• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ যৌন সংগী ৪ গৰাকীৰ বিপৰীতে মহিলাৰ যৌন সংগী কিমান? ৰৌটোকে ঢৌ কৰা হৈছে নেকি?

পুৰুষৰ যৌন সংগী ৪ গৰাকীৰ বিপৰীতে মহিলাৰ যৌন সংগী কিমান? ৰৌটোকে ঢৌ কৰা হৈছে নেকি?

4 years ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

10 minutes ago
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

42 minutes ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

1 hour ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

2 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

3 hours ago
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

3 hours ago
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

3 hours ago
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

4 hours ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

20 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

21 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

22 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুৰুষৰ যৌন সংগী ৪ গৰাকীৰ বিপৰীতে মহিলাৰ যৌন সংগী কিমান? ৰৌটোকে ঢৌ কৰা হৈছে নেকি?

editor by editor
August 20, 2022
in অসম, ভাৰত
0
পুৰুষৰ যৌন সংগী ৪ গৰাকীৰ বিপৰীতে মহিলাৰ যৌন সংগী কিমান? ৰৌটোকে ঢৌ কৰা হৈছে নেকি?
0
SHARES
34.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ এক সমীক্ষাত কোৱা হৈছে দেশৰ ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পুৰুষৰ বিপৰীতে মহিলাৰ যৌন সংখ্যা অধিক৷

সমীক্ষা অনুসৰি ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত গড়ে পুৰুষতকৈ মহিলাৰ এজনতকৈ অধিক যৌন সংগী আছে। ইয়াৰ ভিতৰত আছে ৰাজস্থান, হাৰিয়ানা, চণ্ডীগড়, জম্মু-কাশ্মীৰ, লাডাখ, মধ্যপ্ৰদেশ, অসম, কেৰেলা, লক্ষদ্বীপ, পুডুচেৰী আৰু তামিলনাডুসহ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ।

আনহাতে, এনে পুৰুষৰ শতকৰা হাৰ চাৰি শতাংশ পোৱা গৈছে যিয়ে তেওঁৰ পত্নী বা একেলগে বাস কৰা মহিলাৰ সৈতে সম্পৰ্ক যৌন সম্পৰ্ক স্থাপন কৰিছিল। এই সংখ্যা মহিলাৰ সংখ্যাতকৈ বহু বেছি। এজনতকৈ অধিক পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা মহিলাৰ সংখ্যা মাত্ৰ ০.৫ শতাংশহে।

লগতে পঢ়ক মন্ত্ৰীয়ে ক্ৰয় কৰিব নোৱাৰিব নতুন বাহন, শ্ৰমিকে চুব নোৱাৰিব মন্ত্ৰীৰ চৰণ, এই কঠোৰ নিৰ্দেশ কাৰ?

১ লাখ মহিলা আৰু ১ লাখ পুৰুষৰ মাজত চলোৱা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত দেখা পোৱা মাত্ৰ কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পুৰুষতকৈ মহিলাৰ যৌন সংগীৰ গড় সংখ্যা বেছি হোৱাৰ বাবেই ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংবাদ মাধ্যমত মহিলাৰ পৰিসংখ্যাটোকে হাইলাইট কৰি থকা দেখা গৈছে।

প্ৰায়বোৰে সংবাদ সংস্থাই দেশৰ ভিতৰত পৰুষৰ যৌন সংগী গড় সংখ্যা যে ৪ শতাংশতকৈ অধিক আৰু মহিলাৰ ক্ষেত্ৰত গড় সংখ্যা ০.৫ শতাংশহে সেইটো স্পষ্টভাৱে ফঁহিয়াই দেখুওৱা নাই৷

সমীক্ষাটোৰ পৰা এইটো স্পষ্ট হৈছে যে দেশৰ পৰুষসকলে এতিয়াও মহিলাক যৌন উপভোগ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰে আৰু তেওঁলোক পত্নীৰ বাহিৰেও গড় হিচাপত আৰু চাৰিগৰাকীৰ মহিলাৰ সৈতে যৌন সম্পৰ্ক ৰক্ষা কৰি চলে৷

তৎস্বস্তেও সমীক্ষাটোৰ এই দিশটোক প্ৰচাৰ তথা হাইলাইট নকৰি সংবাদ মাধ্যমে কেৱল যি কেইখন ৰাজ্যত মহিলাৰ যৌন সংগী একাধিক আছে সেইখন ৰাজ্যৰ তথ্যসমূহ হাইলাইট কৰি পুৰুষতান্ত্ৰিক মানসিকতাৰ পৰিচয় দিয়া বুলিয়ে ক’ব পাৰি৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamNFHS data
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা
জীৱনশৈলী

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

April 16, 2026
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?
জীৱনশৈলী

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

April 16, 2026
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?
অপৰাধ

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

April 16, 2026
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব
জীৱনশৈলী

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

April 16, 2026
Next Post
১৫০০ হাজাৰ টকা লৈ ৫ যুৱকৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ মহিলাৰ! ইয়াৰ পিছত কি হ’ল?

১৫০০ হাজাৰ টকা লৈ ৫ যুৱকৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ মহিলাৰ! ইয়াৰ পিছত কি হ’ল?

আসুৰিক কাণ্ড! মল্লদ্বাৰেদি ভৰাই দিলে ষ্টীলৰ গিলাচ, ইয়াৰ পাছত কি হ’ল ভুক্তভোগী লোকজনৰ?

আসুৰিক কাণ্ড! মল্লদ্বাৰেদি ভৰাই দিলে ষ্টীলৰ গিলাচ, ইয়াৰ পাছত কি হ’ল ভুক্তভোগী লোকজনৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.