• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰাটৰ ফৰ্ম ঘূৰি আহিল! ১৩০ কোটি ভাৰতীয়ক দিলে দীপাৱলীৰ উপহাৰ…

বিৰাটৰ ফৰ্ম ঘূৰি আহিল! ১৩০ কোটি ভাৰতীয়ক দিলে দীপাৱলীৰ উপহাৰ…

4 years ago
কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

3 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

3 hours ago
ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

4 hours ago
বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

5 hours ago
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

6 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

6 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

7 hours ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

8 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

9 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

10 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

11 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিৰাটৰ ফৰ্ম ঘূৰি আহিল! ১৩০ কোটি ভাৰতীয়ক দিলে দীপাৱলীৰ উপহাৰ…

editor by editor
October 23, 2022
in ক্ৰীড়া, ভাৰত
0
বিৰাটৰ ফৰ্ম ঘূৰি আহিল! ১৩০ কোটি ভাৰতীয়ক দিলে দীপাৱলীৰ উপহাৰ…
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৩০ কোটি ভাৰতীয়ক বিৰাটে দিলে দীপাৱলীৰ বিশেষ উপহাৰ। টি২০ বিশ্বকাপৰ প্ৰথমখন খেলতেই ভাৰতীয় দলটোৱে জয়লাভ কৰিছে। পাকিস্তানৰ বিৰুদ্ধে থকা হাইভল্টেজ খেলত জয়লাভ কৰিছে ভাৰতীয় দলটোৱে।
প্ৰথমেই টছত জয়ী হৈ ভাৰতীয় দলটোৱে ফিল্ডিঙৰ সিদ্ধান্ত লৈছিল। প্ৰথমেই বেট ধৰি পাকিস্তানে ভাৰতীয় দলটোক বান্ধি দিছিল ১৬০ ৰাণৰ লক্ষ্য। ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই জয়লাভ কৰিছে ভাৰতীয় দলটোৱে।

শ্বাসৰুদ্ধকৰ খেলখনত বিৰাটৰ প্ৰদৰ্শনীয়ে দৰ্শকক মোহিত কৰিছে। খেল চলি থকাৰ মাজতেই বহু ক্ৰিকেট অনুৰাগীয়ে বিৰাটক ধন্যবাদ জনাই লিখিছে বিশেষ পষ্ট।৫৩ টা বলত ৮২ ৰাণ সংগ্ৰহ কৰি বিৰাটে ভাৰতীয় দলটোক শক্তিশালী কৰি তুলিছিল। এই বিজয়ৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো বিৰাটক ধন্যবাদ জনাই সামাজিক মাধ্যমত লিখিছে, ‘This is a Virat Diwali for us. Congratulations Team India, #INDvsPAK2022.’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি
ভাৰত

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

April 27, 2026
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?
জীৱনশৈলী

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

April 26, 2026
Next Post
মেন অৱ দ্যা মেছ গ্ৰহণ কৰি বিৰাটে ক’লে, পাৰ্থক্য এক বলৰ! মোহালীৰ পৰা মেলবৰ্ণ একেটাই ফৰ্ম, কি ফৰ্মৰ কথা ক’লে বিৰাটে সবিশেষ জানিবলৈ ক্লিক কৰক…

মেন অৱ দ্যা মেছ গ্ৰহণ কৰি বিৰাটে ক’লে, পাৰ্থক্য এক বলৰ! মোহালীৰ পৰা মেলবৰ্ণ একেটাই ফৰ্ম, কি ফৰ্মৰ কথা ক’লে বিৰাটে সবিশেষ জানিবলৈ ক্লিক কৰক...

কালীৰ মূৰ্তি সদায়ে উলংগ কিয়? শাস্ত্ৰই কি কয়? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

কালীৰ মূৰ্তি সদায়ে উলংগ কিয়? শাস্ত্ৰই কি কয়? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.