• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ জুলাইৰ পৰা পৰিৱৰ্তন হ’ব নেকি চিলিণ্ডাৰৰ মূল্য? জানিবলৈ চাওক…

১ জুলাইৰ পৰা পৰিৱৰ্তন হ’ব নেকি চিলিণ্ডাৰৰ মূল্য? জানিবলৈ চাওক…

4 years ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

46 minutes ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

1 hour ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

2 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

3 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

3 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

4 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

5 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

5 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

5 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১ জুলাইৰ পৰা পৰিৱৰ্তন হ’ব নেকি চিলিণ্ডাৰৰ মূল্য? জানিবলৈ চাওক…

editor by editor
June 28, 2022
in অসম, ভাৰত
0
১ জুলাইৰ পৰা পৰিৱৰ্তন হ’ব নেকি চিলিণ্ডাৰৰ মূল্য? জানিবলৈ চাওক…
0
SHARES
29.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত অহা ১ জুলাইৰ পৰা বহু পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে৷ যেনে — কৰ্মৰ সময় বৃদ্ধি হ’ব পাৰে, ইনহেণ্ড দৰমহা হ্ৰাস পাব পাৰে, দুচকীয়া গাড়ীৰ দাম বৃদ্ধি হ’ব পাৰে, আধাৰ-পান লিংকিঙৰ বাবে জৰিমনা দুগুণ হ’ব ইত্যাদি।

এই পৰিৱৰ্তনসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ব এল পি জি চিলিণ্ডাৰৰ মূল্য। কাৰণ প্ৰতিটো খণ্ড ইয়াৰ লগত সংযুক্ত হৈ আছে।

এল পি জি চিলিণ্ডাৰ মূল্য হ্ৰাস পাব নে অধিক ব্যয়বহুল হ’ব নে পুৰণি মূল্যত উপলব্ধ হ’ব, সেয়া কেৱল ১ জুলাইতহে জানিব পৰা যাব৷ কিন্তু উল্লেখ্যযোগ্য কথাটো হৈছে যে দেশৰ বেছিভাগ চহৰতে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম ১০০০ টকাৰ ওপৰত। স্মৰ্তব্য যে, যোৱা এটা বছৰত এল পি জি চিলিণ্ডাৰৰ ব্যয় বৃদ্ধি পালে ১৬৮.৫০ টকা৷

লগতে পঢ়ক অতি কৰুণ দৃশ্য! বানত বুৰ গ’ল হাস্পতাল, ৰাস্তাতে কেঞ্চাৰ ৰোগীৰ কেমোথেৰাপি!

যোৱা এবছৰত দিল্লীত ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ হাৰ ৮৩৪.৫০ টকাৰ পৰা ১০০৩ টকালৈ বৃদ্ধি পাইছে। ১৪.২ কেজি ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ হাৰত শেষবাৰৰ বাবে ৪ টকা বৃদ্ধি কৰা হৈছিল ২০২২ চনৰ ১৯ ​​মে’ত।

ইয়াৰ পূৰ্বে ৭ মে’ত দিল্লীত প্ৰতি চিলিণ্ডাৰৰ মূল্য আছিল ৯৯৯.৫০ টকা। ২০২২ চনৰ ২২ মাৰ্চত ৯৪৯.৫০ টকাৰ তুলনাত ৭ মে’ত এল পি জি চিলিণ্ডাৰটো ৫০ টকাকৈ ব্যয়বহুল হৈ পৰে।

২২ মাৰ্চতো চিলিণ্ডাৰৰ দামত ৫০ টকা বৃদ্ধি কৰা হৈছিল। ইয়াৰ পূৰ্বে ২০২১ চনৰ অক্টোবৰৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰীলৈ দিল্লীত ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য আছিল ৮৯৯.৫০ টকা। কিন্তু ১ জুলাইৰ পিছত ইয়াৰ মূল্য বৃদ্ধি হয় নে একেই থাকেই তাৰ প্ৰতি দেশবাসী উৎকণ্ঠিত হৈ ৰোৱা পৰিলক্ষিত হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcylinder price hikelpg cylinder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
Next Post
১ জুলাইৰ পৰা দেশত সলনি হ’ব বহু নিয়ম! কি কি নিয়ম সলনি হ’ব? কি প্ৰভাৱ পৰিব?

১ জুলাইৰ পৰা দেশত সলনি হ’ব বহু নিয়ম! কি কি নিয়ম সলনি হ’ব? কি প্ৰভাৱ পৰিব?

ভাৰতত ধনী মানুহ নিৰাপদ নহয় কিয়? চৰকাৰ আৰু হিন্দুত্ব ভয়ত পলাইছে নেকি ধনকুবেৰ?

ভাৰতত ধনী মানুহ নিৰাপদ নহয় কিয়? চৰকাৰ আৰু হিন্দুত্ব ভয়ত পলাইছে নেকি ধনকুবেৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.