• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ ব্ৰাহ্মণ সমাজৰ ৰোষত ব্ৰাহ্মণ পৰিয়াল! এঘৰীয়া লোকক প্ৰসাদ দি এঘৰীয়া আন এঘৰ ব্ৰাহ্মণ

আকৌ ব্ৰাহ্মণ সমাজৰ ৰোষত ব্ৰাহ্মণ পৰিয়াল! এঘৰীয়া লোকক প্ৰসাদ দি এঘৰীয়া আন এঘৰ ব্ৰাহ্মণ

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

8 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

8 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

9 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

9 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

10 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

11 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

12 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

12 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

13 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

14 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

15 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আকৌ ব্ৰাহ্মণ সমাজৰ ৰোষত ব্ৰাহ্মণ পৰিয়াল! এঘৰীয়া লোকক প্ৰসাদ দি এঘৰীয়া আন এঘৰ ব্ৰাহ্মণ

editor by editor
August 23, 2022
in অসম
0
আকৌ ব্ৰাহ্মণ সমাজৰ ৰোষত ব্ৰাহ্মণ পৰিয়াল! এঘৰীয়া লোকক প্ৰসাদ দি এঘৰীয়া আন এঘৰ ব্ৰাহ্মণ
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঙ্গলদৈ, বাইহাটাৰ পিছত এইবাৰ ছিপাঝাৰত আনক প্ৰসাদ খোৱাই এঘৰীয়া হ’ল ব্ৰাহ্মণ সম্প্ৰদায়ৰ এটি দুৰ্ভগীয়া পৰিয়াল। ছিপাঝাৰ সমষ্টিৰ ২ নম্বৰ ঘোঁৰাশাল গাঁৱৰ আনন্দিপাৰাত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা।

ব্ৰাহ্মণ সম্পদায়ৰ এঘৰীয়া কৰা ব্যক্তিয়ে প্ৰসাদ গ্ৰহণ কৰাৰ বাৱে ৰাজহুৱা শাস্তিৰ সন্মুখীন হ’ল আনন্দিপাৰাৰ একে সম্প্ৰদায়ৰে দীনেশ চন্দ্ৰ শৰ্মাৰ পৰিয়াল। ইয়াৰ পিছতে মঙ্গলদৈৰ অতুল শৰ্মাৰ পৰিয়ালৰ দৰেই এতিয়া দিকবিদিক হেৰুৱাইছে দীনেশ চন্দ্ৰ শৰ্মাৰ পৰিয়ালে।

শাস্তিৰ সন্মূখীন হোৱা ব্ৰাহ্মণ পৰিয়ালটোৰ ধৰ্মীয় সকামত প্ৰসাদ খাবলৈ আহিছিল স্থানীয় ব্ৰাহ্মণ সমাজে পূৰ্বে এঘৰীয়া কৰা এজন লোকজন। এনে লোকক পূজাৰ প্ৰসাদ খাবলৈ দিয়াটো অপৰাধ গণ্য কৰি আনন্দিপাৰাৰ ব্ৰাহ্মণৰ খেলে সমাজচ্যুত কৰিলে দীনেশ চন্দ্ৰ শৰ্মা নামৰ লোকজনৰ পৰিয়ালটোক।

লগতে পঢ়ক ইউনিফর্ম পিন্ধি মহিলাৰে অনৈতিক কাৰ্য আৰক্ষীৰ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হ’ল নিলম্বিত

পৰিয়ালটোৱে সংবাদ মাধ্যমক জনোৱা মতে সোমবাৰে স্থানীয় ব্ৰাহ্মণ সমাজৰ খেলৰ সভাপতি/সম্পাদকৰ স্বাক্ষৰ সম্বলিত এক পত্ৰ তেওঁলোকে লাভ কৰে। তাত উল্লেখ কৰা মতে, সমাজৰ নিয়ম ভংগ কৰাৰ বাবে আনন্দিপাৰা কালী মন্দিৰৰ অন্তৰ্ভূক্ত পৰিয়ালসমূহৰ গৃহত হোৱা কোনো অনুষ্ঠানতে ভাগ ল’ব নোৱাৰিব দীনেশ শৰ্মাৰ পৰিয়ালে।

ইফালে এবছৰ ধৰি জটিল ৰোগত ভুগি সৰ্বস্বান্ত আৰু শয্যাশায়ী হৈ আছে অতি দৰিদ্ৰ লোক দীনেশ শৰ্মা। নিজৰ সমাজখনৰে এচাম লোকৰ আক্ৰোশ আৰু অমানৱীয় সিদ্ধান্তৰ বলি হৈ মানসিকভাৱে ভাগি পৰিছে এতিয়া পৰিয়ালটো।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Channel in AssamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
Next Post
বিয়াৰ মণ্ডপত কইনাৰ জুই! ভাইৰেল ভিডিঅ’, লক্ষ লক্ষ লোকৰ হৃদয়ত তুলিল খলকনি

বিয়াৰ মণ্ডপত কইনাৰ জুই! ভাইৰেল ভিডিঅ’, লক্ষ লক্ষ লোকৰ হৃদয়ত তুলিল খলকনি

পঢ়া শুনাত নাই মন, জে’লত থকাৰ মন! সেই বাবেই বন্ধুক হত্যা এক শিক্ষাৰ্থীৰ!

পঢ়া শুনাত নাই মন, জে’লত থকাৰ মন! সেই বাবেই বন্ধুক হত্যা এক শিক্ষাৰ্থীৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.