• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেংক একাউণ্টত বেলেঞ্চ শূণ্য নেকি! তথাপিও ১০ হাজাৰ টকা উলিয়াব পাৰিব! কিন্তু কেনেকৈ? 

বেংক একাউণ্টত বেলেঞ্চ শূণ্য নেকি! তথাপিও ১০ হাজাৰ টকা উলিয়াব পাৰিব! কিন্তু কেনেকৈ? 

4 years ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

37 minutes ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

56 minutes ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

1 hour ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

2 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

2 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

3 hours ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

4 hours ago
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

4 hours ago
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

5 hours ago
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

7 hours ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

8 hours ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

বেংক একাউণ্টত বেলেঞ্চ শূণ্য নেকি! তথাপিও ১০ হাজাৰ টকা উলিয়াব পাৰিব! কিন্তু কেনেকৈ? 

editor by editor
June 23, 2022
in বাণিজ্য, ভাৰত
0
বেংক একাউণ্টত বেলেঞ্চ শূণ্য নেকি! তথাপিও ১০ হাজাৰ টকা উলিয়াব পাৰিব! কিন্তু কেনেকৈ? 
0
SHARES
32k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপোনাৰ বেংকৰ একাউণ্টত এটকাও নাই নেকি? যদিও এটকাও নাই তথাপিও আপুনি একাউণ্টৰ পৰা ১০ হাজাৰ টকা উলিয়াব পাৰিব৷ কিন্তু কেনেকৈ?

ইয়াৰ বাবে আপুনি প্ৰধানমন্ত্ৰী জন ধন একাউণ্ট এটা খুলিব লাগিব৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত এতিয়া শূন্য বেলেঞ্চত থকা বেংক একাউণ্টৰ সংখ্যাই ৪১ কোটি অতিক্ৰম কৰিছে। ইয়াৰ অধীনত খোলা একাউণ্টত একাউণ্টধাৰীয়ে বহুতো সুবিধা লাভ কৰে।

এই একাউণ্টৰ অধীনত আপোনাৰ একাউণ্টত বেলেঞ্চ নাথাকিলেও ১০ হাজাৰ টকা পৰ্যন্ত উলিয়াব পাৰিব। ইয়াৰ উপৰিও ৰূপায়ে ডেবিট কাৰ্ডৰ সুবিধা প্ৰদান কৰা হৈছে, যাৰ জৰিয়তে আপুনি একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব আৰু সামগ্ৰীও ক্ৰয়ো কৰিব পাৰিব।

লগতে পঢ়ক ১ লাখ বিনিয়োগেৰে ৫০ লাখ টকা উপাৰ্জন! কেনেকৈ সম্ভৱ হ’ল এয়া?

মন কৰিবলগীয়া যে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত জন ধন যোজনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। সেই বৰ্ষৰে ২৮ আগষ্টৰ পৰা আৰম্ভ হৈছিল এই আঁচনি। চৰকাৰে ২০১৮ চনত অধিক বৈশিষ্ট্য আৰু সুবিধাসহ এই আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিছিল।

কেন্দ্ৰীয় বৃত্ত মন্ত্ৰালয়ৰ মতে, ২০১৫ চনৰ পৰা শূন্য বেলেঞ্চ থকা একাউণ্টৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। ২০১৫ চনৰ মাৰ্চ মাহত ৫৮% শূণ্য বেলেঞ্চ থকা একাউণ্ট আছিল, যিটো এতিয়া ৭%ৰ ওচৰ চাপিছে। অৰ্থাৎ এতিয়া মানুহেও তাত টকা জমা কৰা হৈছে।

লগতে পঢ়ক অম্বুবাচী হিন্দুধৰ্মৰ এক বছৰেকীয়া উৎসৱ, কিমান দিন থাকে অম্বুবাচীৰ স্থিতি?

এই একাউণ্টত কি কি সুবিধা উপলব্ধ?

১. জন ধন যোজনাৰ অধীনত ১০ বছৰৰ তলৰ শিশুৰ একাউণ্টো খুলিব পাৰিব।

২. এই আঁচনিৰ অধীনত একাউণ্ট খুলিলে RuPay ATM কাৰ্ড, দুৰ্ঘটনা বীমা কভাৰ ২ লাখ টকা, লাইফ কভাৰ ৩০ হাজাৰ টকা আৰু জমা ধনৰ সুত পাব।

৩. ইয়াৰ ওপৰি ১০ হাজাৰৰ অভাৰড্ৰাফ্টৰ সুবিধাও লাভ কৰিব।

৪. এই একাউণ্টটো যিকোনো বেংকত খুলিব পাৰি।

লগতে পঢ়ক ‘তাজমহলৰ সৌন্দৰ্যৰ আঁৰত প্লাষ্টিক প্ৰদূষণ’, মণিপুৰী কিশোৰীৰ টুইটৰ পাছতে দেশত হাহাকাৰ

৫. ইয়াত ন্যূনতম বেলেঞ্চ ৰক্ষা কৰিব নালাগে৷

জন ধন একাউণ্ট খুলিবলৈ আধাৰ কাৰ্ড, পাছপ’ৰ্ট, ড্ৰাইভিং লাইচেন্সকে ধৰি KYCৰ প্ৰয়োজনীয়তা পূৰণ কৰা নথি-পত্ৰও জমা দিব লাগে। এইবোৰ নথি-পত্ৰ নাথাকিলে সৰু একাউণ্ট খুলিব পাৰিব। ইয়াৰ বাবে স্ব-প্ৰমাণিত ফটোখন আৰু বেংক বিষয়াৰ সন্মুখত স্বাক্ষৰ পূৰণ কৰিব লাগিব। জন ধন একাউণ্ট খুলিবলৈ কোনো ধৰণৰ মাচুল বা চাৰ্জ দিব নালাগে। ১০ বছৰ বা তাতকৈ অধিক বয়সৰ যিকোনো ব্যক্তিয়ে এই একাউণ্ট খুলিব পাৰিব।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPM Jan dhan Accountpm jon dhan yojna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!
বাণিজ্য

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

April 18, 2026
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ
ভাৰত

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

April 18, 2026
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক
বাণিজ্য

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

April 18, 2026
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
জীৱনশৈলী

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

April 18, 2026
Next Post
‘বিবাহ পূৰ্ব যৌনতা প্ৰকৃত প্ৰেম নহয়, অত্যধিক যৌনতাই সম্পৰ্ক ধ্বংস কৰে!’ এই বিতৰ্কিত মন্তব্য কাৰ?

‘বিবাহ পূৰ্ব যৌনতা প্ৰকৃত প্ৰেম নহয়, অত্যধিক যৌনতাই সম্পৰ্ক ধ্বংস কৰে!’ এই বিতৰ্কিত মন্তব্য কাৰ?

৭ হাজাৰ বিলাসী বাহন, ২৫৫০ কোটিৰ ৰাজপ্ৰসাদ, কে’বাখনো জেট বিমানৰ মালিক, এওঁ কোন?

৭ হাজাৰ বিলাসী বাহন, ২৫৫০ কোটিৰ ৰাজপ্ৰসাদ, কে’বাখনো জেট বিমানৰ মালিক, এওঁ কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.