• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লয়লাস যুৱতীৰ বিষাক্ত চুম্বন! যুৱতীৰে গভীৰ চুম্বনৰ পিছতে মৃত্যু কাৰাবন্দীৰ

লয়লাস যুৱতীৰ বিষাক্ত চুম্বন! যুৱতীৰে গভীৰ চুম্বনৰ পিছতে মৃত্যু কাৰাবন্দীৰ

4 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

11 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

11 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

12 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

12 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

13 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

14 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

14 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

15 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

16 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

16 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

17 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

লয়লাস যুৱতীৰ বিষাক্ত চুম্বন! যুৱতীৰে গভীৰ চুম্বনৰ পিছতে মৃত্যু কাৰাবন্দীৰ

editor by editor
August 20, 2022
in অপৰাধ, বিশ্ব
0
লয়লাস যুৱতীৰ বিষাক্ত চুম্বন! যুৱতীৰে গভীৰ চুম্বনৰ পিছতে মৃত্যু কাৰাবন্দীৰ
0
SHARES
30.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিনেমাত হয়তো এই দৃশ্য সুলভ৷ কাৰোবাৰ সৈতে চুম্বন কৰাৰ ফলত কোনোবা এজনৰ মৃত্যু হৈছে! কিন্তু বাস্তৱ জীৱনত সেয়া সম্ভৱনে? প্ৰকৃতে বাস্তৱত সেয়া সম্ভৱ নহ’লেও এগৰাকী যুৱতীয়ে সেই অসম্ভৱকে সম্ভৱ বুলি প্ৰমাণ কৰি দিলে৷

মহিলাগৰাকীৰ এক বিষাক্ত চুম্বনৰ পিছতে এগৰাকী কাৰাৰুদ্ধ কয়দীৰ মৃত্যু ঘটিছে৷ এই চাঞ্চল্যকৰ ঘটনাটো আমেৰিকাত সংঘটিত হৈছে৷

ঘটনাৰ বিৱৰণীৰ মতে আমেৰিকাৰ টেনচীৰ কাৰাগাৰত বন্দী হৈ থকা এজন কয়দীৰেৰে এগৰাকী যুৱতীয়ে গভীৰ চুম্বন কৰাৰ পিছতে কয়দীজনৰ মৃত্যু হৈছে৷ যুৱতীগৰাকীৰে কয়দীজন চুম্বন কৰাৰ দৃশ্য কাৰাগাৰখনৰ এজন চকীদাৰে প্ৰত্যক্ষ কৰিছিল৷

লগতে পঢ়ক কি নৃশংস! প্ৰেমত উন্মত্ত প্ৰেমিক আৰু মাতৃয়ে হত্যা কৰিলে ৮ বছৰীয়া কন্যাক!

যুৱতীগৰাকী হৈছে ৰেচেল ডলাৰ্ড আৰু মৃত্যু হোৱা কয়দীজনৰ নাম জোছুয়া ব্ৰাউন৷ ৰেচেলে ব্ৰাউনেৰে চুম্বনৰ সময়ত এটা বেলুনত প্ৰায় ১৪ গ্ৰামৰ মেথামফেটামাইন বিষ ভৰাই লৈছিল৷ চুম্বনৰ সময়তে ৰেচেলে কৌশলেৰে উক্ত ক্ষুদ্ৰ বেলুনটো ব্ৰাউনৰ মুখত ভৰাই দিয়ে আৰু উত্তেজনাৰ বশৱৰ্তী হৈ ব্ৰাউনে সেই বেলুনটো গিলি পেলায়৷

ইয়াৰ পাছতে পেটৰ ভিতৰত বেলুনটো ফাটি মেথামফেটামাইন বিহখিনিয়ে কয়দী ব্ৰাউনৰ পেটত প্ৰচণ্ড বিষৰ সৃষ্টি কৰে৷ পেটত প্ৰচণ্ড বিষ আৰম্ভ হোৱাৰ পিছতে ব্ৰাউনক চিকিৎসালয়লৈ নিয়া হৈ যদিও তেওঁৰ মৃত্যু ঘটে৷

আনহাতে জোছুয়া ব্ৰাউন ড্ৰাগছ সৰবৰাহৰ অপৰাধত কাৰাবন্দী হৈ আছিল৷ ৩০ বছৰীয়া কয়দী ব্ৰাউনক আদালতে ১১ বছৰৰ কাৰাদণ্ড বিহিছিল আৰু তেওঁ ইতিমধ্যে ৫ টা বছৰৰ শাস্তি পাৰ কৰিছিল৷ আৰু ৭ টা বছৰৰ পিছত অৰ্থাৎ ২০২৯ চনত ব্ৰাউনে কাৰামুক্ত হোৱাৰ কথা আছিল৷

লগতে পঢ়ক প্ৰথম বিবাহ লুকুৱাই দ্বিতীয় বিবাহ! পত্নীৰে অন্তৰংগ ভিডিঅ’ ভাইৰেল আপ বিধায়কৰ

ইতিমধ্যে ঘটনা সন্দৰ্ভত অভিযুক্ত যুৱতী ৰেচেল ডালাৰ্ডক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাইমেন কাউন্টি জেললৈ প্ৰেৰণ কৰিছে। হত্যাৰ লগতে ডলাৰ্ডৰ বিৰুদ্ধে অন্য কেইবাটাও অভিযোগ উত্থাপন কৰা হৈছে।

ইফালে কাৰাগাৰ কৰ্তৃপক্ষৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে কাৰাগাৰত কোনো লোকক প্ৰৱেশ কৰাৰ পূৰ্বে সঠিকভাৱে তদন্ত কৰা হয়। ৰেচেলৰ বাহনখনৰ লগতে তেওঁক পৰীক্ষা কৰা হয় যদিও মুখত বিহভৰ্তি বেলুনটো ভৰাই ৰখাৰ বাবে তালাচীৰ সময়ত সেয়া ধৰা পৰা নাছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assamdrugs
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ
অপৰাধ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

October 9, 2026
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম
অপৰাধ

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

October 9, 2026
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ
অপৰাধ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

October 9, 2026
Next Post
পুৰুষৰ যৌন সংগী ৪ গৰাকীৰ বিপৰীতে মহিলাৰ যৌন সংগী কিমান? ৰৌটোকে ঢৌ কৰা হৈছে নেকি?

পুৰুষৰ যৌন সংগী ৪ গৰাকীৰ বিপৰীতে মহিলাৰ যৌন সংগী কিমান? ৰৌটোকে ঢৌ কৰা হৈছে নেকি?

১৫০০ হাজাৰ টকা লৈ ৫ যুৱকৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ মহিলাৰ! ইয়াৰ পিছত কি হ’ল?

১৫০০ হাজাৰ টকা লৈ ৫ যুৱকৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ মহিলাৰ! ইয়াৰ পিছত কি হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.