• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিষাক্ত সাপৰ সৈতে ধেমালিয়ে কাল হ’ল দেৱেন্দ্ৰৰ, শিশুসহ নিজৰ ডিঙিত মেৰিয়াই কৰিছিল খেলা

বিষাক্ত সাপৰ সৈতে ধেমালিয়ে কাল হ’ল দেৱেন্দ্ৰৰ, শিশুসহ নিজৰ ডিঙিত মেৰিয়াই কৰিছিল খেলা

4 years ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

6 minutes ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

34 minutes ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

1 hour ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

1 hour ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

3 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

5 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

6 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

6 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

7 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিষাক্ত সাপৰ সৈতে ধেমালিয়ে কাল হ’ল দেৱেন্দ্ৰৰ, শিশুসহ নিজৰ ডিঙিত মেৰিয়াই কৰিছিল খেলা

editor by editor
August 22, 2022
in বিবিধ, ভাৰত
0
বিষাক্ত সাপৰ সৈতে ধেমালিয়ে কাল হ’ল দেৱেন্দ্ৰৰ, শিশুসহ নিজৰ ডিঙিত মেৰিয়াই কৰিছিল খেলা
0
SHARES
45.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছুমান মানুহে প্ৰদৰ্শনকামিতাৰ বাবেই নিজৰ জীৱনলৈ বিপদ আনে৷ আন কিছুমানে আকৌ তেনে স্বভাৱৰ বাবে মৃত্যু পৰ্যন্ত মাতি আনে৷

তেনে এটা কৰুণ ঘটনা পুনৰ সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে৷ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে উত্তৰ প্ৰদেশত তেনে এক প্ৰদৰ্শনকামিতাৰ বাবেই এজন লোকে মৃত্যুক সাৱটি লৈছে৷

প্ৰকাশিত খবৰ মতে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত দেৱেন্দ্ৰ মিশ্ৰ নামৰ লোকজনে প্ৰতিবেশী এজন লোকৰ ঘৰৰ পৰা এটা বিষাক্ত সাপ উদ্ধাৰ কৰে৷

লগতে পঢ়ক আসুৰিক কাণ্ড! মল্লদ্বাৰেদি ভৰাই দিলে ষ্টীলৰ গিলাচ, ইয়াৰ পাছত কি হ’ল ভুক্তভোগী লোকজনৰ?

সাপটো উদ্ধাৰ কৰাৰ পিছতে লোকজনে সাপটো এৰি দিয়াৰ বিপৰীতে গাঁৱখনত সাপটো লৈ খেল প্ৰদৰ্শন কৰিবলৈ ধৰে৷

আনকি এটি কন্যা শিশুৰ লগতে নিজৰ ডিঙিটো বিষাক্ত সাপটো মেৰিয়া খেল প্ৰদৰ্শন কৰিবলৈ ধৰে৷ এই সমগ্ৰ দৃশ্য এটা ভিডিঅ’ত আৱদ্ধ হৈ ৰৈছে৷ ভিডিঅ’টো ইতিমধ্যে সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল হৈ পৰিছে৷

লগতে পঢ়ক ১৫০০ হাজাৰ টকা লৈ ৫ যুৱকৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ মহিলাৰ! ইয়াৰ পিছত কি হ’ল?

ইফালে দেৱেন্দ্ৰ মিশ্ৰই গাঁৱত এইদৰে খেল দেখুওৱাই ফুৰোতে প্ৰায় দুঘণ্টাৰ পিছত হঠাতে বিষাক্ত সাপটোৱে দংশন কৰে৷ সাপটোৱে দংশন কৰাৰ পিছতে দেৱেন্দ্ৰ মিশ্ৰক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে বেজালিৰে চিকিৎসা কৰা হয়৷

কিন্তু বেজালিয়ে দেৱেন্দ্ৰ মিশ্ৰক ৰক্ষা কৰিব নোৱাৰিলে৷ সৰ্প দংশনৰ কেইবাঘণ্টাৰ পিছতে দেৱেন্দ্ৰ মিশ্ৰৰ মৃত্যু ঘটে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamSnake bit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি
বিনোদন

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

October 18, 2026
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?
প্ৰযুক্তি

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

October 18, 2026
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!
বাণিজ্য

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

October 18, 2026
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?
প্ৰযুক্তি

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

October 18, 2026
Next Post
প্ৰেমিকলৈ ভিডিঅ’ কল কৰি প্ৰেমিকাৰ আত্মহত্যা, গুৱাহাটীৰ ক’ত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ?

প্ৰেমিকলৈ ভিডিঅ’ কল কৰি প্ৰেমিকাৰ আত্মহত্যা, গুৱাহাটীৰ ক’ত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ?

আকৌ পুৰোহিতৰ কামনাৰ বলি হ’ল কিশোৰী, গৰ্ভৱতী কিশোৰীক হাস্পতালত ভৰ্তি

আকৌ পুৰোহিতৰ কামনাৰ বলি হ’ল কিশোৰী, গৰ্ভৱতী কিশোৰীক হাস্পতালত ভৰ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.