• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা উদ্বোধন যোগীৰ : আৰু কি কি কৰিব ৰাম মন্দিৰত?

ৰাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা উদ্বোধন যোগীৰ : আৰু কি কি কৰিব ৰাম মন্দিৰত?

4 years ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

38 minutes ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

2 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

3 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

3 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

4 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

17 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

17 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

18 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

18 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

19 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা উদ্বোধন যোগীৰ : আৰু কি কি কৰিব ৰাম মন্দিৰত?

editor by editor
June 1, 2022
in ভাৰত
0
ৰাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা উদ্বোধন যোগীৰ : আৰু কি কি কৰিব ৰাম মন্দিৰত?
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ কাম দ্ৰুতগতিত চলি আছে৷ এই পৰ্যন্ত সম্পূৰ্ণ হৈছে মন্দিৰৰ প্লিন্থ৷ বুধবাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যানাথে ৰাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা স্থাপন কৰে৷

শিলাপূজন কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ৰাম মন্দিৰ হ’ব জনসাধাৰণৰ বিশ্বাসৰ প্ৰতীক৷ লগতে ৰাম মন্দিৰ হ’ব ৰাষ্ট্ৰ মন্দিৰ আৰু ইয়াৰ কাম পূৰ্ণগতিৰে আগবাঢ়ি যাব৷ ৫০০ বছৰীয়া ‘তাদপান’ অস্তিত্ব শেষ হ’বলৈ গৈ আছে বুলি মন্তব্য কৰে যোগী আদিত্যানাথে৷

লগতে পঢ়ক অন্য এক মাইলষ্টোন স্পৰ্শ! ‘লোকেল উৎপাত’ৰ ১ কোটি সংগ্ৰহ!

हर भारतीय के लिए इससे बढ़कर गौरव की अनुभूति का क्षण और क्या हो सकता है… pic.twitter.com/6gclqzGOS4

— Yogi Adityanath (@myogiadityanath) June 1, 2022

গৰ্ভগৃহৰ আধাৰশিলা পুৱাৰ ভাগতেই উদ্বোধন কৰা হয়, তাৰ পাছতে অযোধ্যা ৯০ গৰাকী সাধুক পূজাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে৷

৬ ফুট ডাঠ হ’ব গৰ্ভগৃহৰ দেৱাল৷ ৰাম মন্দিৰৰ মাটি-কালি ২০x২০ বৰ্গফুট৷ ৰাম জনমভূমিত অংকন তথা কাৰু-কাৰ্যৰ কামো কৰা হৈছে৷ ১৯০ চনৰ পৰা শ্ৰীৰাম জনমভূমিত ৰখা শিলৰ ব্যৱহাৰৰো সময় আহি পৰিছে৷ শীঘ্ৰেই ৰাম জনমভূমিৰ চৌহদলৈ অনা হ’ব শিলবোৰ৷ যাৰ দ্বাৰা মন্দিৰৰ নিৰ্মাণৰ কাম আৰু অধিক দ্ৰুতগতিত আগবাঢ়িব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamram mandiryogi adityanath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়
ভাৰত

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

August 31, 2026
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!
ভাৰত

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

August 31, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা
বিশ্ব

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

August 29, 2026
Next Post
বিশ্বৰ সৰ্ববৃহৎ হুইস্কিৰ বটলটো কিমান ডাঙৰ? ইয়াৰ মূল্য কিমান?

বিশ্বৰ সৰ্ববৃহৎ হুইস্কিৰ বটলটো কিমান ডাঙৰ? ইয়াৰ মূল্য কিমান?

গাৰ্হস্থ্য হিংসাৰ বলি হৈ স্বামী গৃহ ত্যাগ, IAS পৰীক্ষাত উত্তীৰ্ণ হৈ আদৰ্শ স্থাপন শিৱাংগীৰ

গাৰ্হস্থ্য হিংসাৰ বলি হৈ স্বামী গৃহ ত্যাগ, IAS পৰীক্ষাত উত্তীৰ্ণ হৈ আদৰ্শ স্থাপন শিৱাংগীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.