• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাষ্ট্ৰসংঘত ভাৰত বন্দনা! দৰিদ্ৰ দেশৰ পৰা বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশলৈ কেনেকৈ এই উত্তৰণ ভাৰতৰ?

ৰাষ্ট্ৰসংঘত ভাৰত বন্দনা! দৰিদ্ৰ দেশৰ পৰা বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশলৈ কেনেকৈ এই উত্তৰণ ভাৰতৰ?

4 years ago
কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

9 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

9 hours ago
ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

10 hours ago
বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

11 hours ago
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

12 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

12 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

13 hours ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

14 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

15 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

16 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

17 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

ৰাষ্ট্ৰসংঘত ভাৰত বন্দনা! দৰিদ্ৰ দেশৰ পৰা বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশলৈ কেনেকৈ এই উত্তৰণ ভাৰতৰ?

editor by editor
September 25, 2022
in নিয়োগ, প্ৰযুক্তি, বাণিজ্য, বিজ্ঞান, বিশ্ব, ভাৰত, ৰাজনীতি
0
ৰাষ্ট্ৰসংঘত ভাৰত বন্দনা! দৰিদ্ৰ দেশৰ পৰা বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশলৈ কেনেকৈ এই উত্তৰণ ভাৰতৰ?
0
SHARES
265
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সময় সলনি হৈছে। এদিন বিশ্বৰ দুখীয়া দেশ বুলি পৰিচিত ভাৰতবৰ্ষই আজি বিশ্বৰ ধনী ৰাষ্ট্ৰৰ সৈতে ফেৰ মাৰিব পৰা ঘোৰা দৌৰত চামিল হৈছে। ব্ৰিটিছৰ শোষণৰ ফলত ভাৰত বিশ্বৰ অন্যতম দুখীয়া দেশ হিচাপে পৰিগণিত হোৱা দেশখনে আজি উন্নত দেশৰ খিতাপ পাবলৈ সক্ষম হৈছে। অনুন্নত দেশৰ পৰা বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশলৈ ভাৰতে গতি কৰিছে। স্বাধীনতাৰ ৭৫ বছৰৰ পিছত ভাৰতৰ এই উত্থানৰ কথা ৰাষ্ট্ৰসংঘৰ এখন সভাত দিয়া ভাষণত উল্লেখ কৰিছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয়,’ অষ্টদশ শতিকাত ভাৰতক বিশ্বৰ জিডিপিৰ এক-চতুৰ্থাংশ বুলি গণ্য কৰা হৈছিল। তাৰ পৰা, বিংশ শতিকাৰ মাজভাগত, ঔপনিৱেশিকতাৰ হেঁচাত ভাৰত এখন দৰিদ্ৰ দেশ হৈ পৰিছিল। স্বাধীনতাৰ ৭৫ বছৰত ভাৰতে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিচয় দিছে। এই কথা মই সগৌৰৱেৰে ইয়াত প্ৰকাশ কৰিবলৈ পায় অত্যন্ত সুখ অনুভৱ কৰিছো।’

ইয়াৰোপৰি ভাৰতৰ ডিজিটেল টেকনলজিৰ সাফল্যৰ কথা উল্লেখ কৰি মন্ত্ৰী এছ জয়শংকৰে কয়,’সাম্প্ৰতিক সময়ত ডিজিটেল টেকনলজিয়ে অভাৱনীয় সাফল্য লাভ কৰিছে। খাদ্য আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো ডিজিটেল টেকনলজিয়ে সফলতা লাভ কৰিছে। ডিজিটেলীও ৩০০ বিলিয়ন ডলাৰ ডিভিডেণ্ট বিতৰণ কৰা সম্ভৱ হৈ উঠিছে। ইয়াৰ ফলস্বৰূপে ৪০০ নিযুত লোকে নিয়মীয়া খাদ্য লাভ কৰিছে। ইয়াৰোপৰি কভিড দুৰীকৰণৰ বাবে ২০০ কোটি ভেকছিনো বিতৰণ কৰিবলৈ সক্ষম হৈছো।’

উল্লেখ্য যে শুকুৰবাৰে নিউৱৰ্কত ব্ৰিকছ গোটৰ বৈদেশিক মন্ত্ৰীসকল বৈঠকত মিলিত হৈছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনৰ পূৰ্বে ৱাং য়ি-ৰ সৈতে একেখন মঞ্চতেই দেখা গৈছে ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীক। এই সভাতেই ৰুছ বৈদেশিকমন্ত্ৰী ছেৰ্গেই লাভৰভও উপস্থিত আছিল। বৈঠকৰ পিছত এক যুটীয়া বিবৃতিত সদস্য দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলে সন্ত্ৰাসবাদকো তীব্ৰ গৰিহণা দিয়ে।

ইপিনে বৈঠকৰ পূৰ্বে জয়শংকৰে ৰাষ্ট্ৰসংঘত সন্ত্ৰাসবাদী লুকুৱাই ৰখাৰ বাবে চীনক সমালোচনা কৰে। তেওঁ কয় যে, ‘কিছুমান দেশে সন্ত্ৰাসবাদীসকলক নিৰাপত্তা দি লুকুৱাই ৰাখিছে।’ নিৰাপত্তা পৰিষদত ইউক্ৰেইন সন্দৰ্ভতো মন্তব্য দি জয়শংকৰে কয়, ‘বিশ্বৰ ভয়ংকৰ উগ্ৰপন্থীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্ৰত আমি পন্থা বাছনি কৰাৰ পূৰ্বেই বহি থকা কোঠাটোলৈকো চকু ফুৰাওক। এই কোঠাতেই একাংশই কেনেকৈ দোষীসকলক নিৰাপত্তা বেষ্টনীৰে আবৰি ৰাখিছে সেয়া দৃষ্টিগোচৰ হ’ব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা
বাণিজ্য

কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

April 27, 2026
ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি
ভাৰত

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

April 27, 2026
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি
বাণিজ্য

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

April 27, 2026
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

April 27, 2026
Next Post
‘ধনৰ অভাৱ নাই ৩০ টা সন্তান জন্ম দিয়া’, পুত্ৰ এলন মাস্কক পৰামৰ্শ পিতৃৰ

'ধনৰ অভাৱ নাই ৩০ টা সন্তান জন্ম দিয়া’, পুত্ৰ এলন মাস্কক পৰামৰ্শ পিতৃৰ

গণধৰ্ষণত মাতৃ হ’ল ১২ বছৰীয়া কিশোৰী! সমাজৰ বিদ্ৰুপ নেওচি কেনেকৈ চলাইছে সন্তানক মানুহ কৰাৰ যুঁজ

গণধৰ্ষণত মাতৃ হ’ল ১২ বছৰীয়া কিশোৰী! সমাজৰ বিদ্ৰুপ নেওচি কেনেকৈ চলাইছে সন্তানক মানুহ কৰাৰ যুঁজ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.