• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউনিফর্ম পিন্ধি মহিলাৰে অনৈতিক কাৰ্য আৰক্ষীৰ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হ’ল নিলম্বিত

ইউনিফর্ম পিন্ধি মহিলাৰে অনৈতিক কাৰ্য আৰক্ষীৰ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হ’ল নিলম্বিত

4 years ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

19 minutes ago
‘হত শৈশৱ’

‘হত শৈশৱ’

2 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

4 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

6 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

6 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

7 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

7 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

8 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ইউনিফর্ম পিন্ধি মহিলাৰে অনৈতিক কাৰ্য আৰক্ষীৰ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হ’ল নিলম্বিত

editor by editor
August 23, 2022
in অপৰাধ, ভাৰত
0
ইউনিফর্ম পিন্ধি মহিলাৰে অনৈতিক কাৰ্য আৰক্ষীৰ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হ’ল নিলম্বিত
0
SHARES
83.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ এটা ৯ মিনিটৰ ভিডিঅ’ ক্লীপ৷ এই ৯ মিনিটৰ ভিডিঅ’ ক্লীপটো ভাইৰেল হোৱাৰ লগে লগে এখন ৰাজ্যৰ আৰক্ষী বিভাগৰ অভ্যন্তৰত তীব্ৰ কঁপনি উঠে৷

ভিডিঅ’টোত দেখা গৈছে এটা কোঠাত আৰক্ষী পোছাক পৰিহিত এজন লোকে এগৰাকী মহিলাৰে অশ্লীল কাৰ্যত প্ৰবৃত্ত হৈ আছে৷

ভাইৰেল হোৱা ভিডিঅ’টোত আৰক্ষী পোছাক পৰিধান কৰি এনে অনৈতিক কাৰ্যত লিপ্ত হোলা লোকডজন হৈছে এজন হেড কনিষ্টবল৷ তেওঁ উত্তৰ প্ৰদেশ আৰক্ষীত কৰ্মৰত৷

 

লগতে পঢ়ক আকৌ পুৰোহিতৰ কামনাৰ বলি হ’ল কিশোৰী, গৰ্ভৱতী কিশোৰীক হাস্পতালত ভৰ্তি

উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰকাশ কৰা মতে হেড কনিষ্টবলজন হৈছে দীপ সিং৷ তেওঁ বৰ্তমান উন্নাওত কৰ্মৰত আছিল৷

প্ৰকাশ পোৱা মতে ভিডিঅ’টো প্ৰায় ২ বছৰ পুৰণি৷ ঘটনাটোৰ সময়ত আৰক্ষী কনিষ্টবলগৰাকী গংগাঘাট কোতৱালীত কৰ্মৰত আছিল৷

ভিডিঅ’টোৰ পৰা ধাৰণা কৰা হৈছে যে কেমেৰাটো ৰেকৰ্ডিং মোডত ৰাখি আৰক্ষী কনিষ্টবলগৰাকীয়ে নজনাকৈ গোপনে মহিলাগৰাকীয়ে এই ভিডিঅ’টো ৰেকৰ্ডিং কৰিছে৷

 

লগতে পঢ়ক প্ৰেমিকলৈ ভিডিঅ’ কল কৰি প্ৰেমিকাৰ আত্মহত্যা, গুৱাহাটীৰ ক’ত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ?

ভিডিঅ’টোৱে উত্তৰ প্ৰদেশ আৰক্ষী বিভাগত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতে জিলা আৰক্ষী অধীক্ষকে কনিষ্টবলগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷

আৰক্ষী অধীক্ষক দীনেশ ত্ৰিপাঠীয়ে ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ হেড কনিষ্টবল দীপ সিঙক নিলম্বন কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে৷

ইফালে তদন্তকাৰী আৰক্ষীৰ দলে ভিডিঅ’টোত থকা মহিলাগৰাকীৰো সন্ধানত অভিযান আৰম্ভ কৰা বুলি প্ৰকাশ কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamUP police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?
অপৰাধ

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

September 27, 2026
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা
অপৰাধ

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

September 27, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

September 27, 2026
Next Post
প্লেটফৰ্মত শুই আছিল পত্নী, স্বামীয়ে দাঙি নি পেলাই দিয়ে চলন্ত ৰে’লৰ আগত, তাৰ পাছত কি হ’ল?

প্লেটফৰ্মত শুই আছিল পত্নী, স্বামীয়ে দাঙি নি পেলাই দিয়ে চলন্ত ৰে’লৰ আগত, তাৰ পাছত কি হ’ল?

আকৌ ব্ৰাহ্মণ সমাজৰ ৰোষত ব্ৰাহ্মণ পৰিয়াল! এঘৰীয়া লোকক প্ৰসাদ দি এঘৰীয়া আন এঘৰ ব্ৰাহ্মণ

আকৌ ব্ৰাহ্মণ সমাজৰ ৰোষত ব্ৰাহ্মণ পৰিয়াল! এঘৰীয়া লোকক প্ৰসাদ দি এঘৰীয়া আন এঘৰ ব্ৰাহ্মণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.