• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি নৃশংস! প্ৰেমত উন্মত্ত প্ৰেমিক আৰু মাতৃয়ে হত্যা কৰিলে ৮ বছৰীয়া কন্যাক!

কি নৃশংস! প্ৰেমত উন্মত্ত প্ৰেমিক আৰু মাতৃয়ে হত্যা কৰিলে ৮ বছৰীয়া কন্যাক!

4 years ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

7 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

8 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

9 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

9 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

10 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

11 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

12 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

12 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

12 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

14 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কি নৃশংস! প্ৰেমত উন্মত্ত প্ৰেমিক আৰু মাতৃয়ে হত্যা কৰিলে ৮ বছৰীয়া কন্যাক!

editor by editor
August 20, 2022
in অপৰাধ, ভাৰত
0
কি নৃশংস! প্ৰেমত উন্মত্ত প্ৰেমিক আৰু মাতৃয়ে হত্যা কৰিলে ৮ বছৰীয়া কন্যাক!
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ ৰাজধানী দৰিয়াগঞ্জত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী মাতৃগৰাকীয়ে প্ৰেমিকৰ সৈতে নিজৰ ৮ বছৰীয়া কন্যাক নিৰ্মমভাৱে হত্যা কৰে।

ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত প্ৰেমিকৰ লগতে কন্যা শিশুটিৰ মাতৃক গ্ৰেপ্তাৰ কৰিছে।

ঘটনাৰ বিৱৰণীৰ মতে যোৱা ১৮ আগষ্টৰ নিশা ৮ বছৰীয়া কন্যাই মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকক আপত্তিজনক অৱস্থাত আৱিষ্কাৰ কৰে৷ ইয়াৰ পাছতে সেই কথা ৰাজহুৱা হোৱাৰ আশংকা কৰিয়ে শিশুটিক মাতৃ আৰু প্ৰেমিকে হত্যা কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷

লগতে পঢ়ক ক্লাছত ল’ৰা-ছোৱালী একেলগে পঢ়াটো ‘বিপজ্জনক’! কোন মুছলমান সংগঠনৰ নেতাৰ দাবী?

ইফালে মৃত শিশুটিক হত্যাৰ পূৰ্বে যৌন নিৰ্যাতন চলোৱা হৈছিল নেকি সেই বিষয়েও তদন্ত কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰিছে যে প্ৰাথমিক তদন্ত তেনেধৰণৰ কোনো ক্লু লাভ কৰা নাই৷ অৱশ্যে শিশুটিৰ মৰণোত্তৰ আৰু স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবদেনৰ বাবে অপেক্ষা কৰি থকা হৈছে৷

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ  ৰুজু কৰি মাতৃ আৰু তেওঁৰ প্ৰেমিক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে দুয়ো অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assambest news channel portal of assamBest News Portal in AssamMother Killed Daughter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!
অপৰাধ

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত
বিনোদন

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

July 1, 2026
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ
ভাৰত

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

July 1, 2026
Next Post
মন্ত্ৰীয়ে ক্ৰয় কৰিব নোৱাৰিব নতুন বাহন, শ্ৰমিকে চুব নোৱাৰিব মন্ত্ৰীৰ চৰণ, এই কঠোৰ নিৰ্দেশ কাৰ?

মন্ত্ৰীয়ে ক্ৰয় কৰিব নোৱাৰিব নতুন বাহন, শ্ৰমিকে চুব নোৱাৰিব মন্ত্ৰীৰ চৰণ, এই কঠোৰ নিৰ্দেশ কাৰ?

লয়লাস যুৱতীৰ বিষাক্ত চুম্বন! যুৱতীৰে গভীৰ চুম্বনৰ পিছতে মৃত্যু কাৰাবন্দীৰ

লয়লাস যুৱতীৰ বিষাক্ত চুম্বন! যুৱতীৰে গভীৰ চুম্বনৰ পিছতে মৃত্যু কাৰাবন্দীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.