• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃতকৈ ডাঙৰ পুত্ৰ! ‘১০ বছৰৰ বৈৱাহিক জীৱনত ১২টা সন্তান কেনেকৈ সম্ভৱ?’

পিতৃতকৈ ডাঙৰ পুত্ৰ! ‘১০ বছৰৰ বৈৱাহিক জীৱনত ১২টা সন্তান কেনেকৈ সম্ভৱ?’

3 weeks ago
‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

6 minutes ago
৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

11 minutes ago
‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

46 minutes ago
উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

1 hour ago
সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!

সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!

2 hours ago
AI-ৰ সহায়ত সৃষ্টি হৈছে লাখ লাখ ভুৱা ভোটাৰ!

AI-ৰ সহায়ত সৃষ্টি হৈছে লাখ লাখ ভুৱা ভোটাৰ!

2 hours ago
পিতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপিলে TVS পৰিয়ালৰ কন্যাই

পিতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপিলে TVS পৰিয়ালৰ কন্যাই

3 hours ago
১৫ গৰাকীকৈ যুৱতীক বিয়া কৰাই ব্লেকমেইলিং!

১৫ গৰাকীকৈ যুৱতীক বিয়া কৰাই ব্লেকমেইলিং!

4 hours ago
মহাকাশত বাটাৰ চিকেনৰ সৈতে গো-মাংস!

মহাকাশত বাটাৰ চিকেনৰ সৈতে গো-মাংস!

4 hours ago
বৈভৱৰ দ্বিশতকীয় ইনিংছটোক লৈ প্ৰশ্ন মঞ্জৰেকাৰৰ

বৈভৱৰ দ্বিশতকীয় ইনিংছটোক লৈ প্ৰশ্ন মঞ্জৰেকাৰৰ

5 hours ago
ভয়ংকৰ ভূমিকম্পই তচনচ কৰিব উত্তৰ-পূবক! IIT গুৱাহাটীৰ গৱেষণাত চিন্তনীয় তথ্য

ভয়ংকৰ ভূমিকম্পই তচনচ কৰিব উত্তৰ-পূবক! IIT গুৱাহাটীৰ গৱেষণাত চিন্তনীয় তথ্য

5 hours ago
সম্পত্তি আৰু ২ কোটি টকাৰ বীমাৰ ধনৰ লোভত মহিলাই কৰিলে ভয়ংকৰ কাম

সম্পত্তি আৰু ২ কোটি টকাৰ বীমাৰ ধনৰ লোভত মহিলাই কৰিলে ভয়ংকৰ কাম

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পিতৃতকৈ ডাঙৰ পুত্ৰ! ‘১০ বছৰৰ বৈৱাহিক জীৱনত ১২টা সন্তান কেনেকৈ সম্ভৱ?’

SIRক লৈ ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

editor by editor
November 5, 2026
in ভাৰত, ৰাজনীতি, লেখা
0
পিতৃতকৈ ডাঙৰ পুত্ৰ! ‘১০ বছৰৰ বৈৱাহিক জীৱনত ১২টা সন্তান কেনেকৈ সম্ভৱ?’
0
SHARES
430
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভোটাৰ তালিকাৰ বিশেষ সংশোধনী (Special Intensive Revision বা SIR)ক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ভোটাৰ তালিকাত থকা বিভিন্ন বিসংগতিৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। হাৰিয়ানাৰ কৰ্ণালত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভোটাৰ তালিকাৰ সংশোধনী প্ৰক্ৰিয়াক লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তেওঁৰ অভিযোগ অনুসৰি, ভোটাৰ তালিকাত এনে কিছুমান অস্বাভাৱিক তথ্য পোৱা গৈছে, যিবোৰে তালিকা প্ৰস্তুত আৰু ভোটাৰৰ তথ্য পৰীক্ষা কৰাৰ প্ৰক্ৰিয়াক লৈ বহু প্ৰশ্নৰ সৃষ্টি কৰিছে।

ভাষণৰ সময়ত অমিত শ্বাহে কটাক্ষমূলকভাৱে প্ৰশ্ন কৰে যে, কোনো দম্পতীৰ ১০ বছৰৰ ভিতৰত ১২টা সন্তান কেনেকৈ হ’ব পাৰে? ভোটাৰ তালিকাত এনে ধৰণৰ তথ্য থকাৰ কথা উল্লেখ কৰি তেওঁ কংগ্ৰেছক সমালোচনা কৰে। শ্বাহৰ মতে, ভোটাৰৰ নাম, বয়স আৰু পৰিয়ালৰ সম্পৰ্কৰ দৰে গুৰুত্বপূৰ্ণ তথ্যসমূহ সঠিকভাৱে পৰীক্ষা কৰা হোৱা নাই।

পিতৃতকৈ পুত্ৰৰ বয়স অধিক, একেটা ঘৰত ১৩২জন ভোটাৰ!

কৰ্ণালৰ ৰাজহুৱা সভাত অমিত শ্বাহে ভোটাৰ তালিকাৰ আন কেইবাটাও অস্বাভাৱিক তথ্যৰ কথাও উল্লেখ কৰে। তেওঁৰ দাবী অনুসৰি, ভোটাৰ তালিকাত এনে কিছুমান নাম অন্তৰ্ভুক্ত কৰা হৈছে, য’ত পুত্ৰৰ বয়স পিতৃতকৈ অধিক দেখুওৱা হৈছে। ইয়াৰ উপৰি, তেওঁ ৬০০ বৰ্গগজৰ এটা ঘৰত ১৩২জন লোকৰ নাম ভোটাৰ হিচাপে পঞ্জীয়ন হৈ থকাৰ কথাও উল্লেখ কৰে। এই উদাহৰণসমূহ দাঙি ধৰি গৃহমন্ত্ৰীগৰাকীয়ে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত তথ্যসমূহৰ সঠিকতা আৰু নিৰ্ভৰযোগ্যতা নিশ্চিত কৰাটো কিমান গুৰুত্বপূৰ্ণ, সেই বিষয়ে মন্তব্য কৰে। অমিত শ্বাহে লগতে অভিযোগ কৰে যে, কংগ্ৰেছে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা সঠিকভাৱে কৰা নাই। ফলত ভোটাৰ তালিকাত এনে অস্বাভাৱিক আৰু সন্দেহজনক তথ্য অন্তৰ্ভুক্ত হোৱাৰ সুযোগ সৃষ্টি হৈছে।

SIRক লৈ কংগ্ৰেছক লক্ষ্য অমিত শ্বাহৰ

উল্লেখযোগ্য যে, Special Intensive Revision (SIR) হৈছে নিৰ্বাচনী ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনী প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাত থকা নাম, ঠিকনা, বয়স আৰু অন্যান্য তথ্য পুনৰ পৰীক্ষা কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে ভোটাৰ তালিকাক অধিক শুদ্ধ আৰু নিৰ্ভৰযোগ্য কৰি তোলা। কিন্তু এই SIR প্ৰক্ৰিয়াক লৈ দেশৰ ৰাজনীতিত শাসক আৰু বিৰোধী দলৰ মাজত তীব্ৰ মতবিৰোধ দেখা গৈছে। কংগ্ৰেছে বিভিন্ন সময়ত এই প্ৰক্ৰিয়াক লৈ আপত্তি উত্থাপন কৰি আহিছে। আনহাতে, বিজেপিয়ে ভোটাৰ তালিকাৰ শুদ্ধতা নিশ্চিত কৰাৰ বাবে এই সংশোধনী প্ৰয়োজনীয় বুলি যুক্তি আগবঢ়াইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amit-shahasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ
সমীক্ষণ (আলোচনী)

‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

November 26, 2026
৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ
ভাৰত

৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

November 26, 2026
উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান
অপৰাধ

উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

November 26, 2026
সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!

November 26, 2026
Next Post
মঙলদৈত মিঞাৰ ভয়ংকৰ কাণ্ড!

মঙলদৈত মিঞাৰ ভয়ংকৰ কাণ্ড!

ধনতেৰাছৰ দিনাই এই ৪ ৰাশিৰ উজলিব ভাগ্য

ধনতেৰাছৰ দিনাই এই ৪ ৰাশিৰ উজলিব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.