• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬ হাজাৰ টকাত নিজ নৱজাতক কন্যা বিক্ৰী পিতৃৰ, মৃত সন্তান জন্ম দিয়া বুলি জনালে পৰিয়ালক

৬ হাজাৰ টকাত নিজ নৱজাতক কন্যা বিক্ৰী পিতৃৰ, মৃত সন্তান জন্ম দিয়া বুলি জনালে পৰিয়ালক

4 years ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

8 minutes ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

39 minutes ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

1 hour ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

2 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

2 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

3 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

3 hours ago
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

5 hours ago
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

6 hours ago
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

6 hours ago
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৬ হাজাৰ টকাত নিজ নৱজাতক কন্যা বিক্ৰী পিতৃৰ, মৃত সন্তান জন্ম দিয়া বুলি জনালে পৰিয়ালক

editor by editor
August 20, 2022
in অপৰাধ, অসম
0
৬ হাজাৰ টকাত নিজ নৱজাতক কন্যা বিক্ৰী পিতৃৰ, মৃত সন্তান জন্ম দিয়া বুলি জনালে পৰিয়ালক
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইখন অসমতে মানৱ সমাজক লজ্জানত কৰা অন্য এক ঘটনা সংঘটিত হৈছে৷ ঘটনাটো সংঘটিত হৈছে বিশ্বনাথ জিলাৰ গড়পুৰত৷

প্ৰকাশিত খবৰ মতে যোৱা ১১ আগষ্টত গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাগনি কছাৰী গাঁও নিবাসী ভীমলাল গোড়ৰ পুত্ৰ চুৰেন গৌড় (৪৫)ৰ পত্নী লাকী গৌড়ে গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত এটি সুস্থ কন্যা সন্তান জন্ম দিয়ে।

ইয়াৰ পিছতে কন্যা সন্তানটিৰ পিতৃয়ে তেওঁৰ পত্নীয়ে এটা মৃত সন্তান প্ৰসৱ কৰা বুলি পৰিয়ালক অৱগত কৰি লখিমপুৰৰ এজন পুৰোহিত ৬ হাজাৰ টকাত বিক্ৰী কৰে৷

লগতে পঢ়ক কিশোৰী কন্যাক ধৰ্ষণৰ চেষ্টা প্ৰেমিকৰ, কন্যাক বচাবলৈ মাতৃয়ে কাটিলে প্ৰেমিকৰ যৌনাংগ

ছিজাৰিয়ান পদ্ধতিৰে কন্যা সন্তান জন্ম দি অচেতন অৱস্থাত থকা পত্নীৰ অজ্ঞাতে স্বামী নৱজাতিকাৰ পিতৃ চুৰেন গৌড়ে এই কাণ্ড সংঘটিত কৰে যদিও পত্নী তথা কন্যা সন্তানটিৰ মাতৃ লাকী গৌড়ে পিছত এটি সুস্থ কন্যা সন্তান জন্ম দিয়া বুলি জানিব পাৰে৷ কিন্তু স্বামীয়ে ভাবুকি প্ৰদাত কৰাত তেওঁ সেই বিষয়ে মুখ খোলাৰ পৰা বিৰত থাকে৷

সন্তানহীনভাৱে বোৱাৰীয়েকক পুত্ৰই ঘৰলৈ যোৱাৰ পিছত অভিযুক্ত চুৰেন গৌড়ৰ পিতৃ ভীমলাল গৌড়ৰ সন্দেহ উপজে আৰু তেওঁ আৰক্ষীৰ কাষ চাপে৷ পিতৃ ভীমলাল গৌড়ে ঘটনা সন্দৰ্ভত পুত্ৰৰ চুৰেন গৌড়ৰ বিৰুদ্ধে গহপুৰ আৰক্ষী থানাত এজাহৰ দাখিল কৰে৷

ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে কন্যা সন্তানটিৰ পিতৃ চুৰেন গৌড়ক জেৰা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে৷

লগতে পঢ়ক ১১ বছৰীয়া কিশোৰীক বন্দী কৰি তিনি যুৱকেৰে গণধৰ্ষণ কৰোৱালে যুৱতীয়ে, ৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

আৰক্ষীয়ে প্ৰকাশ কাৰ ঘটনাৰ বিৱৰণীৰ মতে কন্যা সন্তানটি জন্ম হোৱাৰ পিছতে পত্নী সংজ্ঞাহীন হৈ থকা অৱস্থাত পিতৃ চুৰেন গৌড়ে টোপনি গোড়ালা নামৰ এগৰাকী মহিলাৰ সহযোগত লখিমপুৰৰ লীলাবাৰীৰ পূজাৰী কৃষ্ণপ্ৰসাদ উপাধ্যায় (৪৬) নামৰ এজন লোকক ৬ হাজাৰ টকাত বিক্ৰী কৰে৷

ইয়াৰ পিচতে গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত আৰু উপ-পৰিদৰ্শক ধীৰাজ নমঃশূদ্ৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে নিশা অভিযান চলাই লখিমপুৰৰ লীলাবাৰীৰ পূজাৰী কৃষ্ণ প্ৰসাদ উপাধ্যায় (৪৬)ৰ ঘৰৰ পৰা নৱজাতক কন্যা সন্তানটিক সুস্থ অৱস্থাত উদ্ধাৰ কৰি নৱজাত সন্তানটিক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ অন্তত মাতৃৰ হাতত চমজাই দিয়ে।

কন্যা শিশুটি উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে তিনি অভিযুক্ত ক্ৰমে চুৰেন গৌড়, টোপনি গোৱালা আৰু কৃষ্ণ প্রসাদ উপাধ্যায়ৰ বিৰুদ্ধে ১৩੦/২੦২২ নম্বৰত এটা গোচৰ ৰুজু কৰি যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰে।

ইফালে চিকিৎসালয়ৰ প্ৰসূতি গৃহৰ পৰা নৱজাত সন্তান নি বিক্ৰী কৰিবলৈ সাহস কৰা বিষয়টোৱে কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছৰ গাফিলতি আৰু দায়িত্বহীনতাৰ বাস্তৱ ছবি প্রতিফলিত কৰি তুলিছে বুলিও স্থানীয় লোকে মন্তব্য কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য
অসম

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

September 25, 2026
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?
অপৰাধ

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

September 25, 2026
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ
বিনোদন

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

September 25, 2026
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?
অসম

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

September 25, 2026
Next Post
চৰকাৰী চিকিৎসালয়ত মুন্নাভাই এমবিবিএছ! চিকিৎসকৰূপী ড্ৰাইভাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

চৰকাৰী চিকিৎসালয়ত মুন্নাভাই এমবিবিএছ! চিকিৎসকৰূপী ড্ৰাইভাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

ক্লাছত ল’ৰা-ছোৱালী একেলগে পঢ়াটো ‘বিপজ্জনক’! কোন মুছলমান সংগঠনৰ নেতাৰ দাবী?

ক্লাছত ল’ৰা-ছোৱালী একেলগে পঢ়াটো ‘বিপজ্জনক’! কোন মুছলমান সংগঠনৰ নেতাৰ দাবী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.