• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১ বছৰীয়া কিশোৰীক বন্দী কৰি তিনি যুৱকেৰে গণধৰ্ষণ কৰোৱালে যুৱতীয়ে, ৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

১১ বছৰীয়া কিশোৰীক বন্দী কৰি তিনি যুৱকেৰে গণধৰ্ষণ কৰোৱালে যুৱতীয়ে, ৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

4 years ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

16 minutes ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

1 hour ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

3 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

3 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

6 hours ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

6 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

6 hours ago
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

7 hours ago
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

7 hours ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

8 hours ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

9 hours ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১১ বছৰীয়া কিশোৰীক বন্দী কৰি তিনি যুৱকেৰে গণধৰ্ষণ কৰোৱালে যুৱতীয়ে, ৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

editor by editor
August 19, 2022
in অপৰাধ, ভাৰত
0
১১ বছৰীয়া কিশোৰীক বন্দী কৰি তিনি যুৱকেৰে গণধৰ্ষণ কৰোৱালে যুৱতীয়ে, ৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
0
SHARES
7.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী ১১ বছৰীয়া কিশোৰীক তিনি যুৱকেৰে দলবদ্ধ ধৰ্ষণ কৰোৱাই সেই দৃশ্য উপভোগ কৰিলে এগৰাকী যুৱতীয়ে। এই জঘন্য ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ বীৰা অঞ্চলত৷

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১৬ আগষ্ট মংগলবাৰে সন্ধিয়া ৭ বজাত ভুক্তভোগী কিশোৰীগৰাকীয়ে মোবাইল মেৰামতি কৰোৱাৰ বাবে ঘৰৰ ওচৰৰে এখন দোকানলৈ গৈছিল৷ তাতে ২১ অভিযুক্ত যুৱতীগৰাকীক লগ পাই, যিগৰাকী তাইৰ সৈতে ঘণিষ্ঠ সম্পৰ্কই আছিল৷

যুৱতীগৰাকীয়ে কিশোৰীগৰাকীক কথা পাতি থকাৰ চলেৰে ঘটনাটো সংঘটিত ঠাইলৈ কৌশলেৰে নি বন্দী কৰি ৰাখে৷ ইয়াৰ পাছতে যুৱতীগৰাকীয়ে তেওঁৰ তিনি বন্ধুক উক্ত স্থানলৈ ফোনযোগে মাতি পঠিয়ায়৷ গভীৰ নিশা যুৱতীগৰাকীৰ তিনি বন্ধুৱে আহি উক্ত স্থানত উপস্থিত হয়৷

লগতে পঢ়ক ভিনিয়েকে মোবাইল চুৰি কৰি বিক্ৰী কৰে খুলশালীয়েকক! ইয়াৰ পিছত হ’ল কি?

যুৱককেইজন উক্ত স্থানত উপস্থিত হোৱাৰ পিছতে যুৱতীগৰাকীয়ে কিশোৰীগৰাকীক তিনি যুৱকেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ হেঁচা প্ৰয়োগ কৰি ভাবুকি প্ৰদান কৰে৷ ইয়াৰ পাছতে যুৱতীগৰাকীৰ বন্ধুকেইজনে কিশোৰীগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰে৷ আৰু যুৱতীগৰাকীয়ে সেই দৃশ্য উপভোগ কৰে৷

বুধবাৰে পুৱাই অভিযুক্ত যুৱতীগৰাকীয়ে কিশোৰীগৰাকীক ঘৰত থৈ যায়৷ ঘৰত উপস্থিত হোৱাৰ লগে লগে কিশোৰীগৰাকীয়ে মাতৃৰ আগত সমস্ত ঘটনা বিৱৰি কয়৷

কন্যাৰ মুখেৰে এই কথা শুনাৰ লগে লগে ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে বীৰা আৰক্ষী থানাত উপস্থিত হৈ অভিযোগ দাখিল কৰে৷ অভিযোগ লাভ কৰিয়ে আৰক্ষীয়ে অভিযান আৰম্ভ কৰি ছঘণ্টাৰ ভিতৰত অভিযুক্ত যুৱতীগৰাকীসহ অন্য দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷

ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযুক্ত যুৱকত্ৰয়ৰ এজন কলেজীয়া ছাত্ৰ, এজন পাচলি বিক্ৰেতা আৰু অন্যজন ড্ৰাগছৰ ব্যৱসায়ত জড়িত৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamgang raped
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…
ভাৰত

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত
বিনোদন

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

September 5, 2026
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত
অপৰাধ

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

September 5, 2026
Next Post
কিশোৰী কন্যাক ধৰ্ষণৰ চেষ্টা প্ৰেমিকৰ, কন্যাক বচাবলৈ মাতৃয়ে কাটিলে প্ৰেমিকৰ যৌনাংগ

কিশোৰী কন্যাক ধৰ্ষণৰ চেষ্টা প্ৰেমিকৰ, কন্যাক বচাবলৈ মাতৃয়ে কাটিলে প্ৰেমিকৰ যৌনাংগ

হিন্দু নাবালিকাক বিবাহ কৰোৱাৰ চেষ্টা! গ্ৰেপ্তাৰ হ’ল মৌলবী, মহিলাসহ ৩

হিন্দু নাবালিকাক বিবাহ কৰোৱাৰ চেষ্টা! গ্ৰেপ্তাৰ হ’ল মৌলবী, মহিলাসহ ৩

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.