• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫০০ হাজাৰ টকা লৈ ৫ যুৱকৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ মহিলাৰ! ইয়াৰ পিছত কি হ’ল?

১৫০০ হাজাৰ টকা লৈ ৫ যুৱকৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ মহিলাৰ! ইয়াৰ পিছত কি হ’ল?

4 years ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

5 hours ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

5 hours ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

6 hours ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

6 hours ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

7 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

8 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

9 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

10 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

10 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

11 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

12 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১৫০০ হাজাৰ টকা লৈ ৫ যুৱকৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ মহিলাৰ! ইয়াৰ পিছত কি হ’ল?

editor by editor
August 22, 2022
in অসম
0
১৫০০ হাজাৰ টকা লৈ ৫ যুৱকৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ মহিলাৰ! ইয়াৰ পিছত কি হ’ল?
0
SHARES
648
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী মহিলাক ১৫০০০ টকাৰ বিনিময়ত ৫ যুৱকৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ দাখিল কৰোৱাই অৱশেষত হাইলাকান্দিৰ দুই যুৱক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে৷

জানিব পৰা মতে হাইলাকান্দিৰ লালা আৰক্ষীয়ে নিজাম উদ্দিন বৰভূঞা আৰু আলতাফ হুছেইন লস্কৰ নামৰ দুই যুৱকক এই গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই দুই যুৱকে ব্যক্তিগত আক্ৰোশ পূৰণৰ বাবে এগৰাকী মহিলাক ১৫ হাজাৰ টকা প্ৰদান কৰি ব্যৱহাৰ কৰিছিল৷ অভিযোগ অনুসৰি মহিলাগৰাকীক উক্ত দুই যুৱকে ১৫ হাজাৰ টকা দি ৫ যুৱকে তেওঁ দলৱদ্ধভাৱে ধর্ষণ কৰাৰ অভিযোগ কৰি যোৱা ২৮ মে’ত হাইলাকান্দিৰ লালা আৰক্ষী থানাত এক গোচৰ দাখিল কৰোৱাইছিল৷ হাইলাকান্দি চহৰৰ পৰা লালালৈ যোৱাৰ পথত আয়নাখাল অঞ্চলত দলবদ্ধ ধৰ্ষণৰ চিকাৰ হৈছিল বুলি উল্লেখ কৰিছিলে মহিলাগৰাকীয়ে।

লগতে পঢ়ক লয়লাস যুৱতীৰ বিষাক্ত চুম্বন! যুৱতীৰে গভীৰ চুম্বনৰ পিছতে মৃত্যু কাৰাবন্দীৰ

ইয়াৰ পিছতে ঘটনাই নতুন মূৰ লয়৷ উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে ৫ যুৱকক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে৷ ইয়াৰ মাজতে হঠাতে মহিলাগৰাকীয়ে আৰক্ষীৰ আগত তেওঁ ধৰ্ষণৰ বলি হোৱা নাই বুলি প্ৰকাশ কৰে৷ আনকি আদালততো  মহিলাগৰাকীয়ে কয় যে তেওঁ ধৰ্ষণৰ বলি হোৱা নাছিল, বৰং উক্ত দুই যুৱকে তেওঁক ১৫০০০ টকাৰ বিনিময়ত ৫ যুৱকৰ বিৰুদ্ধে ধর্ষণৰ ভুৱা গোচৰ দাখিল কৰোৱাইছিল৷

ইয়াৰ পিছতে আদালতে আৰক্ষীক উক্ত দুই যুৱকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ আদালাতৰ নিৰ্দেশৰ ভিত্তিতে লালা আৰক্ষীয়ে যোৱা নিশা অভিযুক্ত আলতাফ হুছেইনক আৰু আজি পুৱা নিজাম উদ্দিন বৰভূঞাক গ্ৰেপ্তাৰ কৰে।

ইপিনে, গ্ৰেপ্তাৰ হোৱা পিছতে এক অভিযুক্ত আলতাফ হুছেইনে নিজক নিৰ্দোষী বুলি দাবী কৰি এই সকলো নিজাম উদ্দিনৰ ষড়যন্ত্ৰ বুলি দাবী কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khbarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamfiled fake gang rape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!
অসম

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

August 10, 2026
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ
জীৱনশৈলী

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

August 10, 2026
বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক
অসম

বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

August 10, 2026
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা
বিনোদন

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

August 9, 2026
Next Post
আসুৰিক কাণ্ড! মল্লদ্বাৰেদি ভৰাই দিলে ষ্টীলৰ গিলাচ, ইয়াৰ পাছত কি হ’ল ভুক্তভোগী লোকজনৰ?

আসুৰিক কাণ্ড! মল্লদ্বাৰেদি ভৰাই দিলে ষ্টীলৰ গিলাচ, ইয়াৰ পাছত কি হ’ল ভুক্তভোগী লোকজনৰ?

বৃক্ক বা কিডনীৰ কৰ্কটৰোগ কি? আৰু ল’বলগীয়া সচেতনতাৰ বিষয়ে কিছু কথা…

বৃক্ক বা কিডনীৰ কৰ্কটৰোগ কি? আৰু ল’বলগীয়া সচেতনতাৰ বিষয়ে কিছু কথা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.