• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ আগষ্টত আমেৰিকাত উৰিব ত্ৰিৰংগা

১৫ আগষ্টত আমেৰিকাত উৰিব ত্ৰিৰংগা

6 years ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

1 hour ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

2 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

2 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

3 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

3 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

4 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

4 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

5 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

6 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

7 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

১৫ আগষ্টত আমেৰিকাত উৰিব ত্ৰিৰংগা

প্ৰথমবাৰৰ বাবে আমেৰিকাত ভাৰতৰ স্বাধীনতা দিৱস উদযাপন

editor by editor
August 11, 2020
in বিশ্ব
0
১৫ আগষ্টত আমেৰিকাত উৰিব ত্ৰিৰংগা
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনাৰ বাবে সমগ্ৰ বিশ্বত কঠিন পৰিস্থিতি। এনে সময়তে ভাৰতত স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলিছে। এইবাৰ কেৱল ভাৰততে নহয়, ভাৰতৰ স্বাধীনতা দিৱস উদযাপন হ’ব আমেৰিকাতো। আমেৰিকাৰ নিউয়ৰ্কৰ টাইমছ স্কোৱাৰত ১৫ আগষ্টত ভাৰতৰ জাতীয় পতাকা উত্তোলিত হ’ব। নিউয়ৰ্ক নিউ জাৰ্ছী আৰু কানেক্টিকাটেৰ ট্ৰাই ষ্টেট এৰিয়া ফেডাৰেচন অব্ ইণ্ডিয়ান এছ’চিয়েচনে জনাইছে ১৫ আগষ্টত ভাৰতৰ পতাকা উত্তোলনৰে আমেৰিকাই এক নতুন ইতিহাস ৰচিব। আইকনিক টাইম স্কোৱাৰত পতাকা উত্তোলন কৰা হ’ব। উল্লেখযোগ্য যে টাইমছ স্কোৱাৰে ইয়াৰ পূৰ্বে ইমান জাকজমকভাৱে কেতিয়াও ভাৰতৰ স্বাধীনতা দিৱস পালন কৰা নাই। পতাকা উত্তোলনৰ পাছতে এম্পেয়াৰ ষ্টেট বিল্ডিং আলোকৰে আলোকিত হৈ পৰিব। গেৰুৱা, বগা সেউজীয়া পোহৰেৰে জিলিকি উঠিব। আগদিনা অৰ্থাৎ ১৪ আগষ্টত এম্পেয়াৰ ষ্টেট লাইট চেৰেমনি আয়োজিত হ’ব। পতাকা উত্তোলনৰ পাছতে প্ৰৱাসী ভাৰতীয়ই নিজ দেশৰ প্ৰতি ভক্তি, শ্ৰদ্ধা, ভালপোৱা প্ৰদৰ্শন কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 15 augustAmericaindia flag
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?
বিশ্ব

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

September 21, 2026
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী
জীৱনশৈলী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

September 17, 2026
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?
বিশ্ব

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

September 17, 2026
Next Post
অসম চুক্তিৰ ৬নং দফা সমিতিৰ প্ৰতিবেদন ৰাজহুৱা

অসম চুক্তিৰ ৬নং দফা সমিতিৰ প্ৰতিবেদন ৰাজহুৱা

৬নং দফা সমিতিৰ প্ৰতিবেদন ৰাজহুৱা

৬নং দফা সমিতিৰ প্ৰতিবেদন ৰাজহুৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.