• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰাটৰ ফৰ্ম ঘূৰি আহিল! ১৩০ কোটি ভাৰতীয়ক দিলে দীপাৱলীৰ উপহাৰ…

বিৰাটৰ ফৰ্ম ঘূৰি আহিল! ১৩০ কোটি ভাৰতীয়ক দিলে দীপাৱলীৰ উপহাৰ…

4 years ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

2 hours ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

2 hours ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

3 hours ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

3 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

4 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

4 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

6 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

6 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

8 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

8 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিৰাটৰ ফৰ্ম ঘূৰি আহিল! ১৩০ কোটি ভাৰতীয়ক দিলে দীপাৱলীৰ উপহাৰ…

editor by editor
October 23, 2022
in ক্ৰীড়া, ভাৰত
0
বিৰাটৰ ফৰ্ম ঘূৰি আহিল! ১৩০ কোটি ভাৰতীয়ক দিলে দীপাৱলীৰ উপহাৰ…
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৩০ কোটি ভাৰতীয়ক বিৰাটে দিলে দীপাৱলীৰ বিশেষ উপহাৰ। টি২০ বিশ্বকাপৰ প্ৰথমখন খেলতেই ভাৰতীয় দলটোৱে জয়লাভ কৰিছে। পাকিস্তানৰ বিৰুদ্ধে থকা হাইভল্টেজ খেলত জয়লাভ কৰিছে ভাৰতীয় দলটোৱে।
প্ৰথমেই টছত জয়ী হৈ ভাৰতীয় দলটোৱে ফিল্ডিঙৰ সিদ্ধান্ত লৈছিল। প্ৰথমেই বেট ধৰি পাকিস্তানে ভাৰতীয় দলটোক বান্ধি দিছিল ১৬০ ৰাণৰ লক্ষ্য। ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই জয়লাভ কৰিছে ভাৰতীয় দলটোৱে।

শ্বাসৰুদ্ধকৰ খেলখনত বিৰাটৰ প্ৰদৰ্শনীয়ে দৰ্শকক মোহিত কৰিছে। খেল চলি থকাৰ মাজতেই বহু ক্ৰিকেট অনুৰাগীয়ে বিৰাটক ধন্যবাদ জনাই লিখিছে বিশেষ পষ্ট।৫৩ টা বলত ৮২ ৰাণ সংগ্ৰহ কৰি বিৰাটে ভাৰতীয় দলটোক শক্তিশালী কৰি তুলিছিল। এই বিজয়ৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো বিৰাটক ধন্যবাদ জনাই সামাজিক মাধ্যমত লিখিছে, ‘This is a Virat Diwali for us. Congratulations Team India, #INDvsPAK2022.’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!
ভাৰত

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

October 25, 2026
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ
বিনোদন

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

October 25, 2026
দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ
ভাৰত

দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

October 25, 2026
অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?
ভাৰত

অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

October 25, 2026
Next Post
মেন অৱ দ্যা মেছ গ্ৰহণ কৰি বিৰাটে ক’লে, পাৰ্থক্য এক বলৰ! মোহালীৰ পৰা মেলবৰ্ণ একেটাই ফৰ্ম, কি ফৰ্মৰ কথা ক’লে বিৰাটে সবিশেষ জানিবলৈ ক্লিক কৰক…

মেন অৱ দ্যা মেছ গ্ৰহণ কৰি বিৰাটে ক’লে, পাৰ্থক্য এক বলৰ! মোহালীৰ পৰা মেলবৰ্ণ একেটাই ফৰ্ম, কি ফৰ্মৰ কথা ক’লে বিৰাটে সবিশেষ জানিবলৈ ক্লিক কৰক...

কালীৰ মূৰ্তি সদায়ে উলংগ কিয়? শাস্ত্ৰই কি কয়? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

কালীৰ মূৰ্তি সদায়ে উলংগ কিয়? শাস্ত্ৰই কি কয়? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.