• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু নাবালিকাক বিবাহ কৰোৱাৰ চেষ্টা! গ্ৰেপ্তাৰ হ’ল মৌলবী, মহিলাসহ ৩

হিন্দু নাবালিকাক বিবাহ কৰোৱাৰ চেষ্টা! গ্ৰেপ্তাৰ হ’ল মৌলবী, মহিলাসহ ৩

4 years ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

2 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

3 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

4 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

4 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

5 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

5 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

6 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

7 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

8 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

9 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হিন্দু নাবালিকাক বিবাহ কৰোৱাৰ চেষ্টা! গ্ৰেপ্তাৰ হ’ল মৌলবী, মহিলাসহ ৩

editor by editor
August 19, 2022
in অপৰাধ, ভাৰত
0
হিন্দু নাবালিকাক বিবাহ কৰোৱাৰ চেষ্টা! গ্ৰেপ্তাৰ হ’ল মৌলবী, মহিলাসহ ৩
0
SHARES
8.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৌলবীসহ তিনিগৰাকী লোকে এগৰাকী হিন্দু নাবালিকাক জোৰজবৰদস্তি বিয়া কৰাবলৈ চেষ্টা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

ঘটনাটো উত্তৰ প্ৰদেশৰ উন্নাওৰ৷ ঘটনাৰ বিৱৰণীৰ মতে নাবালিকাগৰাকীক প্ৰলোভন দি মছজিদলৈ অনা হয় আৰুএগৰাকী মুছলমান মহিলাই মৌলানাকো নিকাহ কৰোৱাবলৈ মিছা কথা কৈ মছজিদলৈ লৈ নিমন্ত্ৰণ কৰে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে নাবালিকাগৰাকী নেপালৰ ৰুকানগড়ী জিলাৰ জ্যোতিপুৰ গাঁৱৰ। কানপুৰৰ আজাদনগৰৰ বস্তিতে পিতৃ আৰু ভগ্নীৰ সৈতে নাবালিকাগৰাকীয়ে বাস কৰে। পিতৃয়ে ৮ বছৰ পূৰ্বে গংগা ঘাটৰ লাল বানো নামৰ এজন লোকাক ১৫ বছৰীয়া কিশোৰী গৰাকীক দিছিল আৰু তেৱেঁ নাবালিকাগৰাকীক ডাঙৰ-দীঘল কৰিছিল।

লগতে পঢ়ক ১১ বছৰীয়া কিশোৰীক বন্দী কৰি তিনি যুৱকেৰে গণধৰ্ষণ কৰোৱালে যুৱতীয়ে, ৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

জানিব পৰা মতে ফিৰোজাবাদৰ বাসিন্দা ফুলন সিঙে কিশোৰীগৰাকীক প্ৰলোভন দি বিয়া কৰোৱাৰ বাবে উন্নাওৰ ৰাজধানী ৰোডত অৱস্থিত মছজিদলৈ লৈ গৈছিল। মৌলানা ছামিম আহমেদকো কিশোৰীগাৰাকী নিকাহ কৰাই দিবলৈ আমন্ত্ৰণ কৰি নিয়া হৈছিল। কিন্তু যুৱকজন আৰু নাবালিকা দুয়োকেই হিন্দু বুলি জানিব পাৰি মৌলৱীয়ে প্ৰথমে নিকাহ কৰোৱাবলৈ অস্বীকাৰ কৰে।

কিন্তু ফুলনে সিঙৰ হেঁচাত মৌলানাৰ ওপৰত হেঁচা দিয়ে। তেনে সময়তে নাবালিকাগৰাকীৰ পিতৃক লগত লৈ হিন্দু জাগৰণ মঞ্চৰ কৰ্মীয়ে মছজিদত প্ৰৱেশ কৰে আৰু মৌলানাই বলপূৰ্বকভাৱে কিশোৰীগৰাকীক ধৰ্মান্তৰিত কৰি বিয়া কৰাই থকাৰ অভিযোগ উত্থাপন কৰে৷

ইয়াৰ পিছতে গংগা ঘাট আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে মৌলানা চামিম, লাল বানো আৰু ফুলন সিঙক গ্ৰেপ্তাৰ কৰে। ইফালে নাবালিকাগৰাকীয়ে প্ৰকাশ কৰিছে যে তেওঁ কোনোবা অচিনাকি লোকৰ সৈতে বিয়া দিয়াৰ চেষ্টা কৰা হৈছিল৷

লগতে পঢ়ক শিক্ষানুষ্ঠানৰ এন অ’ চি প্ৰদানত বিলম্ব! হতাশাগ্ৰস্ত কণিষ্ঠ চিকিৎসকৰ আত্মহত্যা

আনহাতে, অভিযুক্ত মুছলমান মহিলা লাল বানোৱে আৰক্ষীক জনোৱা মতে মুছলমান হোৱাৰ পিছতো হিন্দু ছোৱালীজনীক নিজৰ কন্যা হিচাপে ডাঙৰ-দীঘল কৰিছে। মাতৃৰ মৃত্যুৰ পাছৰে পৰা কিশোৰীগৰাকী তেওঁৰ লগতে আছে।মহিলাগৰাকীৰ মতে ফুলন সিঙৰ সৈতে কিশোৰীগৰাকীৰ বিয়া দিয়াৰ সন্দৰ্ভত যোৱা তিনিমাহ ধৰি আলোচনা চলি আছিল।

হিন্দু জাগৰণ মঞ্চৰ আঞ্চলিক সম্পাদক বিমল তিৱাৰীয়ে জনোৱা মতে, ফিৰোজাবাদৰ যুৱক-যুৱতীসকলৰ সৈতে নাবালিকাগৰাকীক বলপূৰ্বকভাৱে বিবাহ কৰা সন্দৰ্ভত মৌলবীজনে তথ্য লাভ কৰি দলটোলৈ ফ’টো প্ৰেৰণ কৰে।

তেওঁ অভিযোগ কৰি কয় যে বিয়াৰ পাছত যুৱকজনে যে কিশোৰগৰাকীক দিল্লীত বিক্ৰী কৰিবলৈ ষড়যন্ত্ৰ কৰা হৈছিল। ইফালে ঘটনা সন্দৰ্ভত পিতৃয়ে তিনিওজনৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰি কন্যা সন্তানক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে। চক্ৰ বিষয়া (নগৰ) আশুতোষ পাণ্ডেয়ে জনোৱা মতে, এই অভিযোগ এতিয়াও নিশ্চিত হোৱা নাই আৰু পৰৱৰ্তী তদন্ত অব্যাহত আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য
ভাৰত

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

July 25, 2026
Next Post
প্ৰাক্তন বিজেপি সাংসদলৈ আপত্তিজনক ভিডিঅ’ কলিং! কেনেকৈ ৰক্ষা পৰিল বিজেপি নেতাগৰাকী?

প্ৰাক্তন বিজেপি সাংসদলৈ আপত্তিজনক ভিডিঅ’ কলিং! কেনেকৈ ৰক্ষা পৰিল বিজেপি নেতাগৰাকী?

দলিত কিশোৰীক অপহৰণ মুছলমান যুৱকৰ, বন্দী কৰি কে’বাদিনো ধৰি উপৰ্যুপৰি ধৰ্ষণ! অভিযুক্তৰ সন্ধানত অভিযান

দলিত কিশোৰীক অপহৰণ মুছলমান যুৱকৰ, বন্দী কৰি কে’বাদিনো ধৰি উপৰ্যুপৰি ধৰ্ষণ! অভিযুক্তৰ সন্ধানত অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.