিতৃ-মাতৃ আৰু সাত বছৰীয়া কন্যাই তেওঁৰ ওপৰত ৰখা বিশ্বাস আৰু আস্থাৰ বাবে এইবাৰ অসামৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ সফল হোৱা বুলি শিৱাংগীয়ে দাবী কৰিছে৷ শিৱাংগীৰ মতে এটা সময়ত তেওঁ জীৱনৰ লক্ষ্য আৰু আৰু উদ্দেশ্য প্ৰায় হেৰুওৱাই পেলাইছিল৷ কিন্তু পিতৃ-মাতৃ আৰু নিজৰ কন্যাৰ তেওঁৰ ওপৰত আস্থা আৰু বিশ্বাসী শিৱাংগীক আত্মবিশ্বাসী কৰি তোলে৷

এই সফলতাৰ কৃতিত্ব নিজ পিতৃ-মাতৃ আৰু সাত বছৰীয়া সন্তানটিক দিয়া শিৱাংগীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সমাজ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ ইয়াৰ পিছতে কোনো ধৰণৰ ক’ৰ্ছিং অবিহনে নিজে প্ৰস্তুতি চলাই শিৱাংগীয়ে অৱশেষত সাফল্য লাভ কৰে৷

তেওঁৰ এই কৃতিত্বৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি শিৱাংগীয়ে কয় যে যিসকল মহিলাই গাৰ্হস্থ্য হিংসাৰ বলি হৈ আহিছে, তেওঁলোকে ভাগি পৰাৰ কোনো প্ৰয়োজন নাই। অলপ প্ৰচেষ্টা আৰু সাধনাৰে তেওঁলোকেও লক্ষ্য স্পৰ্শ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে শিৱাংগীয়ে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIASshivangi gowel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক
জীৱনশৈলী

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

May 20, 2026
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?
জীৱনশৈলী

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

May 20, 2026
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?
জীৱনশৈলী

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

May 20, 2026
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!
ভাৰত

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

May 20, 2026
Next Post
স্কুল ভান চালকৰ পুত্ৰৰ সফলতাৰ কাহিনী! UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নজিৰ স্থাপন

স্কুল ভান চালকৰ পুত্ৰৰ সফলতাৰ কাহিনী! UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নজিৰ স্থাপন

বিকিনি পিন্ধা কোন এই মডেল?  লয়লাস ভংগীমাৰে বৰফত খোজ

বিকিনি পিন্ধা কোন এই মডেল? লয়লাস ভংগীমাৰে বৰফত খোজ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.