• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দলিত কিশোৰীক অপহৰণ মুছলমান যুৱকৰ, বন্দী কৰি কে’বাদিনো ধৰি উপৰ্যুপৰি ধৰ্ষণ! অভিযুক্তৰ সন্ধানত অভিযান

দলিত কিশোৰীক অপহৰণ মুছলমান যুৱকৰ, বন্দী কৰি কে’বাদিনো ধৰি উপৰ্যুপৰি ধৰ্ষণ! অভিযুক্তৰ সন্ধানত অভিযান

4 years ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

18 minutes ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

51 minutes ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

13 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

13 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

13 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

14 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

14 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

15 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

17 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

17 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

18 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দলিত কিশোৰীক অপহৰণ মুছলমান যুৱকৰ, বন্দী কৰি কে’বাদিনো ধৰি উপৰ্যুপৰি ধৰ্ষণ! অভিযুক্তৰ সন্ধানত অভিযান

editor by editor
August 19, 2022
in অপৰাধ, ভাৰত
0
দলিত কিশোৰীক অপহৰণ মুছলমান যুৱকৰ, বন্দী কৰি কে’বাদিনো ধৰি উপৰ্যুপৰি ধৰ্ষণ! অভিযুক্তৰ সন্ধানত অভিযান
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজস্থানত এজন দলিত ছাত্ৰক উচ্চ বৰ্ণৰ শিক্ষকে প্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌযাওতে ৰাজ্যখনৰ অন্য এটা জঘন্য কাণ্ড পোহৰলৈ আহিছে৷

ৰাজ্যখনৰ চুৰু জিলাত এগৰাকী দলিত কিশোৰীক অপহৰণ কৰি নি বন্দী কৰি লৈ কে’বাদিনো ধৰি যৌন নিগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷

যোৱা ১০ আগষ্টত ঘৰৰ পৰা নিৰুদ্দেশ হোৱা ১৪ বছৰীয়া নাবালিকাগৰাকীৰ সন্ধানত পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপে৷ পৰিয়ালৰ লোকৰ এজাহাৰ ভিত্তিত আৰক্ষীয়ে নিৰুদ্দেশৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। কিন্তু শেহতীয়াকৈ চিকৰৰ এখন চিকিৎসালয়ত কান্দি থকা অৱস্থাত কিশোৰীগৰাকী উদ্ধাৰ কৰা হয়।

লগতে পঢ়ক হিন্দু নাবালিকাক বিবাহ কৰোৱাৰ চেষ্টা! গ্ৰেপ্তাৰ হ’ল মৌলবী, মহিলাসহ ৩

উদ্ধাৰ হোৱাৰ পিছতে কিশোৰীগৰাকীয়ে মাতৃক তেওঁৰ লগত সংঘটিত হোৱা সমস্ত ঘটনা বিৱৰি কয়৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ১৪ বছৰীয়া দলিত কিশোৰীগৰাকীক ইছপাক খান নামৰ এজন যুৱকে প্ৰলোভনেৰে লগ লৈ গৈছিল আৰু নিজৰ গাঁৱত ২ দিন বন্দী কৰি ধৰ্ষণ কৰা কৰিছিল।

ইয়াৰ পিছতে ইছপাক খানে কিশোৰীগৰাকীক ছিকৰৰ এটা ধৰ্মশালালৈ লৈ যায় তাতো তিনিদিন ৰাখি কৰি পুনৰ উপৰ্যুপৰি ধৰ্ষণ কৰে। তাৰ পাছতে অভিযুক্ত ইছপাক খানক কিশোৰী গৰাকীক উক্ত চিকিৎসালয়ত এৰি থৈ পলায়ন কৰে।

কিশোৰীগৰাকী আৰু মাতৃৰ অভিযোগৰ ভিত্তিত স্থানীয় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৩, ৩৬৬ ধাৰা আৰু অন্যান্য ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ইয়াৰ উপৰিও POCSO আইনৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছে।

গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত ইছপাক খানৰ সন্ধানত অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamrajasthan newsrajasthan rape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

September 13, 2026
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!
অসম

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
Next Post
৬ হাজাৰ টকাত নিজ নৱজাতক কন্যা বিক্ৰী পিতৃৰ, মৃত সন্তান জন্ম দিয়া বুলি জনালে পৰিয়ালক

৬ হাজাৰ টকাত নিজ নৱজাতক কন্যা বিক্ৰী পিতৃৰ, মৃত সন্তান জন্ম দিয়া বুলি জনালে পৰিয়ালক

চৰকাৰী চিকিৎসালয়ত মুন্নাভাই এমবিবিএছ! চিকিৎসকৰূপী ড্ৰাইভাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

চৰকাৰী চিকিৎসালয়ত মুন্নাভাই এমবিবিএছ! চিকিৎসকৰূপী ড্ৰাইভাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.