• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ পুৰোহিতৰ কামনাৰ বলি হ’ল কিশোৰী, গৰ্ভৱতী কিশোৰীক হাস্পতালত ভৰ্তি

আকৌ পুৰোহিতৰ কামনাৰ বলি হ’ল কিশোৰী, গৰ্ভৱতী কিশোৰীক হাস্পতালত ভৰ্তি

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

8 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

8 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

9 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

9 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

10 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

11 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

12 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

12 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

13 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

14 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

15 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আকৌ পুৰোহিতৰ কামনাৰ বলি হ’ল কিশোৰী, গৰ্ভৱতী কিশোৰীক হাস্পতালত ভৰ্তি

editor by editor
August 22, 2022
in অপৰাধ, ভাৰত
0
আকৌ পুৰোহিতৰ কামনাৰ বলি হ’ল কিশোৰী, গৰ্ভৱতী কিশোৰীক হাস্পতালত ভৰ্তি
0
SHARES
13.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিশোৰীগৰাকী কেইবাদিনো ধৰি অসুস্থ অনুভৱ হৈ আছিল। ইয়াৰ পাছতে পৰিয়ালৰ লোকে কিশোৰীগৰাকীক চিকিৎসালয়লৈ নিয়ে৷

চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰ কৰাৰ পিছতে স্তম্ভিত হৈ পৰে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোক। স্বাস্থ্য পৰীক্ষাৰ পিছতে চিকিৎসকে জনাই যে কিশোৰীগৰাকী গৰ্ভৱতী৷

এই কথা শুনিয়ে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকসকল হতভম্ব হৈ পৰে৷ কিশোৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি স্থানীয় এগৰাকী পুৰোহিতে তেওঁক ধৰ্ষণ কৰিছিল৷ ঘটনাটো পশ্চিমবংগৰ হুঘলীৰ কোন্নগৰৰ৷

লগতে পঢ়ক বিষাক্ত সাপৰ সৈতে ধেমালিয়ে কাল হ’ল দেৱেন্দ্ৰৰ, শিশুসহ নিজৰ ডিঙিত মেৰিয়াই কৰিছিল খেলা

পৰিয়ালৰ লোকে এই বিষয়ে অৱগত হোৱাৰ পিছতে আৰক্ষীৰ কাষ চাপিছে৷ ইতিমধ্যে আৰক্ষীয়ে কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত অভিযুক্ত পুৰোহিতগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে৷

পৰিয়ালৰ লোকে জনোৱা মতে, নাবালিকাগৰাকীয়ে কয় যে কোন্নগৰৰ এটা মন্দিৰৰ এজন পুৰোহিতে তেওঁক ধৰ্ষণ কৰিছিল। নাবালকগৰাকীৰ পৰিয়ালে অভিযোগ কৰিছে যে পুৰোহিতে ছোৱালীজনীক হত্যা কৰাৰ ভাবুকিও দিছিল।

দেওবাৰে কিশোৰীগৰাকীৰ পৰিয়ালে উত্তৰপাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পুৰোহিতজনক। চন্দননগৰ আৰক্ষী আয়ুক্ত অমিত পি জাভালগীয়ে কয় যে কিশোৰীগৰাকীৰ সৈতে কথা পাতি অভিযোগৰ তদন্ত আৰম্ভ হৈছে। POCSO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। লগতে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক। নাবালিকাগৰাকী সুস্থ হৈ উঠিলে তেওঁৰ গোপনীয় বক্তব্য গ্ৰহণ কৰা হ’ব।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamReped
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি
নিয়োগ

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

August 16, 2026
Next Post
গেৰুৱা হ’ব অভিনেতা চুনু ছুড! অতি শীঘ্ৰেই যোগদান কৰিব বিজেপিত!

গেৰুৱা হ’ব অভিনেতা চুনু ছুড! অতি শীঘ্ৰেই যোগদান কৰিব বিজেপিত!

ইউনিফর্ম পিন্ধি মহিলাৰে অনৈতিক কাৰ্য আৰক্ষীৰ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হ’ল নিলম্বিত

ইউনিফর্ম পিন্ধি মহিলাৰে অনৈতিক কাৰ্য আৰক্ষীৰ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হ’ল নিলম্বিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.