• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথম বিবাহ লুকুৱাই দ্বিতীয় বিবাহ! পত্নীৰে অন্তৰংগ ভিডিঅ’ ভাইৰেল আপ বিধায়কৰ

3 years ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

14 hours ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

15 hours ago
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

16 hours ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

17 hours ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

18 hours ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

1 day ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 15, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

প্ৰথম বিবাহ লুকুৱাই দ্বিতীয় বিবাহ! পত্নীৰে অন্তৰংগ ভিডিঅ’ ভাইৰেল আপ বিধায়কৰ

editor by editor
August 20, 2022
in ভাৰত, ৰাজনীতি
0
প্ৰথম বিবাহ লুকুৱাই দ্বিতীয় বিবাহ! পত্নীৰে অন্তৰংগ ভিডিঅ’ ভাইৰেল আপ বিধায়কৰ
0
SHARES
10.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাৱৰ আম আদমী পাৰ্টিৰ বিধায়ক হৰমীত সিং পাঠানমাজৰা আৰু অধিক বিপদত পৰিছে। ইয়াৰ পূৰ্বে বিধায়কগৰাকীয়ে দ্বিতীয় প্ৰথম বিবাহ লুকুৱাই দ্বিতীয় বিবাহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এইবাৰ বিধায়কগৰাকীৰ দ্বিতীয় পত্নীৰ সৈতে এক ‘অন্তৰংগ মুহূৰ্ত’ৰ ভিডিঅ’ ভাইৰেল হৈছে। যিটোৱে বিতৰ্কৰ সূচনা কৰিছে।

ইতিমধ্যে বিধায়কগৰাকীৰ দ্বিতীয় পত্নী গুৰপ্ৰীত কৌৰে হৰমীতৰ বিৰুদ্ধে জিকাৰপুৰ থানাত এজাহাৰ দাখিল কৰিছে। গুৰপ্ৰীতে জিকাৰপুৰ থানাত এজাহাৰৰ লগতে বিবাহৰ প্ৰমাণ পত্ৰ আৰু ফটোও দাখিল কৰে। উল্লেখ্য যে বিধায়ক হৰমীতে ২০২১ চনৰ ১৪ আগষ্টত গুৰপ্ৰীতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বুলি কোৱা হৈছে৷।

গুৰপ্ৰীতৰ অভিযোগ অনুসৰি ৪৬ বছৰীয়া আপৰ বিধায়ক গৰাকীয়ে প্ৰথম বিবাহৰ বিষয়ে তেওঁক একো জনোৱা নাছিল, অৰ্থাৎ প্ৰথম বিবাহৰ বিষয়ে তেওঁক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখিছিল।

লগতে পঢ়ক চৰকাৰী চিকিৎসালয়ত মুন্নাভাই এমবিবিএছ! চিকিৎসকৰূপী ড্ৰাইভাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

ইফালে আপৰ বিধায়ক হাৰমীটে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে। প্ৰথম পত্নীৰ পৰা আইনীভাৱে বিচ্ছেদ হোৱাৰ পিছতহে দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হোৱা বুলিও দাবী কৰিছে বিধায়কগৰাকীয়ে।

অনহাতে, বিধায়কগৰাকীয়ে অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’টো দ্বিতীয় পত্নীয়ে ভাইৰেল কৰাৰ অভিযোগ কৰিছে। বিধায়ক হৰমীতে তেওঁৰ অজ্ঞাতে ভিডিঅ’টো ৰেকৰ্ডিং কৰা বুলিও দাবী কৰিছে।

বিধায়ক হৰমীতৰ মতে তেওঁৰ যৌনাংগত সংক্ৰমণ হৈছিল সেয়া তেওঁ পত্নীক দেখুৱাই থাকোতে পত্নীয়ে তেওঁৰ অজ্ঞাতে ভিডিঅ’টো ৰেকৰ্ডিং কৰা হৈছিল।

বিধায়ক হৰমীতে কয়, “পত্নী-পত্নীৰ মাজত অন্তৰংগ মুহূৰ্ত থাকে। মই নাজানিছিলো যে তেওঁ এই সকলোবোৰ ৰেকৰ্ডিং কৰি আছে। এতিয়া তেওঁ সকলো প্ৰকাশ কৰি মোক বদনাম কৰিছে।’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapAAP MLAasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamMLA Harmeet Singh PathanmajraPunjab AAP
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?
জীৱনশৈলী

July 14, 2025
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?
জীৱনশৈলী

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

July 14, 2025
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে
জীৱনশৈলী

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

July 14, 2025
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ
জীৱনশৈলী

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

July 14, 2025
Next Post
কি নৃশংস! প্ৰেমত উন্মত্ত প্ৰেমিক আৰু মাতৃয়ে হত্যা কৰিলে ৮ বছৰীয়া কন্যাক!

মন্ত্ৰীয়ে ক্ৰয় কৰিব নোৱাৰিব নতুন বাহন, শ্ৰমিকে চুব নোৱাৰিব মন্ত্ৰীৰ চৰণ, এই কঠোৰ নিৰ্দেশ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন