• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ বান সমস্যাৰ বাবে মূল জগৰীয়া’ কিয় ক’লে অখিল গগৈয়ে?

‘হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ বান সমস্যাৰ বাবে মূল জগৰীয়া’ কিয় ক’লে অখিল গগৈয়ে?

4 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

3 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

5 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

6 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

6 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

6 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

7 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

8 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

8 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

9 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ বান সমস্যাৰ বাবে মূল জগৰীয়া’ কিয় ক’লে অখিল গগৈয়ে?

editor by editor
June 18, 2022
in অসম, ৰাজনীতি
0
‘হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ বান সমস্যাৰ বাবে মূল জগৰীয়া’ কিয় ক’লে অখিল গগৈয়ে?
0
SHARES
990
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে গুৱাহাটীৰ বান সমস্যাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মূল জগৰীয়া বুলি অভিহিত কৰিছে৷

মহানগৰীৰ হাতীইগাঁৱৰ বান বিধ্বস্ত এলেকা সিজুবাৰী পৰিদৰ্শন কৰাৰ কালত এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷

হাতীগাঁৱৰ সিজুবাৰীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰা ৰাইজৰ দলৰ প্ৰতিনিধিক নেতৃত্ব দিয়া দলটোৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উন্নয়নৰ মন্ত্ৰী হৈ থকাৰ সময়তে গুৱাহাটীক বৰবাদ কৰি দিলে৷

লগতে পঢ়ক টাটাই শ্বেয়াৰ মাৰ্কেটত দিব দ্বিগুণ লাভ, শীঘ্ৰেই ক্ৰয় কৰক টাটাৰ এই শ্বেয়াৰ

‘‘গুৱাহাটী উন্নয়নৰ দায়িত্বত থাকি গুৱাহাটী বৰবাদ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা মন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী হিচাপেও ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ বান সমস্যাৰ বাবে মূল জগৰীয়া হিমন্ত বিশ্ব শৰ্মা। বানপানীৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ক’ত পলাল?’’ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অকৰ্মণ্য বুলিও আখ্যা দি অখিল গগৈয়ে কয় যে এৰ’প্লেনৰ লগত চেল্ফি উঠা মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ বাহিৰে পৃথিৱীত আন কোনো নাই৷

লগতে পঢ়ক KKRৰ পিছত এইবাৰ মহিলা ক্ৰিকেট দলৰ মালিক হ’ল বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান

‘‘আজিৰ মুখ্যমন্ত্ৰী এসময়ত হেনো ছুপাৰ মন্ত্ৰী আছিল। অথচ গুৱাহাটী বচাব নোৱাৰিলে সেই ছুপাৰ মন্ত্ৰীয়ে।’’ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি অখিল গগৈয়ে আৰু কয়৷

আনহাতে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘলক আক্ৰমণ কৰি কয় যে গুৱাহাটী লুণ্ঠনৰ আটাইতকৈ বেছি জগৰীয়া হৈছে বৰ্তমানৰ গুৱাহাটী উন্নয়ন মন্ত্ৰীজন৷ গুৱাহাটীত পাহাৰ কাটি আটাইতকৈ বেছি ঘৰ বনোৱা মানুহজনেই অশোক সিংঘল বুলিও আক্ৰণাত্মক মন্তব্য কৰিলে শিৱসাগৰৰ  বিধায়ক অখিল গগৈয়ে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assam cmAssam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRajor Dal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ
জীৱনশৈলী

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

January 31, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
Next Post
অগ্নিপথে অগ্নিকুণ্ডত পৰিণত কৰিছে দেশৰ ৰাজ্যসমূহ! নিজৰ স্থিতিত অটল চৰকাৰ

অগ্নিপথে অগ্নিকুণ্ডত পৰিণত কৰিছে দেশৰ ৰাজ্যসমূহ! নিজৰ স্থিতিত অটল চৰকাৰ

বন্যাক্ৰান্তক সাহায্য দিবলৈ গৈ অঘটন! কপিলীত হাত নাও বুৰি তিনিজন সন্ধানহীন

বন্যাক্ৰান্তক সাহায্য দিবলৈ গৈ অঘটন! কপিলীত হাত নাও বুৰি তিনিজন সন্ধানহীন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.