• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন্ত্ৰীয়ে ক্ৰয় কৰিব নোৱাৰিব নতুন বাহন, শ্ৰমিকে চুব নোৱাৰিব মন্ত্ৰীৰ চৰণ, এই কঠোৰ নিৰ্দেশ কাৰ?

মন্ত্ৰীয়ে ক্ৰয় কৰিব নোৱাৰিব নতুন বাহন, শ্ৰমিকে চুব নোৱাৰিব মন্ত্ৰীৰ চৰণ, এই কঠোৰ নিৰ্দেশ কাৰ?

4 years ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

24 minutes ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

2 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

3 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

3 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

4 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

5 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

6 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

7 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

7 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

8 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মন্ত্ৰীয়ে ক্ৰয় কৰিব নোৱাৰিব নতুন বাহন, শ্ৰমিকে চুব নোৱাৰিব মন্ত্ৰীৰ চৰণ, এই কঠোৰ নিৰ্দেশ কাৰ?

editor by editor
August 20, 2022
in ভাৰত, ৰাজনীতি
0
মন্ত্ৰীয়ে ক্ৰয় কৰিব নোৱাৰিব নতুন বাহন, শ্ৰমিকে চুব নোৱাৰিব মন্ত্ৰীৰ চৰণ, এই কঠোৰ নিৰ্দেশ কাৰ?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰত নীতিশ কুমাৰৰ নেতৃত্বত মহা জোঁটবন্ধনৰ নতুন চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা আৰ জে ডিৰ মন্ত্ৰীসকলে বিতৰ্কৰ সৃষ্টি কৰিছে। ঠিক তেনে সময়তে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ প্ৰধান তেজস্বী যাদৱে তেওঁৰ দলীয় মন্ত্ৰীসকললৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷

আৰ জে ডিৰ মন্ত্ৰীসকলৰ ভাবমূৰ্তি উন্নত কৰাৰ বাবে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে এক প্ৰকাৰৰ লক্ষ্মণ ৰেখা অংকন কৰিছে। তেজস্বীয়ে আৰ জে ডিৰ মন্ত্ৰীসকলক কয় যে কোনেও নতুন বাহন ক্ৰয় কৰাৰ লগতে কোনো শ্ৰমিককে মন্ত্ৰী পদযুগল চুই প্ৰণাম কৰিবলৈ নোৱাৰিব। তেওঁ লগতে নিজ দলৰ মন্ত্ৰীসকলক সৎ হ’বলৈ আৰু মান্য আচৰণ কৰিবলৈও পৰামৰ্শ দিছে।

উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে শনিবাৰে নিজৰ দলৰ মন্ত্ৰীসকলৰ বাবে এই নিৰ্দেশনা জাৰি কৰে। নিৰ্দেশনাত কোৱা হৈছে যে আৰজেডিৰ মন্ত্ৰীসকলে বিভাগটোত নিজৰ বাবে নতুন বাহন ক্ৰয় কৰিব নোৱাৰিব। একে সময়তে তেওঁতকৈ বয়সস্থ শ্ৰমিক, সমৰ্থক বা কোনো ব্যক্তিকে মন্ত্ৰীৰ ভৰি স্পৰ্শ কৰিবলৈ দিব নোৱাৰিব।

লগতে পঢ়ক প্ৰথম বিবাহ লুকুৱাই দ্বিতীয় বিবাহ! পত্নীৰে অন্তৰংগ ভিডিঅ’ ভাইৰেল আপ বিধায়কৰ

সকলো মন্ত্ৰীসকলে নৰম আৰু সৌজন্যমূলক আচৰণ গ্ৰহণ কৰিব লাগে বুলিও উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে কয়।

‘‘সহজ-সৰল হৈ সকলো জাতি ধৰ্মৰ লোকক সহায় কৰক। কাৰোবাৰ পৰা উপহাৰ হিচাপে ফুলৰ থোপা বা ফুলৰ সলনি কলম আৰু কিতাপ লোৱাৰ সংস্কৃতিক প্ৰচাৰ কৰক।’’ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱে কয়৷

দুৰ্নীতি আৰু অন্যান্য অপৰাধমূলক গোচৰক লৈ আৰ জে ডিৰ মন্ত্ৰীসকল বিতৰ্কত সাঙোৰ খাই পৰাৰ পিছতে সকলোকে সৎ হ’বলৈ পৰামৰ্শ দিছে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে। তেওঁ কয় যে সকলো মন্ত্ৰীয়ে নিজৰ বিভাগীয় কাম-কাজত সততা, স্বচ্ছতা, তৎকালীনতা আৰু তৎকালীন পদক্ষেপৰ কৰ্মশৈলীক প্ৰসাৰিত কৰিব লাগে। লগতে ছ’চিয়েল মিডিয়াত নিজৰ বিভাগসমূহৰ পৰিকল্পনা আৰু কাম-কাজসমূহ নিৰন্তৰ প্ৰচাৰ কৰিবলৈকো কোৱা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamRJDtejaswi yadav
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone
বিশ্ব

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

October 16, 2026
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

October 16, 2026
Next Post
লয়লাস যুৱতীৰ বিষাক্ত চুম্বন! যুৱতীৰে গভীৰ চুম্বনৰ পিছতে মৃত্যু কাৰাবন্দীৰ

লয়লাস যুৱতীৰ বিষাক্ত চুম্বন! যুৱতীৰে গভীৰ চুম্বনৰ পিছতে মৃত্যু কাৰাবন্দীৰ

পুৰুষৰ যৌন সংগী ৪ গৰাকীৰ বিপৰীতে মহিলাৰ যৌন সংগী কিমান? ৰৌটোকে ঢৌ কৰা হৈছে নেকি?

পুৰুষৰ যৌন সংগী ৪ গৰাকীৰ বিপৰীতে মহিলাৰ যৌন সংগী কিমান? ৰৌটোকে ঢৌ কৰা হৈছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.