• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্লাছত ল’ৰা-ছোৱালী একেলগে পঢ়াটো ‘বিপজ্জনক’! কোন মুছলমান সংগঠনৰ নেতাৰ দাবী?

4 years ago
প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

6 minutes ago
কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

31 minutes ago
ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য

49 minutes ago
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

2 hours ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

3 hours ago
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

4 hours ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

5 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

17 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ক্লাছত ল’ৰা-ছোৱালী একেলগে পঢ়াটো ‘বিপজ্জনক’! কোন মুছলমান সংগঠনৰ নেতাৰ দাবী?

editor by editor
August 20, 2022
in ভাৰত, ৰাজনীতি
0
ক্লাছত ল’ৰা-ছোৱালী একেলগে পঢ়াটো ‘বিপজ্জনক’! কোন মুছলমান সংগঠনৰ নেতাৰ দাবী?
0
SHARES
366
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিদ্যালয়ৰ শ্ৰেণীত ছাত্ৰ-ছাত্ৰী একেলগে অধ্যয়ন কৰাটো ‘বিপজ্জনক’! এই অদ্ভুত দাবী কৰিছে কেৰালাৰ ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আই ইউ এম এল)ৰ সাধাৰণ সম্পাদক পি এম এ ছালামে৷

কেৰালা চৰকাৰে ৰাজ্যখনত লিংগ নিৰপেক্ষ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ বিৰোধিতা কৰিবলৈ গৈ মুছলমান ধৰ্মীয় সংগঠনটোৰ নেতাগৰাকীয়ে এই অদ্ভুত দাবী কৰিছে।

‘‘এয়া বিপজ্জনক। ল’ৰা-ছোৱালীয়ে শ্ৰেণীকোঠাত একেলগে পঢ়াৰ প্ৰয়োজন কি? তেওঁলোকক কিয় জোৰ কৰি আছে, সুযোগ দিছে? ইয়াৰ ফলত সমস্যাৰ সৃষ্টিহে হ’ব৷ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰিব নিবিচাৰিব।’’ সংখ্যালঘু নেতাগৰাকীয়ে কয়৷

লগতে পঢ়ক ৬ হাজাৰ টকাত নিজ নৱজাতক কন্যা বিক্ৰী পিতৃৰ, মৃত সন্তান জন্ম দিয়া বুলি জনালে পৰিয়ালক

কেৰালা চৰকাৰে লিংগ নিৰপেক্ষ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰাটোও ছালামে কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ লগতে কয় যে লিংগ নিৰপেক্ষতা কোনো ধৰ্মীয় বিষয় নহয়। নৈতিক বিষয়। ছাত্ৰ-ছাত্ৰীক লিংগ নিৰপেক্ষ ইউনিফৰ্ম পৰিধান কৰিবলৈ বাধ্য কৰাইছে চৰকাৰে। ই আচলতে ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰিব। চৰকাৰক এই ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ তেওঁ দাবী জনায়।

ইয়াৰ পূৰ্বেও মুছলমান সংগঠনসমূহে এই লিংগ নিৰপেক্ষ শিক্ষা ব্যৱস্থাক সমালোচনা কৰিছিল। তেওঁলোকৰ অভিযোগ অনুসৰি কেৰালাৰ বাওঁপন্থী চৰকাৰে শিক্ষা ব্যৱস্থাৰ ওপৰত উদাৰ নীতি জাপি দিবলৈ চেষ্টা কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKerala Govt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি
জীৱনশৈলী

May 22, 2026
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?
জীৱনশৈলী

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

May 22, 2026
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?
জীৱনশৈলী

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

May 22, 2026
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে
জীৱনশৈলী

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

May 22, 2026
Next Post
প্ৰথম বিবাহ লুকুৱাই দ্বিতীয় বিবাহ! পত্নীৰে অন্তৰংগ ভিডিঅ’ ভাইৰেল আপ বিধায়কৰ

কি নৃশংস! প্ৰেমত উন্মত্ত প্ৰেমিক আৰু মাতৃয়ে হত্যা কৰিলে ৮ বছৰীয়া কন্যাক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন