• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গেৰুৱা হ’ব অভিনেতা চুনু ছুড! অতি শীঘ্ৰেই যোগদান কৰিব বিজেপিত!

গেৰুৱা হ’ব অভিনেতা চুনু ছুড! অতি শীঘ্ৰেই যোগদান কৰিব বিজেপিত!

4 years ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

2 minutes ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

44 minutes ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

1 hour ago
‘হত শৈশৱ’

‘হত শৈশৱ’

3 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

5 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

7 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

7 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

8 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

গেৰুৱা হ’ব অভিনেতা চুনু ছুড! অতি শীঘ্ৰেই যোগদান কৰিব বিজেপিত!

editor by editor
August 22, 2022
in ভাৰত, ৰাজনীতি
0
গেৰুৱা হ’ব অভিনেতা চুনু ছুড! অতি শীঘ্ৰেই যোগদান কৰিব বিজেপিত!
0
SHARES
696
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ’ণা মহামাৰীৰ সময়ত দৰিদ্ৰ প্ৰব্ৰজিত শ্ৰমিক সহায় কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা বলিউদৰ অভিনেতা চুনু ছুডে অতি শীঘ্ৰেই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব পাৰে!

খবৰ অনুসৰি, অভিনেতা চুনু ছুডে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষক সাক্ষাৎ কৰিছে। এই বৈঠকৰ পিছত অতি সোনকালে চুনু ছুডে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব পাৰে বুলি অনুমান কৰা হৈছে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অৰ্থাৎ পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে চুনু ছুদৰ ভগ্নী মালিক মালবিকা ছুদে প্ৰতিদ্বন্দ্বিতা কৰিছিল। চুনু ছুডে ভগ্নীৰ হৈ তীব্ৰ প্ৰচাৰ অভিযানো চলাইছিল। চুনু ছুডে জোৰদাৰ প্ৰচাৰ চলোৱাৰ পিছতো তেওঁৰ ভগ্নী মালবিকা নিৰ্বাচত পৰাস্ত হয়৷

 

 

Sonu Sood ने भाजपा राष्ट्रीय संगठन के महासचिव बी.एल. संतोष से की मुलाकात, सूत्रों के मुताबिक जल्द होंगे BJP में शामिल #sonusood @divya_news24 pic.twitter.com/dzIoSJaaFU

— News24 (@news24tvchannel) August 22, 2022

 

লগতে পঢ়ক প্ৰেমিকলৈ ভিডিঅ’ কল কৰি প্ৰেমিকাৰ আত্মহত্যা, গুৱাহাটীৰ ক’ত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ?

যদি ভাৰতীয় জনতা পাৰ্টীত চুনু ছুডে যোগদান কৰে তেন্তে ই দলটোক পঞ্জাৱত নিজৰ স্থিতি আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব বুলি অনুমান কৰা হৈছে।

বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে কেপ্তেইন অমৰিন্দৰ সিঙৰ দলৰ সৈতে মিত্ৰতা কৰি প্ৰতিদ্বন্দ্বিতা কৰিছিল।

স্মৰ্তব্য যে যোৱা পঞ্জাৱ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিশেষ সফলতা লাভ কৰা নাছিল৷ আনহাতে আম আদমী পাৰ্টিয়ে নিৰংকুশ সফলতা লাভ কৰি ভগৱন্ত মানৰ নেতৃত্বত চৰকাৰ গঠ কৰে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actor sonu soodasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambjpsonu soodsonu sood joins in BJP
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan
বিনোদন

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

September 27, 2026
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’
অপৰাধ

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

September 27, 2026
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
Next Post
ইউনিফর্ম পিন্ধি মহিলাৰে অনৈতিক কাৰ্য আৰক্ষীৰ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হ’ল নিলম্বিত

ইউনিফর্ম পিন্ধি মহিলাৰে অনৈতিক কাৰ্য আৰক্ষীৰ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হ’ল নিলম্বিত

প্লেটফৰ্মত শুই আছিল পত্নী, স্বামীয়ে দাঙি নি পেলাই দিয়ে চলন্ত ৰে’লৰ আগত, তাৰ পাছত কি হ’ল?

প্লেটফৰ্মত শুই আছিল পত্নী, স্বামীয়ে দাঙি নি পেলাই দিয়ে চলন্ত ৰে’লৰ আগত, তাৰ পাছত কি হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.